• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘সকলো মাদ্ৰাছা বন্ধ হ’ব! ঘৰতে শিকাওক কোৰান’ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্য

‘সকলো মাদ্ৰাছা বন্ধ হ’ব! ঘৰতে শিকাওক কোৰান’ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্য

4 years ago
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

33 minutes ago
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

1 hour ago
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

2 hours ago
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

2 hours ago
CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

3 hours ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

4 hours ago
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

5 hours ago
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

6 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

7 hours ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

20 hours ago
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

21 hours ago
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘সকলো মাদ্ৰাছা বন্ধ হ’ব! ঘৰতে শিকাওক কোৰান’ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্য

editor by editor
May 23, 2022
in অসম, ভাৰত, ৰাজনীতি
0
‘সকলো মাদ্ৰাছা বন্ধ হ’ব! ঘৰতে শিকাওক কোৰান’ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্য
0
SHARES
180
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সকলো ‘মাদ্ৰাছা’ক বিলোপ কৰিব লাগে মন্তব্য কৰি পুনৰ দেশজুৰি বিতৰ্কৰ সূচনা কৰিছে৷ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ মন্তব্য কৰিছে যে দেশত সকলো মাদ্ৰাছাক বন্ধ কৰিব লাগে আৰু কেৱল ঘৰতে কোৰাণৰ শিক্ষা প্ৰদান কৰিব লাগে৷

দিল্লীৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমৰ সকলো মুছলমানেই হিন্দু আছিল৷ অৰ্থাৎ বৰ্তমানৰ সকলো মুছলমানৰে ‘হিন্দুৰ অতীত’ আছে৷

মুখ্যমন্ত্ৰী শৰ্মাই এক প্ৰশ্ন উত্তৰত আন এক বিতৰ্কিত মন্তব্য কৰাও পৰিলক্ষিত হয়৷ তেওঁক সোধা হৈছিল যে দেশৰ মুছলমান ধৰ্মাৱলম্বী শিক্ষাৰ্থীসকল হিন্দু শিক্ষাৰ্থীসকলতকৈ কিয় মেধাৱী হয়? সেই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এইদৰে কয় যে ভাৰতৰ সকলো মুছলমানৰেই হিন্দু অতীতত আছে সেয়ে এতিয়া মুছলমান শিক্ষাৰ্থীসকল অতি মেধাৱী৷

লগতে পঢ়ক কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ

মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ মতে দেশত ‘মাদ্ৰাছা’ থকালৈকে কোনো শিশুৱে চিকিৎসক-অভিযন্তা হ’ব নোৱাৰিব৷ কাৰণ তেওঁলোকে মাদ্ৰাছালৈ গৈ মোল্লা-মৌলবী হোৱাৰ শিক্ষা লাভ কৰি সেইবোৰ হোৱাৰহে চিন্তা কৰিব৷

‘‘মাদ্ৰাছাত পঢ়িলে ডাক্তৰ বা অভিযন্তা হ’ব নোৱাৰিবা বুলি ক’লে তেওঁলোকে নিজেই মাদ্ৰাছালৈ যাবলৈ অস্বীকাৰ কৰিব। সন্তানক কোৰান শিকাওক, কিন্তু ঘৰত শিকাওক। মাদ্ৰাছাত শিশুক ভৰ্তি কৰিলে তেওঁলোকৰ মানৱ অধিকাৰ উলংঘা কৰা হয়।’’ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়৷

লগতে পঢ়ক কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?

ডঃ শৰ্মাৰ মতে সকলো শিশুকে বিজ্ঞান, গণিত, জীৱবিজ্ঞান, উদ্ভিদ বিজ্ঞান, আৰু প্ৰাণীবিজ্ঞান শিকোৱাৰ ওপৰত গুৰুত্ব দিব লাগে৷ তেওঁলোক চিকিৎসক, অভিযন্তা, অধ্যাপক, বিজ্ঞানী হ’বলৈ পঢ়া-শুনা কৰা উচিত।

২০২০ চনত অসম চৰকাৰে চৰকাৰীভাৱে পৰিচালিত সকলো মাদ্ৰাছা ভংগ কৰি ধৰ্মনিৰপেক্ষ শিক্ষা প্ৰদান কৰিবলৈ সাধাৰণ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলিও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়৷।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Assam CM Himanta Biswa Sarmaassam live 24 digitalaxom live 24axom live 24 digitalmadrassaquran
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ
উত্তৰ-পূব

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

July 30, 2026
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?
অপৰাধ

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

July 30, 2026
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ
ৰাজনীতি

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

July 30, 2026
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’
ৰাজনীতি

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

July 30, 2026
Next Post
সাৱধান, অস্বাস্থ্যকৰ খাদ্য খাই হ’ব পাৰে অন্ধ! বিশেষজ্ঞৰ সতৰ্কবাণী

সাৱধান, অস্বাস্থ্যকৰ খাদ্য খাই হ’ব পাৰে অন্ধ! বিশেষজ্ঞৰ সতৰ্কবাণী

অসাধ্য সাধন! ৫,৩৬৪ মিটাৰ উচ্চতাৰ এভাৰেষ্টৰ বেছ কেম্পত আৰোহণ ১০ বছৰীয়া কন্যা শিশুৰ

অসাধ্য সাধন! ৫,৩৬৪ মিটাৰ উচ্চতাৰ এভাৰেষ্টৰ বেছ কেম্পত আৰোহণ ১০ বছৰীয়া কন্যা শিশুৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.