• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ আটাইতকৈ দামী গাড়ীখন কি জানেনে? আৰু ইয়াৰ দাম কিমান?

বিশ্বৰ আটাইতকৈ দামী গাড়ীখন কি জানেনে? আৰু ইয়াৰ দাম কিমান?

1 month ago
নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

7 hours ago
বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

8 hours ago
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

9 hours ago
ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

9 hours ago
১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

10 hours ago
পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা

পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা

11 hours ago
বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

12 hours ago
আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

13 hours ago
দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

14 hours ago
এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

1 day ago
এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

1 day ago
প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুশ্বৰা বিবিৰ চাঞ্চল্যকৰ অডিঅ’ ক্লীপ লিক

প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুশ্বৰা বিবিৰ চাঞ্চল্যকৰ অডিঅ’ ক্লীপ লিক

1 day ago
  • About
  • Advertise
  • Careers
Wednesday, July 6, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বিশ্বৰ আটাইতকৈ দামী গাড়ীখন কি জানেনে? আৰু ইয়াৰ দাম কিমান?

editor by editor
May 23, 2022
in বাণিজ্য, বিশ্ব
0
বিশ্বৰ আটাইতকৈ দামী গাড়ীখন কি জানেনে? আৰু ইয়াৰ দাম কিমান?
0
SHARES
191
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ আটাইতকৈ দামী বাহনখনৰ নাম কি? আৰু ইয়াৰ মূল্য কিমান জানেনে? আজি আমি বিশ্বৰ আটাইতকৈ দামী গাড়ীখন আৰু ইয়াৰ মূল্যৰ বিষয়ে ক’বলৈ আগবাঢ়িছো৷

বিশ্বৰ এই দামী গাড়ীখন কোনটো ব্ৰেণ্ডৰ? বিশ্বৰ আটাইতকৈ দামী গাড়ীখন হৈছে বিলাসী বাহন নিৰ্মাণ প্ৰতিষ্ঠান মাৰ্চিডিজৰ৷ মাৰ্চিডিজৰ এই নিৰ্দিষ্ট বাহনখনে ২০১৮ত অভিলেখ প্ৰতিষ্ঠা কৰা ফেৰাৰী এখন বাহনৰ ৰেকৰ্ড ভংগ কৰিছে৷

এক নিলাম অনুষ্ঠানত মাৰ্ছিডিজ বেঞ্জ ৩০০ এছ এল আৰ উহলেনহাউট ক’প মডেলৰ বাহনখনে বিশ্বৰ আটাইতকৈ দামী বাহন হিচাপে অভিলেখ সৃষ্টি কৰিছে৷

 

লগতে পঢ়ক সাৱধান, অস্বাস্থ্যকৰ খাদ্য খাই হ’ব পাৰে অন্ধ! বিশেষজ্ঞৰ সতৰ্কবাণী

এই বাহনখনৰ নিলামত ১৩৫ মিলিয়ন ইউৰো ভাৰতীয় মূল্যত প্ৰায় ১১০৮ কোটি টকাৰ দৰ উঠে৷ মাৰ্ছিডিজ বেঞ্জৰ এই বাহনখনে যোৱা ৫ মে’ৰ নিলামত ১১০৮ কোটি টকা দৰ উঠি ২০১৮ চনত ফেৰাৰীৰ ২৫০ জিটিঅ’ৰ ৫০৩ কোটি টকাৰ অভিলেখ ভংগ কৰে৷

পূৰ্বতে মাৰ্চিডিজ বেঞ্জৰ মালিকানাধীন এই গাড়ীখন ৫ মে’ত মাৰ্চিডিজ বেঞ্জ সংগ্ৰহালয়ত আৰ এম ছ’থেবি’ছে অনুষ্ঠিত কৰা ব্যক্তিগত নিলামত বিক্ৰী কৰা হয়।

এই বাহনখনৰ বিশেষত্বটো হৈছে ১৯৫৫ চনৰ মাৰ্চিডিজ বেঞ্জ ৩০০ এছ এল আৰ মাত্ৰ দুখন ৩০০ এছ এল আৰ উহলেনহাউট ক’পে মাৰ্চিডিজ-বেঞ্জে নিৰ্মাণ কৰিছিল, আৰু ইয়াৰ নামকৰণ কৰা হৈছিল তেওঁলোকৰ মুখ্য অভিযন্তা ৰুডলফ উহলেনহাউটৰ নামেৰে। অৱশ্যে পিছলৈ এই ছিৰিজৰ গাড়ীৰ সংখ্যা ৯ খন হয়৷

 

লগতে পঢ়ক ‘সকলো মাদ্ৰাছা বন্ধ হ’ব! ঘৰতে শিকাওক কোৰান’ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্য

এই বাহনখন ডব্লিউ 196 আৰ গ্ৰেণ্ড প্ৰিক্স গাড়ীৰ ৰোড-গোয়িং সংস্কৰণ হিচাপে ডিজাইন কৰা হৈছিল৷ ইয়াত 3.0 লিটাৰৰ ষ্ট্ৰেইট-ইট ইঞ্জিন আছিল যাৰ ফলত ই ঘণ্টাত সৰ্বোচ্চ ১৮০ মাইল পৰ্যন্ত গতিবেগত যাব পাৰে।

বিক্ৰী হোৱা এই বাহনখন আছিল চেছিছ ০০০৮/৫৫ নিৰ্মিত গাড়ী দুখনৰ ভিতৰত দ্বিতীয়খন বাহন, আৰু যিখন গাড়ী উহলেনহাউটে নিজেই সঘনাই ব্যৱহাৰ কৰিছিল।

এই বিক্ৰীয়ে ৩০০ এছ এল আৰক এতিয়ালৈকে নিলামত বিক্ৰী হোৱা আটাইতকৈ দামী বাহনৰ অভিলেখ সৃষ্টি কৰিছে যিটো দীৰ্ঘদিনৰ বাবে ভংগ নহ’ব বুলিয়ে ধাৰণা কৰা হৈছে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 1955 Mercedes Benz 300 SLR Uhlenhautasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMercedes-Benz
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!
ভাৰত

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

July 5, 2022
পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা
বিবিধ

পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা

July 5, 2022
আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?
বিশ্ব

আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

July 5, 2022
এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’
বিশ্ব

এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

July 4, 2022 - Updated on July 5, 2022
Next Post
সিংহৰ সৈতে ল’ৰা-ধেমালি! হাতৰ আঙুলি এৰুৱাই নিলে সিংহই, চাওক ভিডিঅ’

সিংহৰ সৈতে ল’ৰা-ধেমালি! হাতৰ আঙুলি এৰুৱাই নিলে সিংহই, চাওক ভিডিঅ’

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ৰাছিয়ান সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড ইউক্ৰেইনৰ

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ৰাছিয়ান সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড ইউক্ৰেইনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.