• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ বাঢ়িব দৰমহা! চৰকাৰী কৰ্মচাৰীৰ DAৰ শেহতীয়া আপডেট, কেতিয়া কিমান বাঢ়িব দৰমহা?

আকৌ বাঢ়িব দৰমহা! চৰকাৰী কৰ্মচাৰীৰ DAৰ শেহতীয়া আপডেট, কেতিয়া কিমান বাঢ়িব দৰমহা?

2 years ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

14 minutes ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

43 minutes ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

2 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

3 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

4 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

4 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

5 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

18 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

19 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

20 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আকৌ বাঢ়িব দৰমহা! চৰকাৰী কৰ্মচাৰীৰ DAৰ শেহতীয়া আপডেট, কেতিয়া কিমান বাঢ়িব দৰমহা?

আকৌ বাঢ়িব দৰমহা! চৰকাৰী কৰ্মচাৰীৰ DAৰ শেহতীয়া আপডেট, কেতিয়া কিমান বাঢ়িব দৰমহা?

editor by editor
September 2, 2024
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
আকৌ বাঢ়িব দৰমহা! চৰকাৰী কৰ্মচাৰীৰ DAৰ শেহতীয়া আপডেট, কেতিয়া কিমান বাঢ়িব দৰমহা?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছেপ্টেম্বৰ মাহত চৰকাৰী কৰ্মচাৰীৰ বাবে আছে ডাঙৰ খবৰ৷ ছেপ্টেম্বৰৰ তৃতীয় সপ্তাহতেই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে পাব ভাল খবৰ৷ সূত্ৰৰ খবৰ অনুসৰি ডি এ ৩ৰ পৰা ৪ শতাংশ বৃদ্ধি পাব। ইয়াৰ পূৰ্বে ২০২৪ চনৰ মাৰ্চ মাহত চৰকাৰে মূল দৰমহাৰ ৪ শতাংশৰ পৰা ৫০ শতাংশলৈকে ডি এ বৃদ্ধি কৰিছিল।

ডি এ কি?

ডি এ মানে Dearness Allowance যাক Dearness Allowance বুলিও কোৱা হয়। এই ধনৰাশি চৰকাৰী কৰ্মচাৰীক দিয়া হয়। মুদ্ৰাস্ফীতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে কৰ্মচাৰীক ডি এ উপহাৰ দিয়ে। ইয়াক কৰ্মচাৰীৰ মৌলিক দৰমহাৰ নিৰ্দিষ্ট শতাংশ হিচাপে দিয়া হয়। ডি এত মৌলিক দৰমহাৰ লগতে ঘৰৰ ভাড়া ভাট্টা আদি আন ধনো যোগ কৰা হয়৷

কেতিয়া ঘোষণা কৰা হ’ব আৰু বৃদ্ধি কিমান হ’ব?

ছেপ্টেম্বৰৰ দ্বিতীয় বা তৃতীয় সপ্তাহত চৰকাৰে এই কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে। তথ্য অনুসৰি ৩ শতাংশ বৃদ্ধি প্ৰায় নিশ্চিত। কিন্তু সম্ভাৱনাও প্ৰকাশ কৰা হৈছে যে ইয়াক ৪ শতাংশলৈকেও বৃদ্ধি হ’ব পাৰে ডি এ। ২০২৪ চনৰ মাৰ্চত চৰকাৰে ডি এ ৪ শতাংশ বৃদ্ধি কৰিছিল। বছৰত দুবাৰকৈ (জানুৱাৰী আৰু জুলাই) ডি এ আৰু ডি আৰ (Dearness Relief) বৃদ্ধি হয়৷

কভিড-১৯ৰ সময় কাটি ৰখা ডি এ পাবনে?

২০২০ চনৰ পৰা ২০২১ চনলৈ চৰকাৰে প্ৰায় ১৮ মাহ ধৰি ডি এ বন্ধ কৰি দিছিল। যাৰ বাবে কৰ্মচাৰীসকলে বহু প্ৰতিবাদো কৰিছিল। সেই স্থবিৰ ভাট্টা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে যে, সেই ধন কৰ্মচাৰীয়ে পাবনে?  বৰ্ষাকালীন অধিবেশনৰ সময়ত কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে এক বিবৃতি প্ৰদান কৰে। তেওঁ কয় যে ‘চৰকাৰে ডি এ আৰু ডিয়াৰনেছ ৰিলিফৰ ১৮ মাহৰ বকেয়া মুকলি নকৰে’।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই
জীৱনশৈলী

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

July 27, 2026
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!
ভাৰত

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

July 27, 2026
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

July 27, 2026
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক
জীৱনশৈলী

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

July 27, 2026
Next Post
গণেশৰ প্ৰিয় এই ৩ৰাশি, ৩ ৰাশিৰ ওপৰত গণেশৰ বিশেষ আশীৰ্বাদ থাকে

গণেশৰ প্ৰিয় এই ৩ৰাশি, ৩ ৰাশিৰ ওপৰত গণেশৰ বিশেষ আশীৰ্বাদ থাকে

বৈষ্ণোদেৱীলৈ যোৱা পথত ভয়ংকৰ ভূমিস্খলন, নি/হ/ত দুই তীৰ্থযাত্ৰী, আহতৰ সংখ্যা কিমান?

বৈষ্ণোদেৱীলৈ যোৱা পথত ভয়ংকৰ ভূমিস্খলন, নি/হ/ত দুই তীৰ্থযাত্ৰী, আহতৰ সংখ্যা কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.