• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান, অস্বাস্থ্যকৰ খাদ্য খাই হ’ব পাৰে অন্ধ! বিশেষজ্ঞৰ সতৰ্কবাণী

সাৱধান, অস্বাস্থ্যকৰ খাদ্য খাই হ’ব পাৰে অন্ধ! বিশেষজ্ঞৰ সতৰ্কবাণী

4 years ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

5 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

6 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

6 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

7 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

7 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

8 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

8 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

10 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

10 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

10 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

11 hours ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

সাৱধান, অস্বাস্থ্যকৰ খাদ্য খাই হ’ব পাৰে অন্ধ! বিশেষজ্ঞৰ সতৰ্কবাণী

editor by editor
May 23, 2022
in অসম, স্বাস্থ্য
0
সাৱধান, অস্বাস্থ্যকৰ খাদ্য খাই হ’ব পাৰে অন্ধ! বিশেষজ্ঞৰ সতৰ্কবাণী
0
SHARES
248
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দৃষ্টিশক্তি হেৰুৱাই পেলোৱাটো হৈছে এজন ব্যক্তিৰ জীৱনৰ আটাইতকৈ হৃদয় বিদাৰক ঘটনা। সাধাৰণতে বয়স বৃদ্ধিৰ লগে লগে চকুৰ দৃষ্টি শক্তি হ্ৰাস হোৱা স্বাভাৱিক ঘটনা৷ কিছুমান লোকৰ দৃষ্টি শক্তি জন্মগতভাৱে কিছু দুৰ্বল হ’ব পাৰে৷ ইয়াৰ বাদে সাধাৰণতে কিছুমান মানুহে দুৰ্ঘটনাজনিত কাৰণতো চকুৰ দৃষ্টি শক্তি হেৰুওৱাব পাৰে!

কিন্তু কেতিয়াবা এইবোৰ কাৰক বা দুৰ্ঘটনাৰ বাদে অন্য এক কাৰণৰ বাবে মানুহৰ দৃষ্টি শক্তি হ্ৰাস হ’ব পাৰে! অনিয়ন্ত্ৰিত ডায়েবেটিছ বা অস্বাস্থ্যকৰ খাদ্যৰ বাবেও চকুৰ দৃষ্টিহীনতাত ভুগিব পাৰে!

কথাটো শুনবিলৈ আচৰিত যেন লাগিলেও কিছুমান অস্বাস্থ্যকৰ খাদ্য যাৰ ফলত দৃষ্টিশক্তি হেৰুৱাব পাৰে বুলি কিছু বিশেষজ্ঞই মত প্ৰকাশ কৰে৷

লগতে পঢ়ক iPhone নহয় বিল গেটছে ব্যৱহাৰ কৰে এইটো ফোন

তেওঁলোকৰ মতে অত্যধিক চেনিযুক্ত খাদ্য আৰু অপৰিশোধিত কাৰ্বহাইড্ৰেটযুক্ত খাদ্য অধিক পৰিমাণে গ্ৰহণৰ ফলত এনে হোৱাৰ সম্ভাৱনা আছে৷

তেজৰ চেনিৰ মাত্ৰা অস্বাভাৱিকভাৱে উচ্চ হ’লে টাইপ-২ ডায়েবেটিছ হ’ব পাৰে৷ যিটোক প্ৰতিৰোধৰ বাবে দীৰ্ঘদিনীয়া ইনচুলিন ব্যৱহাৰ বাবে বিপাকীয় চিনড্ৰম, ওজন বৃদ্ধি আৰু চৰম ক্ষেত্ৰত লোৱা ডায়েবেটিক ৰেটিনোপেথী যিয়ে চকুৰ ক্ষতি কৰিব পাৰে।

লগতে পঢ়ক পাক ৰমনীৰ মোহত বন্দী সেনা জোৱান! গোপনীয় তথ্য সৰ্পি হ’ল গ্ৰেপ্তাৰ

ৰুটি, পাস্তা, কেচাপ, আৰু ফিজি ড্ৰিংকছ আদিয়েও দৃষ্টিশক্তি হেৰুওৱাত ভূমিকা গ্ৰহণ কৰিব পাৰে। এইসমূহ খাদ্যই তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে। বিশেষজ্ঞসকলে কয় যে তেজৰ চেনি বৃদ্ধি কৰিলে বয়সৰ লগত জড়িত মেকুলাৰ ডিজেনেৰেচন হ’ব পাৰে যিয়ে ৰেটিনাৰ ক্ষতি কৰিব পাৰে।

ইয়াৰ ফলত দৃষ্টিশক্তি হ্ৰাস কৰিব পাৰে আৰু অধিক অজ্ঞানতাই অন্ধতা সৃষ্টি কৰিব পাৰে।

চকুৰ ক্ষতি কৰিব পৰা আন খাদ্যসমূহ হ’ল—

বেকন, হাম, আৰু চচ্চেজৰ দৰে প্ৰচেছড মাংস, নিমখ, কেফেইন৷ নিমখ আৰু কেফেইনে অতিৰিক্তভাৱে সেৱন কৰিলে ৰক্তচাপৰ মাত্ৰা বৃদ্ধি কৰে আৰু সেয়েহে ৰক্তবাহী নলীসমূহৰ ক্ষতি কৰিব পাৰে যাৰ ফলত দৃষ্টিশক্তি হেৰুৱাব পাৰে।

টোকাঃ এই ক্ষেত্ৰত বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাতো অতিশয় আৱশ্যক৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhealth tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!
জীৱনশৈলী

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

August 21, 2026
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক
জীৱনশৈলী

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

August 21, 2026
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক
জীৱনশৈলী

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

August 21, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

August 21, 2026
Next Post
অসাধ্য সাধন! ৫,৩৬৪ মিটাৰ উচ্চতাৰ এভাৰেষ্টৰ বেছ কেম্পত আৰোহণ ১০ বছৰীয়া কন্যা শিশুৰ

অসাধ্য সাধন! ৫,৩৬৪ মিটাৰ উচ্চতাৰ এভাৰেষ্টৰ বেছ কেম্পত আৰোহণ ১০ বছৰীয়া কন্যা শিশুৰ

বিশ্বৰ আটাইতকৈ দামী গাড়ীখন কি জানেনে? আৰু ইয়াৰ দাম কিমান?

বিশ্বৰ আটাইতকৈ দামী গাড়ীখন কি জানেনে? আৰু ইয়াৰ দাম কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.