• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাই দিন-ৰাতিৰ বান্ধোন, নাই নক্ষত্ৰক প্ৰদক্ষিণ কৰিবলগা কামো… মহাকাশত বিজ্ঞানীয়ে লাভ কৰা স্বাধীন গ্ৰহত জীৱ আছেনে?

নাই দিন-ৰাতিৰ বান্ধোন, নাই নক্ষত্ৰক প্ৰদক্ষিণ কৰিবলগা কামো… মহাকাশত বিজ্ঞানীয়ে লাভ কৰা স্বাধীন গ্ৰহত জীৱ আছেনে?

2 years ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

10 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

10 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

10 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

11 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

12 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

13 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

13 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

14 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

14 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

15 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

15 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

নাই দিন-ৰাতিৰ বান্ধোন, নাই নক্ষত্ৰক প্ৰদক্ষিণ কৰিবলগা কামো… মহাকাশত বিজ্ঞানীয়ে লাভ কৰা স্বাধীন গ্ৰহত জীৱ আছেনে?

নাই দিন-ৰাতিৰ বান্ধোন, নাই নক্ষত্ৰক প্ৰদক্ষিণ কৰিবলগা কামো... মহাকাশত বিজ্ঞানীয়ে লাভ কৰা স্বাধীন গ্ৰহত জীৱ আছেনে?

editor by editor
June 23, 2024
in বিজ্ঞান, বিশ্ব, লেখা, শিক্ষা
0
নাই দিন-ৰাতিৰ বান্ধোন, নাই নক্ষত্ৰক প্ৰদক্ষিণ কৰিবলগা কামো… মহাকাশত বিজ্ঞানীয়ে লাভ কৰা স্বাধীন গ্ৰহত জীৱ আছেনে?
0
SHARES
243
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰহ মানেই কোনো নক্ষত্ৰৰ সংসাৰৰ এগৰাকী সদস্য৷ যেনেকৈ আমাৰ পৃথিৱী৷ সূৰ্যৰ পৰিয়ালৰ এক সদস্য আমাৰ এই পৃথিৱী৷ কিন্তু বিশ্ব ব্ৰহ্মাণ্ডত কোনো স্বাধীন গ্ৰহ আছেনে? ইউৰোপীয় স্পেছ এজেন্সিৰ ইউক্লিড টেলিস্কোপত ধৰা পৰিছে তেনে সাতটাকৈ গ্ৰহ৷ যিকেইটা গ্ৰহৰ নক্ষত্ৰৰ সৈতে কোনো সম্পৰ্ক নাই৷ অনন্ত মহাশূন্যত অকলেই ভাঁহি আছে এইকেইটা গ্ৰহ৷ এই গ্ৰহত নাই দিনৰাতিৰ হিচাপ৷ কোন দিনা কি তেনে কোনো মাপকাঠিও নাই৷ নক্ষত্ৰৰ পৰিয়ালৰ সদস্য নোহোৱা হেতুকে কাৰোবাৰ প্ৰদক্ষিণ কৰি থকাৰো কাৰণ নাই৷

কিন্তু এনে গ্ৰহত প্ৰাণৰ অস্তিত্ব থাকিব পাৰেনে? বিজ্ঞানীৰ দাবী সেই সম্ভাৱনাও অৱশ্যে নথকা নহয়৷ কিন্তু এতিয়ালৈকে কোনোৱে প্ৰাণী থকাৰ তথ্য উদঘাটন কৰিব পৰা নাই৷ বিগত জুলাই মাহত ইউৰোপীয় মহাকাশ সংস্থাই যি মিছন আৰম্ভ কৰিছে সেই মিছনৰ প্ৰধান লক্ষ্যই আছিল স্বাধীন গ্ৰহৰ সন্ধান কৰা৷ স্পেনিছ মহাকাশচাৰী এদুয়াৰ্ডো মাৰ্টিনে জনাইছে যে, এই গ্ৰহসমূহ যেন বৰফশৈলীৰ চূড়ামাত্ৰ৷ যিহেতু ইয়াত কোনো পোহৰেই প্ৰতিফলিত নহয় সেয়ে অন্ধকাৰ মহাবিশ্বত এনে গ্ৰহ বিচাৰি ভিতৰত কি আছে সেয়া বিচাৰি উলিওৱাটো কঠিন কাম৷

কিন্তু কেনেকৈ তৈয়াৰ হৈছে এই ৰাফ প্লেনেট? এই গ্ৰহসমূহৰ বহু বছৰ পূৰ্বে কোনো নক্ষত্ৰৰ পৰিয়ালতেই জন্ম হৈছিল৷ কিন্তু সেই নক্ষত্ৰৰ পৰিয়ালৰ পৰা কালক্ৰমত বিচ্ছিন্ন হৈ পৰে৷ বহু বিজ্ঞানীয়ে আকৌ ক’ব খোজে যে নিজে নিজেই কোনো গ্ৰহৰ জন্মও হ’ব পাৰে৷ এই ব্ৰহ্মাণ্ডত অজুত নিযুত তেনে গ্ৰহ থাকিব পাৰে৷ ২০২৭ চনত নাছাই মহাকাশলৈ পঠিয়াহ ৰোমান স্পেছ টেলিস্কোপ৷ আশা কৰা হৈছে যে সেই টেলিস্কোপৰ সহায়ত হয়তো এই ধৰণৰ গ্ৰহ সম্পৰ্কে আৰু তথ্য পোহৰলৈ আহিব পাৰে৷

ইফালে ইউক্লিডে সন্ধান লাভ কৰিছে কেইটামান গেছিয় গ্ৰহৰো৷ যাৰ আয়তন বৃহস্পতিৰ অন্তত চাৰিগুণ৷ উল্লেখ্য যে বৃহস্পতি সৌৰজগতৰ বৃহত্তম গ্ৰহ৷ কিন্তু সেই গ্ৰহৰ আকাৰ আয়তনতকৈয়ো ডাঙৰ গেছীয় গ্ৰহৰ সন্ধান লাভ কৰিছে বিজ্ঞানীয়ে৷ পৃথিৱীৰ পৰা প্ৰায় ডেৰ হাজাৰ আলোকবৰ্ষ দূৰত্বত অৱস্থিত এই অতিকায় গ্ৰহটো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব
বাণিজ্য

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

October 1, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

October 1, 2026
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ
ভাৰত

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

October 1, 2026
Next Post
কৃষ্ণা দ্বিতীয়া, মহাদেৱৰ আশীৰ্বাদত ধনলাভৰ যোগ আছে ৫ৰাশিৰ ভাগ্যত

কৃষ্ণা দ্বিতীয়া, মহাদেৱৰ আশীৰ্বাদত ধনলাভৰ যোগ আছে ৫ৰাশিৰ ভাগ্যত

ধৰ্মীয় পৰিচয় অপ্ৰয়োজনীয়, বিশেষ বিবাহ আইন কি? কিয় সোনাক্ষীয়ে এই আইনৰ অধীনত সম্পন্ন কৰিছে বিবাহ?

ধৰ্মীয় পৰিচয় অপ্ৰয়োজনীয়, বিশেষ বিবাহ আইন কি? কিয় সোনাক্ষীয়ে এই আইনৰ অধীনত সম্পন্ন কৰিছে বিবাহ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.