• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

২৩ জুনত ৫ ৰাশিয়ে পাব ভাল খবৰ, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

2 months ago
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

30 minutes ago
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

2 hours ago
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

2 hours ago
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

4 hours ago
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

4 hours ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

5 hours ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

5 hours ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

6 hours ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

7 hours ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

7 hours ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

8 hours ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৩ জুনত ৫ ৰাশিয়ে পাব ভাল খবৰ, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

কাইলৈ কেনে যাব আপোনাৰ দিনটো?

editor by editor
June 22, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২৩ জুন, মঙলবাৰ। কাইলৈৰ দিনটো আপোনাৰ বাবে কেনে হ’ব? ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু গোটেই দিনটো সংঘটিত হোৱা শুভ আৰু অশুভ ঘটনাৰ বিষয়ে এক ভৱিষ্যতবাণী প্ৰদান কৰা হয়। চাও আহক কাইলৈৰ ৰাশিফলত কি কি আছে…

মেষ ৰাশি: দিনটো হ’ব সাৱধানতাৰ দিন। উপাৰ্জন বৃদ্ধি হ’লে আপুনি সুখী হ’ব। দেউতাৰ লগত কামৰ কথা আলোচনা কৰাৰ সুযোগ পাব। মাকৰ স্বাস্থ্যই চিন্তিত কৰিব। ইচ্ছা পূৰণ হ’ব পাৰে । সন্তানক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব।

বৃষ ৰাশি: মিশ্ৰিত দিন হ’ব। নতুন বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰিব। কাৰো প্ৰতি অহংকাৰী অনুভূতি আশ্ৰয় লোৱা উচিত নহয়, নহ’লে পিছত আপোনাৰ সমস্যা বৃদ্ধিহে হ’ব। স্বাস্থ্য যত্ন লওক।

মিথুন ৰাশি- কাইলৈ আপোনাৰ বাবে এক সুন্দৰ দিন হ’ব। আপোনাৰ মনটো স্থিৰ আৰু সুখী হ’ব। আপোনাৰ ভাষণে বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাত সহায় কৰিব। বিশেষ এজনক লগ পাব। আপুনি কাইলৈই নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। পত্নীৰ স্বাস্থ্যৰ যত্ন লওক।

কৰ্কট ৰাশি- কাইলৈ আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। কৰ্মক্ষেত্ৰত আপুনি এটা ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। যাৰ ফলত আপোনাৰ জীৱনত দৃশ্যমান প্ৰভাৱ পৰিব। আপোনাৰ আৰ্থিক অৱস্থা দুৰ্বল হ’ব। কিন্তু কৰ্মক্ষেত্ৰত আপোনাৰ বন্ধু-বান্ধৱী আৰু সহকৰ্মীসকলৰ পৰা আপুনি আৰ্থিক সহায় লাভ কৰিব। আপুনি এটা নতুন প্ৰজেক্ট আৰম্ভ কৰিব পাৰে। পৰিয়ালত শুভ অনুষ্ঠান হ’ব, নতুন অতিথি আহিব পাৰে।

সিংহ ৰাশিঃ কাইলৈ আপুনি কামত আনৰ সহায় লাভ কৰিব। ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰখনত ভাল। সম্পৰ্ক শক্তিশালী হ’ব। আৰ্থিক দিশটোত সমস্যা আহিব পাৰে। মনটো শান্ত ৰখা দৰকাৰ। মান-সন্মান বৃদ্ধি পাব পাৰে।

কন্যা ৰাশিঃ কাইলৈ আপুনি পৰিকল্পনা আগত ৰাখি আগবাঢ়িব। কামত সফলতা লাভ কৰিব। সৰু সৰু কামবোৰ সম্পূৰ্ণ হ’ব। হাতলৈ ধন আহিব কিন্তু খৰচ অধিক হ’ব পাৰে। স্বাস্থ্য ভালে যাব।

তুলা ৰাশি:চিন্তাশীল সিদ্ধান্ত লোৱাৰ দিন হ’ব। বহিঃৰাজ্যত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে এটা ভাল সুযোগ পাব। কিছুমান চৰকাৰী বিষয়ত আপুনি গাফিলতি কৰিব পাৰে। আপোনাৰ ধন-সম্পত্তি বৃদ্ধিয়ে আপোনাক অপৰিসীম আনন্দ কঢ়িয়াই আনিব। আপুনি আপোনাৰ কামৰ পৰিকল্পনা কৰিব লাগিব।

বৃশ্চিক ৰাশি: লাভ কঢ়িয়াই আনিব। সম্পত্তিৰ চুক্তি চূড়ান্ত কৰা হ’ব, যাৰ ফলত যথেষ্ট লাভ হ’ব। আপুনি আপোনাৰ ব্যৱসায়ত কিছু পৰিৱৰ্তন কৰিব, যিটো আপোনাৰ বাবে উপকাৰী হ’ব। আজি আপোনাৰ মাৰ লগত মতানৈক্য হ’ব পাৰে। সাৱধানে বাহন ব্যৱহাৰ কৰক; কাৰোবাৰ পৰা ধন ধাৰে লৈ তাত গাড়ী চলোৱাৰ পৰা বিৰত থাকক।

ধনু ৰাশি: আনন্দৰে ভৰা দিন হ’ব। কামৰ সন্দৰ্ভত বন্ধুৰ পৰা পৰামৰ্শ ল’ব পাৰে। আপোনাৰ ব্যৱসায়িক অংশীদাৰিত্বইও ভাল কাম কৰিব। পত্নীয়ে নতুন চাকৰি এটা পাব পাৰে। এটা পৰিয়ালৰ পাৰ্টিয়ে আনন্দময় পৰিৱেশ আনিব আৰু পৰিয়ালৰ সদস্যসকলে অহৰহ ভ্ৰমণ কৰি থাকিব। আপুনি ওলাই যোৱাৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। আপোনাৰ কোনো বিৰোধীৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকিব লাগে।

মকৰ ৰাশিঃ ঘৰত হতাশাৰ পৰিৱেশ এটা আপোনাক খং উঠাব পাৰে। ইয়াক দবাই থলে আপোনাৰ শৰীৰৰ সমস্যা বৃদ্ধি হব পাৰে ।শাৰীৰিক গতিবিধি বঢ়াই ইয়াৰ পৰা পৰিত্ৰাণ পাওক। বেয়া অৱস্থাৰ পৰা দূৰত থকাই মংগল। আৰ্থিক লেন দেনত বিপদত পৰা সাৱধানে থাকক। আপোনাাৰ বন্ধুৰ উদাৰ ভাৱৰ ভুল ব্যৱহাৰ নকৰিব।

কুম্ভ ৰাশিঃ জীৱনটোক ভৰপূৰভাৱে উদযাপন কৰিবলৈ নিজৰ উচ্চাকাংক্ষা সমূহক নিয়ন্ত্ৰণ কৰক আৰু যোগৰ সহায় লৈ আধ্যাত্মিক,মানসিক অৰু শাৰীৰিক ভাৱে আপোনাক মন আৰু মগজুক অধিক শক্তিশালী কৰক। সোনকালে ভৱা -চিন্তা নকৰাকৈ কোনো দিশত বিনিয়োগ নকৰিব ,যদি আপুনি গুৰুত্বপূৰ্ণ কোণ সমূহ ভালকৈ চালি জাৰি নাচাই তেন্তে আপোনাৰ লোকচান হব পাৰে। আপোনাৰ পৰিয়ালৰ লগত ৰুক্ষ ব্যৱহাৰ নকৰিব ,এই ব্যৱহাৰে পাৰিবাৰিক শান্তি ভঙ্গ কৰিব পাৰে। আপুনি কাৰোবাৰ লগত কৰোবাত ঘুৰিব -ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন উৰ্জাৰ সঞ্চাৰ কৰিব পাৰে।

মীন ৰাশিঃ কাইলৈ অকল আপুনিহে জানে আপোনাৰ বাবে কি ভাল হব ,এইবাবে শক্তিশালী আৰু স্পষ্টবাদী বনক আৰু সোনকালে নিৰ্ণয় লোৱা শিকক আৰু তাৰ পৰিণামো সন্মুখীন কৰিবৰ বাবে তৈয়াৰ হৈ যাওক। যিসকল লোকে বাচ বিচাৰ নোহোৱাকৈ আজিলৈকে পইচা খৰচ কৰি আছিল ,কাইলৈ পইচাৰ বহুত আৱশ্যকতা আহি পৰিব আৰু যাৰ ফলত আপুনি জীৱনত পইচাৰ সঠিক মূল্য বুজি পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী
বিনোদন

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

August 31, 2026
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা
ভাৰত

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

August 31, 2026
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?
জীৱনশৈলী

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

August 31, 2026
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?
ভাৰত

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

August 31, 2026
Next Post
হিন্দু ধৰ্মত পদুম ফুলৰ মহত্ব কিমান? কিয় লক্ষ্মী দেৱীৰ আসন হিচাপে ব্যৱহাৰ হয় পদুম?

হিন্দু ধৰ্মত পদুম ফুলৰ মহত্ব কিমান? কিয় লক্ষ্মী দেৱীৰ আসন হিচাপে ব্যৱহাৰ হয় পদুম?

বাহনত নম্বৰ প্লেট ব্যৱহাৰৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল?

বাহনত নম্বৰ প্লেট ব্যৱহাৰৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.