• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসাধ্য সাধন! ৫,৩৬৪ মিটাৰ উচ্চতাৰ এভাৰেষ্টৰ বেছ কেম্পত আৰোহণ ১০ বছৰীয়া কন্যা শিশুৰ

অসাধ্য সাধন! ৫,৩৬৪ মিটাৰ উচ্চতাৰ এভাৰেষ্টৰ বেছ কেম্পত আৰোহণ ১০ বছৰীয়া কন্যা শিশুৰ

4 years ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

17 minutes ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

58 minutes ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

1 hour ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

2 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

3 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

3 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

3 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

4 hours ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

5 hours ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

6 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অসাধ্য সাধন! ৫,৩৬৪ মিটাৰ উচ্চতাৰ এভাৰেষ্টৰ বেছ কেম্পত আৰোহণ ১০ বছৰীয়া কন্যা শিশুৰ

editor by editor
May 23, 2022
in ক্ৰীড়া, ভাৰত
0
অসাধ্য সাধন! ৫,৩৬৪ মিটাৰ উচ্চতাৰ এভাৰেষ্টৰ বেছ কেম্পত আৰোহণ ১০ বছৰীয়া কন্যা শিশুৰ
0
SHARES
89
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০ বছৰীয়া এগৰাকী কন্যা শিশুৱে এক বিৰল কৃতিত্ব স্থাপন কৰিছে৷ মুম্বাইৰ ১০ বছৰীয়া এটি কন্যা শিশুৱে -১০ ডিগ্ৰী চেলছিয়াছ শীত, ঠেক ভূখণ্ড, শিলাবৃষ্টি, বৰফ আদিৰ প্ৰত্যাহ্বানক নেওচি এভাৰেষ্টৰ ৫,৩৬৪ মিটাৰ উচ্চতাৰ বেছ কেম্পত উপস্থিত হৈছে৷

যোৱা ২৫ এপ্ৰিলত এভাৰেষ্ট আৰোহণৰ বাবে যাত্ৰা কৰা এই শিশু কন্যাগৰাকী হৈছে মুম্বাই বান্দ্ৰাৰ উপনগৰৰ এম ই টি ঋষিকুল বিদ্যালয়ৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী ৰিদম৷

২৫ এপ্ৰিলত যাত্ৰা আৰম্ভ কৰা ৰিদমে যোৱা ৬ মে’ত সাগৰৰ পৃষ্ঠৰ পৰা ৫,৩৬৪ মিটাৰ উচ্চতাৰ এভাৰেষ্ট শৃংগৰ নেপালৰ দক্ষিণত অৱস্থিত বেছ কেম্পত উপস্থিত হয়৷

লগতে পঢ়ক ‘সকলো মাদ্ৰাছা বন্ধ হ’ব! ঘৰতে শিকাওক কোৰান’ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্য

এএনআই-এ প্ৰকাশ কৰা অনুসৰি ১১ দিনীয়া সংৰ্ঘষপূৰণ যাত্ৰাৰ অন্তত অন্যান্য পৰ্বাৰোহীসকলৰ সৈতে ১০ বছৰীয়া কন্যা শিশুটিয়েও নিশা প্ৰায় ১ বজাত উক্ত শিবিৰত উপস্থিত হয়৷

ৰিদমৰ এই সাফল্যত অত্যন্ত উৎফুল্লিত মাতৃ উৰ্মীয়ে কয় যে পাহাৰ তথা পৰ্বতাৰোহণৰ প্ৰতি মাত্ৰ ৫ বছৰৰ বয়সৰ পৰাই ৰিদম আকৃষ্ট হয়৷ আৰু তেতিয়াৰ পৰাই ৰিদমে পৰ্বতাহোৰণৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে৷

ইমানেই নহয়, এই শিশু পৰ্বতাৰোহীগৰাকীয়ে সহ্যাদ্ৰী পৰ্বতমালাৰ কৰ্ণালা, লোহাগদ, মহুলী দুৰ্গ কেবাটাও শৃংগৰ শিখৰত উপস্থিত হৈছিল৷

লগতে পঢ়ক iPhone নহয় বিল গেটছে ব্যৱহাৰ কৰে এইটো ফোন

ইফালে, ৰিদমে সাহস কৰি ৮-৯ ঘণ্টা খোজ কাঢ়ি বেছ কেম্পত উপস্থিত হোৱাৰ পিছতে গোটেই গোটটোৰ সদস্যসকলে হেলিকপ্টাৰেৰে উভতি আহিবলৈ লোৱা সিদ্ধান্তৰ বিপৰীতে পুনৰ ট্ৰেকিং কৰি উভতিবলৈ বিচাৰে৷

“বেছ কেম্পত উপস্থিত হোৱাৰ পিছত গোটটোৰ আন সদস্যসকলে হেলিকপ্টাৰেৰে উভতি অহাৰ সিদ্ধান্ত লয়, কিন্তু ৰিদমে খোজ কাঢ়ি তললৈ নামি যাব বুলি জোৰ দিলে। আৰু সেইবাবেই আমি চাৰিজনে ইয়াক নামি অহাৰ সিদ্ধান্ত লৈছিলো৷’’ ৰিদমৰ মাতৃ উৰ্মিয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamEverest base campmount everest
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?
অসম

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

September 15, 2026
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ
বিনোদন

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

September 15, 2026
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা
অপৰাধ

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

September 15, 2026
Next Post
বিশ্বৰ আটাইতকৈ দামী গাড়ীখন কি জানেনে? আৰু ইয়াৰ দাম কিমান?

বিশ্বৰ আটাইতকৈ দামী গাড়ীখন কি জানেনে? আৰু ইয়াৰ দাম কিমান?

সিংহৰ সৈতে ল’ৰা-ধেমালি! হাতৰ আঙুলি এৰুৱাই নিলে সিংহই, চাওক ভিডিঅ’

সিংহৰ সৈতে ল’ৰা-ধেমালি! হাতৰ আঙুলি এৰুৱাই নিলে সিংহই, চাওক ভিডিঅ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.