• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই সপ্তাহত দুৰ্গাপূজা, থাকিব লক্ষ্মী নাৰায়ণ ৰাজযোগ, কি আছে কোন ৰাশিৰ ভাগ্যত?

এই সপ্তাহত দুৰ্গাপূজা, থাকিব লক্ষ্মী নাৰায়ণ ৰাজযোগ, কি আছে কোন ৰাশিৰ ভাগ্যত?

2 years ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

30 minutes ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

1 hour ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

2 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

3 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

3 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

4 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

4 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

5 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

5 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

6 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

6 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই সপ্তাহত দুৰ্গাপূজা, থাকিব লক্ষ্মী নাৰায়ণ ৰাজযোগ, কি আছে কোন ৰাশিৰ ভাগ্যত?

এই সপ্তাহত দুৰ্গাপূজা, থাকিব লক্ষ্মী নাৰায়ণ ৰাজযোগ, কি আছে কোন ৰাশিৰ ভাগ্যত?

editor by editor
October 7, 2024
in জীৱনশৈলী, বিবিধ
0
এই সপ্তাহত দুৰ্গাপূজা, থাকিব লক্ষ্মী নাৰায়ণ ৰাজযোগ, কি আছে কোন ৰাশিৰ ভাগ্যত?
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অক্টোবৰৰ এই দ্বিতীয় সপ্তাহত তুলা ৰাশিত শুক্ৰ আৰু বুধ মিলিত হ’ব৷ তুলা ৰাশিত বুধ আৰু শুক্ৰৰ যুঁটিৰ ফলত লক্ষ্মী নাৰায়ণ ৰাজযোগ গঠিত হ’ব৷ অত্যন্ত শুভ এই ৰাজযোগৰ প্ৰভাৱত জাতকৰ সন্মান আৰু সম্পদ বৃদ্ধি পাব৷ ইয়াৰোপৰি এই সপ্তাহত পালিত হ’ব দুৰ্গাপূজাও৷ এই সময়ত শাৰদীয় নৱৰাত্ৰি চলি আছে৷ দেৱীৰ আগমনৰ সুখ এতিয়া চৌদিশে৷ জানি থওক এই সময়ত ৭ৰ পৰা ১৩ অক্টোবৰৰ ভিতৰত কোন ৰাশিৰ ভাগ্যত কি আছে?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকে সৰু সৰু ৰোগৰ কাৰণে কষ্ট পাব৷ সময় আৰু টকাৰ গুৰুত্ব বুজিব অন্যথা ভৱিষ্যতে অৰ্থাভাৱত পৰিব পাৰে৷ ঘৰত কিছু পৰিবৰ্তনৰ বাবে প্ৰিয় মানুহৰ সৈতে মতভেদ হ’ব পাৰে৷ সন্মান কমিব৷ এই সময়ত শত্ৰু সক্ৰিয় হৈ আছে৷ কিন্তু শত্ৰুৰ সৈতে ভাল ব্যৱহাৰ কৰি নিজৰ বন্ধু কৰি তুলিব পাৰিব৷ কম পৰিশ্ৰমত ভাল ফল পাব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকে এই সপ্তাহত মিশ্ৰ ফলাফল পাব৷ আদালতত কোনো গোচৰ চলি থাকিলে তাৰ পৰিণাম সম্পৰ্কে চিন্তা কৰি ব্যাকুল হ’ব৷ পৰিয়ালত অশান্তি থাকিব৷ আপোনাৰ ধন খৰচ কৰাব খোজা বন্ধু বান্ধৱীৰ পৰা এই সময়ত দূৰৈত থাকক৷ এই ৰাশিৰ ব্যৱসায়ীসকলে সপ্তাহৰ আৰম্ভণিতে কোনো ধৰণৰ লগ্নি নকৰিব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকে নিজৰ স্বাস্থ্যপ প্ৰতি সচেতন হৈ থাকক৷ প্ৰত্যাশাতকৈ বেছি আৰ্থিক সমস্যাৰ মুখামুখি হ’ব৷ এই সমস্যা সমাধানৰ পৰিবৰ্তে সংগীৰ সহযোগীতা ল’ব পাৰে৷ পৰিয়ালৰ সদস্যসকলৰ মাজত সামঞ্জস্য স্থাপন কৰিব পাৰিব৷ কেৰিয়াৰৰ কাৰণে মনত কোনো বিভ্ৰান্তি থাকিব৷ প্ৰতিকূল পৰিস্থিতিত কোনো প্ৰতিক্ৰিয়া নজনাব৷ শান্ত হৈ থাকক৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকে এই সপ্তাহত অভিজ্ঞ ব্যক্তিৰ সৈতে সাক্ষাতৰ বাবে চেষ্টা কৰিব৷ সামাজিক মিলামিছা বৃদ্ধি কৰিবলৈ গৈ নিজৰ স্বাস্থ্যক উপেক্ষা নকৰিব৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ সপ্তাহৰ আৰম্ভণিতে ভাল ফল পাব৷ ধীৰগতিত বিভিন্ন উৎসৰ পৰা অৰ্থৰ আগমন হ’ব৷ অৰ্থ সঞ্চয়ৰ চেষ্টা কৰক৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ স্বাস্থ্য দুৰ্বল হ’ব৷ এই অৱস্থাত অধিক যাত্ৰা কৰিব লগা হ’ব পাৰে৷ অৰ্থ সঞ্চয়ৰ ওপৰত জোৰ দিয়ক৷ পৰিয়ালৰ কোনো ঘনিষ্ঠ সদস্যই আপোনাৰ সৈতে বিশ্বাসঘাতকতা কৰিব পাৰে৷ ইয়াৰ ফলত মনৰ মাজত কষ্ট আৰু ভয় উৎপন্ন হ’ব৷ অতীতত কৰা পৰিশ্ৰমৰ দ্বাৰা কেৰিয়াৰত লাভ হ’ব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকে এই সপ্তাহ সাধাৰণভাৱে কটাব৷ ঘৰৰ ৰক্ষণাবেক্ষণ আৰু সাজসজ্জাত অৰ্থ ব্যয় হ’ব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনাৰ ব্যৱহাৰ বেয়া হ’ব পাৰে সেই বিষয়ত নজৰ ৰাখক৷ ভদ্ৰ আচৰণ কৰক৷ কৰ্মক্ষেত্ৰত ওঠানমা থাকিবই৷ কেৰিয়াৰত নতুন টাৰ্গেট আহিব৷ পৰিস্থিতি জটিল হৈ উঠিলে নিজৰ চৌপাশৰ লোকৰ পৰা সহায় লওক৷ উচ্চশিক্ষাৰ বাবে এই সময় ভাল৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকে এই মাহত শাৰীৰিক আৰু মানসিকভাৱে মজবুত থাকিব৷ মন ব্যাকুল হ’ব পাৰে৷ স্বাস্থ্যৰ যত্ন লওক৷ প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক৷ আপোনাৰ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ উন্নত হ’ব৷ ভাতৃ-ভগ্নীৰ পৰা প্ৰত্যাশাতকৈ বেছি সহযোগীতা পাব৷ কৰ্মক্ষেত্ৰত লক্ষ্য পূৰণৰ বাবে যি ৰণনীতি তৈয়াৰ কৰিছে তাত কোনো সহকৰ্মীয়ে বাধা সৃষ্টি কৰিব পাৰে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকে এই সপ্তাহত স্বাস্থ্যজনিত সমস্যাৰ মুখামুখি হ’ব পাৰে৷ ভাল মুনাফা উপাৰ্জনৰ সম্ভাৱনা থকা সত্ত্বেও অবৈধ কামত অৰ্থ ব্যয় নকৰিব৷ পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব৷ সন্তানক পঢ়াশুনাতকৈ খেলধেমালিৰ প্ৰতি গুৰুত্ব বাঢ়ি যোৱা দেখি হতাশো হ’ব পাৰে৷ কাৰ্যালয়ত ইতিবাচক পৰিবেশ থাকিব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকে এই সপ্তাহত অতীতৰ সমস্যাৰ পৰা স্বস্তি পাব৷ ভাল লাইফষ্টাইল মানি চলিলে সমস্যাৰ পৰা মুক্তি সম্ভৱ৷ আৰ্থিক লেনদেন এৰাই চলক৷ অলপ টকাৰ লোভত কোনো বেআইনী কাম কৰিবলৈ নাযাব৷ বন্ধুৱে কোনো ভাল পৰিকল্পনা তৈয়াৰ কৰিলে আপুনিও সেই কামত যুক্ত হ’ব পাৰে৷ এই ৰাশিৰ ব্যৱসায়ীয়ে সাফল্য লাভ কৰিব৷ পাৰিবাৰিক জীৱনত সমস্যা থাকিব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ বাবে অক্টোবৰ মাহৰ এই সপ্তাহটো ফলদায়ী হ’ব৷ কৰ্মক্ষেত্ৰত কামৰ চাপ বাঢ়িব৷ মানসিক অশান্তি আৰু সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ আপোনাৰ ব্যক্তিত্ব আৰু আকৰ্ষণৰ জোৰত নতুন বন্ধুত্ব গঢ়ি উঠিব পাৰে৷ কেৰিয়াৰত উন্নতিৰ প্ৰবল ইচ্ছাই আপোনাৰ প্ৰিয় মানুহৰ পৰা দূৰলৈ লৈ যাব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ ব্যস্ততা বাঢ়িব৷ মনোকামনা পূৰণ হ’ব৷ ভাগ্য আপোনাৰ সৈতে আছে৷ অতীতৰ চেষ্টা সফল হ’ব৷ ঋণ শোধ কৰিব পাৰিব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰস্তুতি লৈ থকাসকলে এই সময়ত লাভৱান হ’ব৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ নিজকে সুস্থ ৰখাৰ বাবে এই সপ্তাহত সমস্ত বদভ্যাস ত্যাগ কৰক৷ দীৰ্ঘম্যাদি লগ্নি এৰাই চলক৷ বন্ধুৰ সৈতে বাহিৰলৈ যাব পাৰে৷ পৰিয়ালৰ সদস্যসকলে পৰিবৰ্তনৰ সিদ্ধান্ত ল’ব পাৰে৷ এই পৰিবৰ্তনে আপোনাক প্ৰয়োজনতকৈ অধিক আৱেগপ্ৰবণ কৰি তুলিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!
জীৱনশৈলী

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

April 10, 2026
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?
প্ৰযুক্তি

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

April 10, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

April 10, 2026
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?
জীৱনশৈলী

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

April 10, 2026
Next Post
ঐশ্বৰ্যৰ বাবে কোনে গঢ়াইছিল ২০০ কিঃগ্ৰাঃৰ সোণ? কিয় এই বিশেষ আয়োজন?

ঐশ্বৰ্যৰ বাবে কোনে গঢ়াইছিল ২০০ কিঃগ্ৰাঃৰ সোণ? কিয় এই বিশেষ আয়োজন?

আহিনৰ শুক্লা পঞ্চমীত দিনজুৰি সৌভাগ্য যোগ, সুখ সমৃদ্ধিৰে শীৰ্ষত থাকিব এই ৫ৰাশি

আহিনৰ শুক্লা পঞ্চমীত দিনজুৰি সৌভাগ্য যোগ, সুখ সমৃদ্ধিৰে শীৰ্ষত থাকিব এই ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.