• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খাদ্য ডেলিভাৰী বয়ৰ ৰূপ লৈ ৰাজপথতে ৬জনে কুঠাৰেৰে ঘপিয়ালে তামিলনাডুৰ বিএছপিৰ মুৰব্বীক

2 years ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

12 minutes ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

41 minutes ago
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

1 hour ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

2 hours ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

12 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

13 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

14 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

খাদ্য ডেলিভাৰী বয়ৰ ৰূপ লৈ ৰাজপথতে ৬জনে কুঠাৰেৰে ঘপিয়ালে তামিলনাডুৰ বিএছপিৰ মুৰব্বীক

editor by editor
July 6, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
খাদ্য ডেলিভাৰী বয়ৰ ৰূপ লৈ ৰাজপথতে ৬জনে কুঠাৰেৰে ঘপিয়ালে তামিলনাডুৰ বিএছপিৰ মুৰব্বীক
0
SHARES
318
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

খাদ্য ডেলিভাৰী বয়ৰ ৰূপ লৈ ৰাজপথতে ৬জনে কুঠাৰেৰে ঘপিয়ালে তামিলনাডুৰ বিএছপিৰ মুৰব্বীক

শুকুৰবাৰে সন্ধিয়া তামিলনাডুৰ ৰাজধানী চেন্নাইত সংঘটিত হয় এক অতি শিহৰণকাৰী তথা সন্দেহজনক হত্যাকাণ্ড। বহুজন সমাজ পাৰ্টিৰ তামিলনাডু ইউনিটৰ প্ৰধান কে. আৰ্মষ্ট্ৰংক ৬ জন অজ্ঞাত লোকে বাইকেৰে আহি হত্যা কৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই আক্ৰমণকাৰীসকলে খাদ্য ডেলিভাৰী বয়ৰ ৰূপ লৈ আহি আৰ্মষ্ট্ৰঙক ৰাজপথতে কুঠাৰ আৰু কাঁচিৰে আক্ৰমণ কৰিছিল। হত্যাকাণ্ড সংঘটিত কৰি তাৰ পৰা পলায়ন কৰা এই আক্রমণকাৰীসকলৰ সন্ধানত নামি পৰিছে আৰক্ষী৷

পেছাত এজন অধিবক্তা আৰ্মষ্ট্ৰং ২০০৬ চনত চেন্নাই কৰ্পৰেশ্যন কাউন্সিললৈ নিৰ্বাচিত হৈছিল। দুবছৰ পূৰ্বে চেন্নাইত মেগা ৰেলীৰ আয়োজন কৰি বিএছপিৰ মুৰব্বী মায়াৱতীক আমন্ত্ৰণ জনাই তেওঁ লাইমলাইটলৈ আহিছিল।

লাভ কৰা তথ্য অনুসৰি চেন্নাইৰ চেম্বিয়াম অঞ্চলত থকা নিজৰ ঘৰৰ ওচৰতে দলৰ একাংশ বিষয়াৰ সৈতে কথা পাতি থকা অৱস্থাত ছয়জন লোকে বাইকত আহি তেওঁক আক্ৰমণ কৰি পলাই যায়। এই আক্ৰমণৰ পিছত আৰ্মষ্ট্ৰংৰ পৰিয়ালে লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

আৰক্ষী বিষয়াসকলে কয় যে এয়া প্ৰতিশোধমূলক হত্যাকাণ্ড হ’ব পাৰে, যিটো যোৱা বছৰ আৰ্কাট সুৰেশ নামৰ এজন গেংষ্টাৰৰ হত্যাকাণ্ডৰ সৈতে জড়িত। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই ক’লে, ‘আমি বিষয়টোৰ তদন্ত কৰি আছো। এই হত্যাকাণ্ডটো পূৰ্বৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহ।

বিএছপিৰ উচ্চপদস্থ মায়াৱতীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত আৰ্মষ্ট্ৰংক দলিতৰ বলিষ্ঠ কণ্ঠ বুলি অভিহিত কৰাৰ লগতে দোষীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। মায়াবতীয়ে লিখিছে, ‘বিএছপি তামিলনাডু ৰাজ্যিক ইউনিটৰ সভাপতিৰ আজি সন্ধিয়া চেন্নাইৰ বাসগৃহৰ বাহিৰত হত্যাকাণ্ড অত্যন্ত দুখজনক আৰু অতি নিন্দনীয়। পেছাত এজন অধিবক্তা আৰ্মষ্ট্ৰং ৰাজ্যখনৰ দলিতসকলৰ বাবে এক শক্তিশালী কণ্ঠস্বৰ হিচাপে পৰিচিত আছিল। চৰকাৰে অনতিপলমে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bahujan Samaj PartybspDalitmurdermurder casepoliticstamilnaduTamilnadu Leader
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ
জীৱনশৈলী

April 10, 2026
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে
জীৱনশৈলী

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

April 10, 2026
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?
জীৱনশৈলী

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

April 10, 2026
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ
জীৱনশৈলী

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

April 10, 2026
Next Post
শপত গ্ৰহণৰ পাছতে পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অমৃতপাল সিং

দেশত বৃদ্ধি পাবলৈ ধৰিছে মগজু খোৱা এমিবাৰ সংক্ৰমণ, ২২ লৈ বৃদ্ধি নিহতৰ সংখ্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন