• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাহনত নম্বৰ প্লেট ব্যৱহাৰৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল?

বাহনত নম্বৰ প্লেট ব্যৱহাৰৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল?

3 months ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

9 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

10 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

11 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

11 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

12 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

13 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

14 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

14 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

14 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

14 hours ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

15 hours ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বাহনত নম্বৰ প্লেট ব্যৱহাৰৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল?

গাড়ীৰ নম্বৰ প্লেটৰ ইতিহাস, গুৰুত্ব আৰু ভাৰতত ইয়াৰ বিকাশ

editor by editor
June 22, 2026
in প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত
0
বাহনত নম্বৰ প্লেট ব্যৱহাৰৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল?
0
SHARES
95
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাহনৰ ৰেজিষ্ট্ৰেচন বা পঞ্জীয়ন নম্বৰ হৈছে পৰিবহণ বিভাগে (RTO) দেশত চলাচল কৰা প্ৰতিখন বাহনক দিয়া এক বিশেষ পৰিচয় সংখ্যা। এই নম্বৰৰ জৰিয়তেই বাহনখনৰ বৈধ পৰিচয় নিশ্চিত কৰা হয়। মটৰ-যান আইনৰ অধীনত বাহনৰ আগফাল আৰু পিছফালত নম্বৰ প্লেট স্পষ্টকৈ লগোৱাটো বাধ্যতামূলক। আইন অনুসৰি বৈধ ৰেজিষ্ট্ৰেচন নম্বৰ নথকা কোনো মটৰ-যান ৰাজহুৱা পথত চলোৱাটো অপৰাধ হিচাপে গণ্য হয়।

নম্বৰ প্লেটৰ পৰা কি কি তথ্য পোৱা যায়?

গাড়ীৰ নম্বৰ প্লেটত থকা আখৰ আৰু সংখ্যাবোৰ এক নিৰ্দিষ্ট নিয়ম অনুসৰি সজোৱা হয়। উদাহৰণস্বৰূপে আমাৰ অসমত পঞ্জীয়ন কৰা বাহনসমূহৰ নম্বৰ আৰম্ভ হয় ‘AS’ৰে। AS অসমৰ ৰাজ্যিক কোড। ইয়াৰ উপৰিও প্ৰতিটো DTOৰো কোড নম্বৰ থাকে। AS 01ৰ অৰ্থ হৈছে বাহনখন কামৰূপ মেট্ৰত পঞ্জীয়ন বা ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে। 01 হৈছে কামৰূপ মেট্ৰ DTOৰ কোড নম্বৰ।
বিশ্বত প্ৰথমবাৰৰ বাবে কেতিয়া বাহনৰ নম্বৰ প্লেটৰ আৰম্ভণি ঘটিছিল?
বাহনৰ বাবে নম্বৰ প্লেট বাধ্যতামূলক কৰা বিশ্বৰ প্ৰথমখন দেশ আছিল ফ্ৰান্স। ১৮৯৩ৰ ১৪ আগষ্টত পেৰিছ আৰক্ষীয়ে এখন বিশেষ আদেশ জাৰি কৰি সকলো বাহনত পৰিচয় প্লেট লগোৱাটো বাধ্যতামূলক কৰে। ইয়াৰ মূল উদ্দেশ্য আছিল দুৰ্ঘটনা সংঘটিত কৰি পলাই যোৱা চালকসকলক চিনাক্ত কৰা। সেই আদেশ অনুসৰি তেতিয়া নম্বৰ প্লেটত বাহনৰ নম্বৰ, মালিকৰ নাম আৰু ঠিকনা উল্লেখ থাকিব লাগিছিল। ফ্ৰান্সৰ পিছত জাৰ্মানীয়ে ১৮৯৬ত সমগ্ৰ দেশজুৰি নম্বৰ প্লেটৰ ব্যৱস্থা আৰম্ভ কৰে। নেদাৰলেণ্ডছে ১৮৯৮ত নম্বৰ প্লেটৰ ব্যৱস্থা আৰম্ভ কৰে। আমেৰিকাৰ নিউয়ৰ্কত ১৯০১ চনত প্ৰথমবাৰৰ বাবে বাহনৰ নম্বৰ প্লেট বাধ্যতামূলক কৰা হয়।

ভাৰতত নম্বৰ প্লেটৰ ব্যৱহাৰ কেতিয়াৰ পৰা হৈছিল?

ভাৰতত বাহনৰ নম্বৰ প্লেট ব্যৱস্থাৰ আনুষ্ঠানিক আৰম্ভণি হয় ১৯১৪ চনত, যেতিয়া ব্ৰিটিছ শাসনে Indian Motor Vehicles Act, 1914 প্ৰৱৰ্তন কৰে। অৱশ্যে ইয়াৰ আগতেই বিভিন্ন প্ৰদেশত বাহন সন্দৰ্ভত নিজা নিজা আইন আছিল। উদাহৰণস্বৰূপে মুম্বাইত (তেতিয়াৰ বোম্বে) ১৯০১ত, বংগত ১৯০৩, মাদ্ৰাজত ১৯০৭, পঞ্জাবত ১৯০৭ত বাহন সন্দৰ্ভত এই ব্যৱস্থা কৰা হয়। এই সকলো আঞ্চলিক আইনক ১৯১৪ চনত একক ৰাষ্ট্ৰীয় আইনৰ অধীনলৈ অনা হয়।

১৯৩৯ চনৰ মটৰ-যান আইন

বাহনৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ১৯১৪ চনৰ আইনৰ সংশোধনী ঘটাই ১৯৩৯ চনত নতুন Motor Vehicles Act প্ৰৱৰ্তন কৰা হয়। এই আইন অনুসৰি ভাৰতত নম্বৰ প্লেটৰ এক নতুন বিন্যাস আৰম্ভ হয়। সুদীৰ্ঘ সময়ৰ পিছত ১৯৮৮ চনত মটৰ-যান আইন অনুসৰি আধুনিক নম্বৰ প্লেট ব্যৱহাৰৰ ব্যৱস্থা কৰা হয়। বৰ্তমান ভাৰতত ব্যৱহৃত নম্বৰ প্লেটৰ ধৰণ Motor Vehicles Act, 1988 আৰু Central Motor Vehicles Rules, 1989-ৰ অধীনত প্ৰৱৰ্তন কৰা হয়। এই আইনৰ অধীনত নম্বৰ প্লেটত ৰাজ্যিক কোড ব্যৱহাৰৰ প্ৰচলন আৰম্ভ হয়। আনহাতে ২০২১ত কেন্দ্ৰীয় চৰকাৰে BH Series (Bharat Series) নম্বৰ প্লেট আৰম্ভ কৰে। BH Seriesৰ সুবিধাসমূহ হৈছে-সমগ্ৰ ভাৰততে বৈধ,আন ৰাজ্যলৈ গ’লে পুনৰ গাড়ী পঞ্জীয়ন কৰাৰ প্ৰয়োজন নহয়, বাহন বিক্ৰী কৰাটো সহজ, আন্তঃৰাজ্যিক স্থানান্তৰত সময় আৰু খৰচ কমকৈ হয়।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Indian Transport
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম
জীৱনশৈলী

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

September 16, 2026
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা
ভাৰত

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

September 16, 2026
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!
অপৰাধ

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

September 16, 2026
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা
প্ৰযুক্তি

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

September 16, 2026
Next Post
অৱসৰৰ বয়স ৭০ বছৰলৈ বৃদ্ধিৰ প্ৰস্তুতি এইখন চৰকাৰৰ!

অৱসৰৰ বয়স ৭০ বছৰলৈ বৃদ্ধিৰ প্ৰস্তুতি এইখন চৰকাৰৰ!

কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!

কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.