• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ ধন যোগত লাভৱান হ’ব ৫ৰাশিৰ জাতক! ভাগ্য খুলিব মেষ, কৰ্কটসহ কেইবাটাও ৰাশিৰ

কাইলৈ ধন যোগত লাভৱান হ’ব ৫ৰাশিৰ জাতক! ভাগ্য খুলিব মেষ, কৰ্কটসহ কেইবাটাও ৰাশিৰ

3 years ago
dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

12 minutes ago
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

45 minutes ago
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

2 hours ago
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

2 hours ago
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

3 hours ago
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

3 hours ago
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

4 hours ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

5 hours ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

6 hours ago
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

7 hours ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

19 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ ধন যোগত লাভৱান হ’ব ৫ৰাশিৰ জাতক! ভাগ্য খুলিব মেষ, কৰ্কটসহ কেইবাটাও ৰাশিৰ

editor by editor
February 7, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কাইলৈ ধন যোগত লাভৱান হ’ব ৫ৰাশিৰ জাতক! ভাগ্য খুলিব মেষ, কৰ্কটসহ কেইবাটাও ৰাশিৰ
0
SHARES
20.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৮ ফেব্ৰুৱাৰী ২০২৪ বৃহস্পতিবাৰে চন্দ্ৰই প্ৰথমে ধনু ৰাশিত তাৰপিছত মকৰ ৰাশিত গোচৰ কৰিব। মকৰ ৰাশিত বুধ, সূৰ্য আৰু মঙ্গলৰ যুঁটিত গঠিত হৈছে বুধাদিত্য

ৰাজযোগ, আদিত্য মঙ্গল যোগ আৰু ত্ৰিগ্ৰহী যোগ। ইয়াৰোপৰি কাইলৈ আছে সিদ্ধি যোগ আৰু ধন যোগ। ইয়াৰোপৰি কাইলৈ উত্তৰাষাঢ়া নক্ষত্ৰ। এইসমূহ শুভ যোগৰ প্ৰভাৱত কাইলৈ কেইটামান ৰাশিৰ জাতকৰ ভাগ্যোদয় হ’ব। ইয়াৰোপৰি হিন্দুধৰ্ম অনুসৰি বৃহস্পতিবাৰ হৈছে শ্ৰী বিষ্ণুৰ প্ৰিয় দিন। জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব। এই ৫ৰাশিৰ জাতকে কাইলৈ নিজৰ সৌভাগ্যক কাষতেই পাব।

মেষ ৰাশি
কাইলৈ ৮ফেব্ৰুৱাৰীৰ দিনটো অত্যন্ত লাভজনক হ’ব মেষ ৰাশিৰ জাতকৰ। আপোনাৰ মনত কাইলৈ পজিটিভ চিন্তা আহি থাকিব। কোনো নতুন কাম কৰাৰ বাবে কাইলৈ দিনটো উত্তম সময়। নিজৰ চিন্তা আৰু কামত বৃহৎ সাফল্য লাভ কৰিব পাৰে। নিজৰ উপাৰ্জন কাইলৈ বহুপৰিমানে বৃদ্ধি পাব। নিজৰ কেৰিয়াৰতো উন্নতি কৰিব মেষ ৰাশিৰ জাতকে।

কৰ্কট ৰাশি
কাইলৈ দিনটো লাভজনক হ’ব কৰ্কট ৰাশিৰ জাতকৰ বাবেও। নিজৰ পেছাগত জীৱনত বিশেষ সফলতা লাভ কৰিব এই ৰাশিৰ জাতকে। কাইলৈ বিষ্ণুৰ আশীৰ্বাদ থাকিব কৰ্কট ৰাশিৰ জাতকৰ ওপৰত। নিজৰ ইচ্ছাশক্তিৰ জোৰত কাইলৈ বহু চেলেঞ্জ অতিক্ৰম কৰিব পাৰিব। পেছাগত আৰু ব্যক্তিগত জীৱনৰ মাজত বেলেন্স বজায় ৰাখিব পাৰিব। সংগীৰ সৈতে কাইলৈ ৰোমাণ্টিক সময় কটাব।

সিংহ ৰাশি
৮ফেব্ৰুৱাৰী সিংহ ৰাশিৰ জাতকৰ বাবে সাফল্যৰ দিন হৈ ধৰা দিব। ব্যৱসায়ীসকলে কাইলৈ মোটাকৈ ধন লাভ কৰিব। কাইলৈ বিনিয়োগৰ প্ৰতি আগ্ৰহী হৈ উঠিব এই ৰাশিৰ জাতক। ইয়াৰ ফলচ কাইলৈ ভৱিষ্যৎ সুৰক্ষা সম্পৰ্কীয় বৃহৎ কোনো সিদ্ধান্তও ল’ব পাৰে। কাৰ্যালয়ত সহকৰ্মী আৰু বছৰ সৈতে আপোনাৰ সম্পৰ্ক বেছ ভাল হ’ব। কাইলৈ সমাজত আপোনাৰ সন্মান বাঢ়িব।

মকৰ ৰাশি
কাইলৈ ধনযোগত ধন লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে মকৰ ৰাশিৰ জাতকৰ। কাইলৈ আপুনি স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি লাভ কৰিব পাৰে। পাবলগীয়া ধন ঘূৰাই পাব। সামাজিক মাধ্যমযোগে কোনো শুভ খবৰ লাভ কৰিব। নিজৰ কেৰিয়াৰ সংক্ৰান্তীয় কোনো ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। অন্য কোনো কোম্পানীৰ পৰা ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে।

মীন ৰাশি
কাইলৈ সিদ্ধি যোগৰ শুভ প্রভাৱ পাব মীন ৰাশিৰ জাতকে। কাইলৈ হঠাৎ অৰ্থ লাভ কৰিব আপুনি। উত্তৰাধিকাৰ সূত্ৰে কাইলৈ সম্পত্তি লাভৰ যোগ আছে। কাৰ্যালয়ৰ পৰা কোনো শুভ বাৰ্তা পাব পাৰে। পুৰণা কোনো অসুখ থাকিলে ভাল হ’ব। ৰাজনীতিৰ সৈতে যুক্ত ব্যক্তিয়ে কাইলৈ অতিৰিক্ত কামৰ দায়িত্ব পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?
জীৱনশৈলী

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

August 21, 2026
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়
জীৱনশৈলী

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

August 21, 2026
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!
জীৱনশৈলী

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

August 21, 2026
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’
বিনোদন

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

August 21, 2026
Next Post
স্বপ্নভংগ পুনম পাণ্ডেৰ! জৰায়ু কৰ্কটৰ সচেতনতা কেম্পেইনৰ ব্ৰেণ্ড এম্বেচাডৰৰ আৱেদন নাকচ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ

স্বপ্নভংগ পুনম পাণ্ডেৰ! জৰায়ু কৰ্কটৰ সচেতনতা কেম্পেইনৰ ব্ৰেণ্ড এম্বেচাডৰৰ আৱেদন নাকচ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ

চলি আছে ৰাজযোগ, প্রধানমন্ত্ৰীৰ আসনত আকৌ বহিব মোদী, ৪০০ আসন কোনোকাৰণতে লাভ নকৰে বিজেপিয় দাবী জ্যোতিষশাস্ত্ৰৰ

চলি আছে ৰাজযোগ, প্রধানমন্ত্ৰীৰ আসনত আকৌ বহিব মোদী, ৪০০ আসন কোনোকাৰণতে লাভ নকৰে বিজেপিয় দাবী জ্যোতিষশাস্ত্ৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.