• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাক ৰমনীৰ মোহত বন্দী সেনা জোৱান! গোপনীয় তথ্য সৰ্পি হ’ল গ্ৰেপ্তাৰ

পাক ৰমনীৰ মোহত বন্দী সেনা জোৱান! গোপনীয় তথ্য সৰ্পি হ’ল গ্ৰেপ্তাৰ

4 years ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

41 minutes ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

1 hour ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

2 hours ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

2 hours ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

3 hours ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

4 hours ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

4 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

5 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

6 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

7 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

8 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পাক ৰমনীৰ মোহত বন্দী সেনা জোৱান! গোপনীয় তথ্য সৰ্পি হ’ল গ্ৰেপ্তাৰ

editor by editor
May 21, 2022
in অপৰাধ, ভাৰত
0
পাক ৰমনীৰ মোহত বন্দী সেনা জোৱান! গোপনীয় তথ্য সৰ্পি হ’ল গ্ৰেপ্তাৰ
0
SHARES
135
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিবাৰে এগৰাকী শীৰ্ষ চোৰাংচোৱা বিষয়াই প্ৰকাশ কৰা কৰিছে যে সেনাৰ এজন জোৱানক এগৰাকী যুৱতী পাকিস্তানী এজেণ্টক সেনা বাহিনীৰ গোপনীয় আৰু স্পৰ্শকাতৰ তথ্য যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

যোধপুৰত নিয়োজিত সেনা জোৱান প্ৰদীপ কুমাৰে পাকিস্তানী চোৰাংচোৱা সংস্থাটোৰ এগৰাকী যুৱতী এজেণ্টৰ মোহত বন্দী হৈ দেশৰ নিৰাপত্তা সম্পৰ্কীয় বিভিন্ন গোপন আৰু স্পৰ্শকাতৰ তথ্য যোগান ধৰি আহিছিল৷ জোৱানজনৰ গতি বিধি কেবাদিনো নিৰীক্ষণ কৰাৰ পিছতে শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় বুলি চোৰাংচোৱা সংস্থাৰ শীৰ্ষ বিষয়াগৰাকীয়ে সদৰী কৰিছে৷

তদন্তত জোৱানগৰাকীৰ ফেচবুক আৰু হোৱাটছএপৰ জৰিয়তে পাকিস্তানী যুৱতী এজেণ্টগৰাকীৰ সৈতে সম্পৰ্কত থকা আৰু গোপনীয় তথ্য যোগান ধৰাৰ প্ৰমাণ পোৱা বুলিও বিষয়াগৰাকীয়ে প্ৰৰাশ কৰিছে।

লগতে পঢ়ক কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?

বিষয়াগৰাকীয়ে সদৰী কৰা মতে যোৱা ১৮ মে’ত অভিযুক্ত সেনা জোৱানজনক জেৰাৰ বাবে জিম্মাত লোৱা হৈছিল আৰু তাৰ পিছত গ্ৰেপ্তাৰ কৰা হয়৷ বিষয়াগৰাকীয়ে লগতে কয় যে উত্তৰাখণ্ডৰ বাসিন্দা কুমাৰে মাত্ৰ তিনি বছৰ পূৰ্বেহে সেনা বাহিনীত যোগদান কৰিছিল।

প্ৰায় ছমাহ পূৰ্বে পাকিস্তানী যুৱতীগৰাকীয়ে অভিযুক্ত কুমাৰৰ সৈতে মোবাইল যোগে যোগাযোগ কৰি নিজকে বঙাইগাঁৱৰ মিলিটাৰী নাৰ্চিং সেৱাৰ কৰ্মচাৰী বুলি পৰিচয় দিছিল।

লগতে পঢ়ক ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক

যুৱতীগৰাকীয়ে কুমাৰক দিল্লীত সাক্ষাৎ কৰাৰ প্ৰলোভন দিয়াৰ লগতে বিয়াৰ প্ৰস্তাৱো দিছিল বুলিও বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে৷ ইয়াৰ পিছতে হনী ট্ৰেপিঙৰ জৰিয়তে পাক যুৱতীগৰাকীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে বহু গোপনীয় তথ্য আৰু নথি-পত্ৰৰে কুমাৰৰ পৰা আদায় কৰিছিল৷

সেনা জোৱান প্ৰদীপ কুমাৰ বিৰুদ্ধে অফিচিয়েল ছিক্ৰেটছ এক্ট, ১৯২৩ৰ অধীনত গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰা হৈছে আৰু অধিক তথ্য ফাদিল কৰাৰ বাবে জেৰা চলাই থকা হৈছে বুলি বিষয়াগৰাকীয়ে সদৰী কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamindian army
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে
বিনোদন

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

August 31, 2026
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’
ভাৰত

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

August 31, 2026
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত
বিনোদন

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

August 31, 2026
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়
ভাৰত

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

August 31, 2026
Next Post
iPhone নহয় বিল গেটছে ব্যৱহাৰ কৰে এইটো ফোন

iPhone নহয় বিল গেটছে ব্যৱহাৰ কৰে এইটো ফোন

‘সকলো মাদ্ৰাছা বন্ধ হ’ব! ঘৰতে শিকাওক কোৰান’ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্য

‘সকলো মাদ্ৰাছা বন্ধ হ’ব! ঘৰতে শিকাওক কোৰান’ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.