• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ হিজাব কাণ্ড : ‘মৰি যাম, কিন্তু হিজাব নেৰো’, হিজাব পিন্ধি নিলম্বিত ৫৮ ছাত্ৰী

পুনৰ হিজাব কাণ্ড : ‘মৰি যাম, কিন্তু হিজাব নেৰো’, হিজাব পিন্ধি নিলম্বিত ৫৮ ছাত্ৰী

4 years ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

15 minutes ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

47 minutes ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

1 hour ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

2 hours ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

2 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

2 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

3 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

4 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

5 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

6 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

6 hours ago
ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

পুনৰ হিজাব কাণ্ড : ‘মৰি যাম, কিন্তু হিজাব নেৰো’, হিজাব পিন্ধি নিলম্বিত ৫৮ ছাত্ৰী

editor by editor
February 19, 2022
in ভাৰত, ৰাজনীতি
0
পুনৰ হিজাব কাণ্ড : ‘মৰি যাম, কিন্তু হিজাব নেৰো’, হিজাব পিন্ধি নিলম্বিত ৫৮ ছাত্ৰী
0
SHARES
382
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশত এতিয়াও মাৰ যোৱা নাই হিজাব বিতৰ্কৰ ঢৌ৷ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ সাময়িক ৰায়ৰ পিছতে দেশত হিজাব বিতৰ্ক অৱসান হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও এতিয়াও ই তুঁহ জুইৰ দৰে জ্বলিয়েই আছে৷

কৰ্ণাটক উচ্চ ন্যায়ালয়ে সকলো শিক্ষানুষ্ঠানতে ধর্মীয় সাজপাৰ পৰিধান কৰাটো সাময়িকভাৱে নিষিদ্ধ কৰিছিল৷ ইয়াৰ পিছতে কৰ্ণাটকৰ তুমাকুৰুৰ এখন বেচৰকাৰী মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ধৰ্মীয় পোছাক পৰিধান কৰাতো নিষিদ্ধ কৰাৰ পিছতে এগৰাকী শিক্ষকে চাকৰিও ইস্তফা দিছে৷

ইফালে ৰাজ্যখনৰ এখন বিদ্যালয়ৰ অৰ্ধশতাধিক ছাত্ৰীয়ে কৰ্তৃপক্ষৰ নিৰ্দেশ অমান্য কৰি হিজাব পৰিধানেৰে বিদ্যালয়লৈ গৈ প্ৰতিবাদ কৰি নিলম্বনৰ সন্মুখীন হৈছে৷

শুকুৰবাৰে কৰ্ণাটকৰ শিৱমুগ্গা জিলাৰ এখন বিদ্যালয়ে কৰ্ণাটক উচ্চ ন্যায়ালয় আৰু বিদ্যালয় কৰ্তৃপক্ষৰ নিৰ্দেশ উলংঘনেৰে হিজাব পৰিধান কৰি বিদ্যালয়লৈ অহা ৫৮ গৰাকী ছাত্ৰীক নিলম্বন কৰিছে৷

ঘটনাৰ বিৱৰণীৰ মতে বৃহস্পতিবাৰে ছাত্ৰীকেইগৰাকীয়ে নিৰ্দেশনা অমান্য কৰি হিজাব পৰিধানেৰে বিদ্যালয়ত উপস্থিত হৈ পুনৰ হিজাবৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ ইয়াৰ পিছতে কৰ্ণাটকত পুনৰ হিজাব বিতৰ্কই নতুন মোৰ লোৱা দেখা গৈছে৷

ইফালে, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰাৰ বাবে উক্ত ছাত্ৰীকেইগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৪৪ অধীনত গোচৰ জুৰু কৰা হৈছে৷ জিলা উপায়ুক্তই সংবাদ মাধ্যমক জনোৱা অনুসৰি কেৱল ছাত্ৰী কেইগৰাকীৰ বিৰুদ্ধেই নহয় হিজাবৰ সপক্ষে প্ৰতিবাদ কৰা সকলোৰে বিৰুদ্ধে আইপিচি ১৪৪ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

‘‘হিজাব আমাৰ অধিকাৰ৷ আমি মৃত্যু বৰণ কৰিবলৈ ৰাজি আছো৷ কিন্তু হিজাবৰ ক্ষেত্ৰত আপোচ নকৰো৷’’ বুলি নিলম্বিত ছাত্ৰীসকলে উদাত্ত কণ্ঠৰে এইদৰে প্ৰতিবাদ কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalHijab Protesthijab rowkerala high court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
Next Post
১৫ বছৰে সৰু প্ৰেমিক, মাহে ১৫ লাখ টকাৰ দৰমহা; প্ৰেমিকে কৰিব লাগে এইসমূহ কাম

১৫ বছৰে সৰু প্ৰেমিক, মাহে ১৫ লাখ টকাৰ দৰমহা; প্ৰেমিকে কৰিব লাগে এইসমূহ কাম

হৃদ ৰোগ নিয়ন্ত্ৰণত আদাৰ কি ভূমিকা জানেনে?

হৃদ ৰোগ নিয়ন্ত্ৰণত আদাৰ কি ভূমিকা জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.