• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯ ছেপ্টেম্বৰৰ দিনটো কিয় বিশেষ? ৯ঃ৯ঃ৯ ইয়াৰ অৰ্থ কি? মনৰ অপূৰ্ণ ইচ্ছা পূৰণ হ’বলৈ কি কৰিব?

৯ ছেপ্টেম্বৰৰ দিনটো কিয় বিশেষ? ৯ঃ৯ঃ৯ ইয়াৰ অৰ্থ কি? মনৰ অপূৰ্ণ ইচ্ছা পূৰণ হ’বলৈ কি কৰিব?

7 months ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

6 minutes ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

52 minutes ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

2 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

2 hours ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

2 hours ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

3 hours ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

3 hours ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

3 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

4 hours ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

4 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

5 hours ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৯ ছেপ্টেম্বৰৰ দিনটো কিয় বিশেষ? ৯ঃ৯ঃ৯ ইয়াৰ অৰ্থ কি? মনৰ অপূৰ্ণ ইচ্ছা পূৰণ হ’বলৈ কি কৰিব?

৯ ছেপ্টেম্বৰৰ দিনটো কিয় বিশেষ? ৯ঃ৯ঃ৯ ইয়াৰ অৰ্থ কি? মনৰ অপূৰ্ণ ইচ্ছা পূৰণ হ’বলৈ কি কৰিব?

editor by editor
September 8, 2025
in জীৱনশৈলী
0
৯ ছেপ্টেম্বৰৰ দিনটো কিয় বিশেষ? ৯ঃ৯ঃ৯ ইয়াৰ অৰ্থ কি? মনৰ অপূৰ্ণ ইচ্ছা পূৰণ হ’বলৈ কি কৰিব?
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সংখ্যাতত্ব বা নিউমাৰলজিৰ দৃষ্টিকোণৰ পৰা ২০২৫ চনৰ ৯ ছেপ্টেম্বৰৰ দিনটোক বিশেষ বুলি গণ্য কৰা হয়৷ এই দিনটোত এটা আচৰিত আৰু বিৰল কাকতলীয়া সংযোগ সৃষ্টি হব৷ যাক কোৱা হৈছে ৯ঃ৯ঃ৯৷ ৯ সংখ্যাটোক সিদ্ধতা, আধ্যাত্মিকতা, জাগৰণ, কৰ্ম আৰু নতুন আৰম্ভণিৰ ফলত প্ৰতীক হিচাপে গণ্য কৰা হয়৷ এই সংখ্যা তিনিবাৰ একেলগে থাকিলে ইয়াৰ প্ৰভাৱ আৰু বাঢ়ে৷ এইবাৰ ৯ তাৰিখ ছেপ্টেম্বৰ মাহ অৰ্থাৎ ৯ নম্বৰ মাহ আৰু ২০২৫ বৰ্ষ ২,০,২,৫ যোগ কৰিলে যোগফলো হয় ৯৷ অৰ্থাৎ দিন মাহ তাৰিখ সকলো ৯ লৈ গঠন কৰা বিশেষ যোগত পৰিছে মঙলবাৰ৷ এই দিনটোত আপুনি মনত ৰখা যিকোনো ইচ্ছা পূৰণৰ বাবে প্ৰাৰ্থনা কৰে তেন্তে আপুনি শুভ ফল নিশ্চয় লাভ কৰিবই৷

জ্যোতিষশাস্ত্ৰৰ মতে এই দিনটোৱে মহাজাগতিক শক্তিৰ সৈতে সংযোগ স্থাপন কৰি আপোনাৰ সপোন আৰু ইচ্ছাক বাস্তবায়িত কৰাৰ এক উৎকৃষ্ট সুযোগ প্ৰদান কৰিছে৷ জ্যোতিষ বিশেষজ্ঞসকলৰ মতে ৯ ছেপ্টেম্বৰত এই বিশেষ যোগত ৰৈ যোৱা বহু কাম, পুৰণি বান্ধোনৰ পৰা মুক্তি আৰু আধ্যাত্মিক শক্তি জাগ্ৰত কৰাৰ সময়৷ এই দিনটোৱে আধ্যাত্মিক অনুশীলন, ধ্যান, দৃঢ়তা আৰু ইতিবাচক চিন্তাৰ সৈতে সংযোগ স্থাপন কৰি আপোনাৰ ইচ্ছাক বাস্তৱত পৰিণত কৰাৰ বাৰ্তা প্ৰদান কৰে৷

সংখ্যাতত্ত্বত ৯ নম্বৰটো নিখুঁততাৰ সৈতে জড়িত, গতিকে এই দিনটোত ভগৱানৰ ওচৰত আপুনি যি বিচাৰে সেয়া পূৰ্ণ হোৱাৰ সম্ভাৱনা বাঢ়ে৷ এই সময়তে আপুনি পুৰণি কাম শেষ কৰি নতুন কামৰ বাট মুকলিৰ বাবে প্ৰাৰ্থনা কৰিব পাৰে৷ বিফলতাক ঠেলি নতুন আৰম্ভণি, ইতিবাচক পৰিবৰ্তন আৰু সপোন বাস্তবায়িত কৰাৰ সময় এয়া৷

৯ ছেপ্টেম্বৰত Manifestation কেনেকৈ কৰিব?

আপুনি যদি কোনো ইচ্ছাপূৰণৰ বাবে এই দিনটোত বিশেষ কিবা কৰিব খুজ্ছে তেন্তে ইয়াৰ বাবে আপোনাক প্ৰয়োজন হ’ব তেজপাতৰ৷ ৫খন তেজপাত লৈ আপোনাৰ ইচ্ছাসমূহ মাৰ্কাৰ বা স্কেছপেনেৰে তাত লিখি অগ্নিত আহুতি দি প্ৰাৰ্থনা কৰক৷ মনৰ ইচ্ছা পূৰণ হব আপোনাৰ৷

(এই প্ৰতিবেদন জ্যোতিষশাস্ত্ৰৰ আধাৰত লিখা হৈছে৷ ইয়াৰ সত্যাসত্য অসম লাইভ২৪য়ে বিশ্লেষণ কৰি চোৱা নাই৷ কোনো জ্যোতিষীক সুধিয়ে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং
জীৱনশৈলী

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

March 31, 2026
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?
খাদ্য

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

March 31, 2026
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?
খাদ্য

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

March 31, 2026
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
Next Post
দেৱীপক্ষৰ আৰম্ভণিতেই সূৰ্যগ্ৰহণ! কোন কোন ৰাশিৰ জীৱনত ইয়াৰ শুভ প্ৰভাৱ পৰিব? কোন কোন ৰাশিৰ জাতক সতৰ্ক হৈ থাকিব?

দেৱীপক্ষৰ আৰম্ভণিতেই সূৰ্যগ্ৰহণ! কোন কোন ৰাশিৰ জীৱনত ইয়াৰ শুভ প্ৰভাৱ পৰিব? কোন কোন ৰাশিৰ জাতক সতৰ্ক হৈ থাকিব?

পদত্যাগ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ! পদত্যাগৰ পাছতেই ব্যক্তিগত এয়াৰলাইন্সৰ সৈতে যোগাযোগ, দেশ এৰি ডুবাইলৈ পলোৱাৰ পূৰ্ণ সম্ভাৱনা

পদত্যাগ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ! পদত্যাগৰ পাছতেই ব্যক্তিগত এয়াৰলাইন্সৰ সৈতে যোগাযোগ, দেশ এৰি ডুবাইলৈ পলোৱাৰ পূৰ্ণ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.