• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শপত গ্ৰহণৰ পাছতে পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অমৃতপাল সিং

শপত গ্ৰহণৰ পাছতে পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অমৃতপাল সিং

2 years ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

2 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

3 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

3 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

4 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

4 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

5 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

5 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

6 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

6 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

7 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

7 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শপত গ্ৰহণৰ পাছতে পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অমৃতপাল সিং

editor by editor
July 6, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
শপত গ্ৰহণৰ পাছতে পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অমৃতপাল সিং
0
SHARES
261
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শপত গ্ৰহণৰ পাছতে পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অমৃতপাল সিং

লোকসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰিছে খালিস্তানৰ সমৰ্থক অমৃতপল সিঙে। পঞ্জাৱৰ খাদুৰ চাহাবৰ লোকসভাৰ সাংসদ অমৃতপালক অসমৰ ডিব্ৰুগড় কাৰাগাৰৰ পৰা দিল্লীলৈ নিয়া হৈছিল শপত ল’বলৈ। শপত গ্ৰহণ কৰাৰ পিছত পুনৰ দিল্লীৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছে।

খালিস্তানৰ সমৰ্থক অমৃতপল সিঙৰ শপত গ্ৰহণৰ বাবে বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়। অমৃতপাল সিঙক অসমৰ পৰা পোনপটীয়াকৈ নতুন দিল্লীলৈ বিমানযোগে নিয়া হৈছিল। ইয়াৰ পিছতে অধ্যক্ষ ওম বিৰলাই তেওঁক লোকসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে।

উল্লেখ্য যে, ন্যায়ালয়ে অমৃতপালক লোকসভাৰ সাংসদ হিচাপে শপত ল’বলৈ ৪ দিনৰ পেৰ’ল তথা জামিন দিছিল। এই সময়ছোৱাত আদালতে কিছুমান চৰ্তও আৰোপ কৰি দিছিল। আদালতে নিজৰ আদেশত কৈছিল যে অমৃতপাল দিল্লীত থকাৰ সময়ছোৱাত সংবাদ মাধ্যমত তেওঁৰ পৰিয়াল বা আত্মীয়ৰ কোনো বক্তব্য নিদিয়ে। পঞ্জাৱ আৰক্ষীয়ে ২৩ এপ্ৰিলত অমৃতসৰৰ পৰা অমৃতপালক গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পূৰ্বে ‘ৱাৰিছ পঞ্জাব দে’ৰ মুৰব্বী তথা খাদুৰ চাহাব লোকসভাৰ আসনৰ নিৰ্দলীয় সাংসদ অমৃতপল সিঙৰ মাতৃ বলৱিন্দৰ কৌৰে কয়, ‘সকলো সমৰ্থকক অভিনন্দন জনাইছো। অমৃতপালকো জুন মাহত আন সাংসদৰ সৈতে লোকসভাৰ সাংসদ হিচাপে শপত ল’বলৈ দিয়া উচিত আছিল। অমৃতপালে লোকসভাৰ সাংসদ হিচাপে শপত লোৱাৰ বাবে সমৰ্থকসকল অতি সুখী। তাক জেলৰ পৰা মুকলি কৰি দিবলৈ চৰকাৰক অনুৰোধ জনালোঁ।

উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনত অমৃতপল সিঙে কংগ্ৰেছ প্ৰাৰ্থী কুলবিৰ সিং জিৰাক পৰাস্ত কৰিছিল ৷ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অমৃতপালে খাদুৰ চাহাবৰ আসনত ১.৯৭ লাখ ভোটত জয়লাভ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Amritpal SinghIndian Politicspolitics
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
Next Post
দেশত বৃদ্ধি পাবলৈ ধৰিছে মগজু খোৱা এমিবাৰ সংক্ৰমণ, ২২ লৈ বৃদ্ধি নিহতৰ সংখ্যা

দেশত বৃদ্ধি পাবলৈ ধৰিছে মগজু খোৱা এমিবাৰ সংক্ৰমণ, ২২ লৈ বৃদ্ধি নিহতৰ সংখ্যা

ঘৰত ভুলতো নাৰাখিব এইকেইবিধ বিশেষ মূৰ্তি, অন্যথা ভালৰ সলনি বেয়া প্ৰভাৱ পৰিব জীৱনত

ঘৰত ভুলতো নাৰাখিব এইকেইবিধ বিশেষ মূৰ্তি, অন্যথা ভালৰ সলনি বেয়া প্ৰভাৱ পৰিব জীৱনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.