• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খঙতো প্ৰেয়সীক নক’ব এই ৫কথা! ক’লেই বিচ্ছেদ খাটাং

খঙতো প্ৰেয়সীক নক’ব এই ৫কথা! ক’লেই বিচ্ছেদ খাটাং

2 years ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

4 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

7 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

7 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

7 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

8 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

8 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

9 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

10 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

10 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

10 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

11 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

খঙতো প্ৰেয়সীক নক’ব এই ৫কথা! ক’লেই বিচ্ছেদ খাটাং

editor by editor
April 8, 2024
in জীৱনশৈলী, লেখা
0
খঙতো প্ৰেয়সীক নক’ব এই ৫কথা! ক’লেই বিচ্ছেদ খাটাং
0
SHARES
334
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সম্পৰ্ক বচাই ৰাখিবলৈ হ’লে প্ৰেয়সীৰ সৈতে কথা-বাৰ্তা কৰোতে ভাৱি চিন্তি কথা কোৱাটো খুবেই গুৰুত্বপূৰ্ণ। বহু পুৰুষেই কিন্তু এই কথা খঙৰ সময়ত পাহৰি যায়। খঙতে হিতাহিত জ্ঞান হেৰুৱাই প্ৰেয়সীক নক’বলগীয়া কথাও কৈ দিয়ে। প্ৰেয়সীক বহু প্ৰেমিকেই কটূ কথা কোৱাৰ বাবে সম্পৰ্কত দূৰত্ব আহে। কথাৰ অপপ্ৰয়োগেই বিচ্ছেদৰ সিদ্ধান্তত উপনীত হ’বলৈকো বাধ্য় কৰায়। পৰিস্থিতি বেয়ালৈ ঢাল খোৱাৰ পূৰ্বেই পুৰুষে এই ৫কথা মনত ৰাখিবই।

পিতৃ-মাতৃক ধৰি কথা নক’ব

মহিলাসকলৰ মনত পিতৃ-মাতৃৰ প্ৰতি অপাৰ শ্ৰদ্ধা থাকে। সেয়ে ভুলতো প্ৰেয়সীৰ সন্মুখত পিতৃ-মাতৃক লৈ কটূ কথা নক’ব।  পিতৃ-মাতৃক লৈ কটূ কথা ক’লে এগৰাকী নাৰীয়ে কাহানিও সহ্য কৰিব নোৱাৰে। আপুনি কোমলকৈ গঢ়ি তোলা সুমধুৰ সম্পৰ্কত ক্ষণিকতে ফাট মেলিব পাৰে। সম্পৰ্কক আগুৱাই নিবলৈ হ’লে আপুনি ভুলতো প্ৰেয়সীৰ সন্মুখত তেওঁৰ পিতৃ-মাতৃক লৈ বেয়া কথা নক’ব।

তুমি কোনো কামৰ নহয়

মহিলাসকল সাধাৰণতে খুব কৰ্মঠ স্বভাৱৰ হয়। ঘৰৰ কাম, ইয়াৰোপৰি যিসকল মহিলাই চাকৰি কৰে তেওঁলোকৰ কাৰ্যালয়ৰ কাম থাকে। সকলো কামেই নাৰীয়ে সুচাৰুৰূপে কৰাত মনোযোগ দিয়ে। কিন্তু বহু পুৰুষেই মহিলাৰ কামক সন্মান কৰিব নাজানে। সেয়ে বহু প্ৰেমিকেই প্ৰেয়সীক খঙতে, ‘তুমি কোনো কামৰ নহয় বুলি কয়।’ এই কথাই সম্পৰ্ক একোটাক বেয়াৰ ফালে ঠেলি নিয়ে।

ব্ৰেকআপৰ ধমকি

ব্ৰেকআপৰ ধমকি দি বহু প্ৰেমিকে প্ৰেয়সীক প্ৰতাৰণা কৰে। কেতিয়াও এগৰাকী নাৰীক ব্ৰেকআপৰ ধমকি দি সম্পৰ্ক ভাল কৰিম বুলি নাভাৱিব। বৰং এগৰাকী নাৰীক আপুনি ভালপোৱাৰ কথাবোৰ বাখ্যা কৰক। তেওঁ নিজতকৈয়ো আপোনাৰ প্ৰতি আকুল হৈ উঠিব।

তুমি খুব বিৰক্তিকৰ

এগৰাকী নাৰীয়ে প্ৰেমিকৰ পৰা ভাল কথা শুনিব বিচাৰে। বহু পুৰুষেই এই বিষয়টো বুজিও বুজিব নোখোজে। তাৰ সলনি বহু পুৰুষে তেওঁৰ প্ৰেয়সীক বিৰক্তিকৰ বুলি মুখৰ ওপৰতেই কৈ পেলায়। প্ৰাণতকৈয়ো প্ৰিয় মানুহক কাহানিও এনে কটু বাক্য় কৈ নিদিব। তাৰপাছতেই নাৰীগৰাকীয়ে নিজকে পুৰুষজনৰ পৰা আঁতৰাই অনাৰ চেষ্টা কৰে।

প্ৰেয়সীৰ আত্মসন্মানত আঘাত নিদিব

বহু সময়ত পুৰুষে খঙতে প্ৰেয়সীৰ আত্মসন্মানত আঘাত দিয়া কথা কয়। আত্মসন্মানত আঘাত লাগিলে একোগৰাকী নাৰী খঙাল হৈ উঠে। লগে লগেই প্ৰেমিকৰ পৰা দূৰত্ব আনিবলৈ চেষ্টা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়
বিনোদন

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

September 15, 2026
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল
অসম

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

September 15, 2026
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য
জীৱনশৈলী

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

September 15, 2026
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?
অসম

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

September 15, 2026
Next Post
কোটীটকীয়া ঘৰ থাকিও অক্ষয়ে কিনিবলৈ লৈছে সাধাৰণ ঘৰ, কিন্তু কিয়?

কোটীটকীয়া ঘৰ থাকিও অক্ষয়ে কিনিবলৈ লৈছে সাধাৰণ ঘৰ, কিন্তু কিয়?

৯ দিন পাছতেই কৃতিকালৈ আহিব বৃহস্পতি, তৰাৰ দৰে উজ্বলিব ৩ৰাশিৰ ভাগ্য

৯ দিন পাছতেই কৃতিকালৈ আহিব বৃহস্পতি, তৰাৰ দৰে উজ্বলিব ৩ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.