• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ৰোনাৰ প্ৰথম পালি ভেকচিনৰ পৰা কি  লাভালাভ?

ক’ৰোনাৰ প্ৰথম পালি ভেকচিনৰ পৰা কি  লাভালাভ?

5 years ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

2 minutes ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

42 minutes ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

1 hour ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

2 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

3 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

3 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

4 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

5 hours ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

7 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

7 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

8 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

ক’ৰোনাৰ প্ৰথম পালি ভেকচিনৰ পৰা কি  লাভালাভ?

editor by editor
May 18, 2021
in ক'ভিড-১৯
0
ক’ৰোনাৰ প্ৰথম পালি ভেকচিনৰ পৰা কি  লাভালাভ?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ভিশ্বীল্ডৰ এটা পালিয়েও জীৱন ৰক্ষা কৰিব পাৰে আপোনাৰ। পাব্লিক হেল্থ ইংলেণ্ডৰ এক শেহতীয়া অধ্যয়নত প্ৰকাশ পাইছে এই তথ্য। গৱেষণাৰ তথ্য মতে, ভেকচিন গ্ৰহণ কৰাৰ পাছত ক’ৰোনাত আক্ৰান্ত হ’লেও অধিকসংখ্যকৰে  অৱস্থা গুৰুতৰ নহয়। ক’ভিশ্বীল্ড গ্ৰহণ কৰা ৫৫ শতাংশৰ মৃত্যুশংকা কমে। দুটা ড’জ গ্ৰহণ কৰাসকলৰ সংক্ৰমণৰ হাৰ প্ৰায় শূন্য। ক’ভাক্সিনৰ দুয়ো পালি লোৱা ০.০৪ শতাংশহে আক্ৰান্তৰ তথ্য। ক’ভিশ্বীল্ডৰ দুয়ো পালি লোৱা ০.০৩ শতাংশহে আক্ৰান্তৰ তথ্য। আনহাতে গৱেষণআৰ আন এক তথ্য মতে, যিসকল লোক পূৰ্বে ক’ৰোনাত আক্ৰান্ত হৈছে তেওঁলোকৰ ক্ষেত্ৰত ভেকচিনৰ প্ৰথম পালিৰ কাৰ্যকাৰিতা অধিক। প্ৰথম পালি ভেকচিন লোৱাসকলৰ ক্ষেত্ৰত ৮০ শতাংশ লোকৰ মৃত্যুশংকা হ্ৰাস পায়। এতিয়া প্ৰশ্ন হয় প্ৰথম পালি ভেকচিন লোৱাৰ কিমান দিনৰ পাছত সুৰক্ষা? তথ্য মতে, ভেকচিন গ্ৰহণৰ  ১৪ দিনৰ পাছৰে পৰা ব্যক্তিৰ দেহত প্ৰতিৰোধ ক্ষমতা গঢ় লৈ উঠে। তদুপৰি ভেকচিন গ্ৰহণ কৰাৰ পাছত কোনো লোক আক্ৰান্ত হ’লেও তেওঁৰ পৰা আনলৈ সংক্ৰমণৰ তীব্ৰতা সংক্ৰমণৰ তীব্ৰতা যথেষ্ট পৰিমাণে হ্ৰাস পায়। ভেকচিনৰ দুয়োটা পালি লোৱাৰ পাছত ১০-১৫ দিনৰ ভিতৰত এজন ব্যক্তিৰ দেহত পৰ্যাপ্ত কোভিড এণ্টিব’ডীৰ সৃষ্টি হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom lie 24assam live 24axom live 24covid vaccine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তথ্যত প্ৰকাশ, কভিড ভেকচিন আৰু হঠাৎ হাৰ্ট এটেকৰ মাজত কোনো সম্পৰ্ক নাই
ক'ভিড-১৯

তথ্যত প্ৰকাশ, কভিড ভেকচিন আৰু হঠাৎ হাৰ্ট এটেকৰ মাজত কোনো সম্পৰ্ক নাই

July 2, 2025
২০ লাখত হৈছিল বন্দোবস্ত! গুৱাহাটীত আহি কৰিছিল এই কাম, ৰাজাক শেষ কৰাৰ বাবে সোনমে কৰা A-Z পৰিকল্পনাৰ তথ্য জনালে আৰক্ষীয়ে
অপৰাধ

২০ লাখত হৈছিল বন্দোবস্ত! গুৱাহাটীত আহি কৰিছিল এই কাম, ৰাজাক শেষ কৰাৰ বাবে সোনমে কৰা A-Z পৰিকল্পনাৰ তথ্য জনালে আৰক্ষীয়ে

June 10, 2025
ক’ৰণাৰ কালৰূপ! মাথো কেইটামান সপ্তাহতেই দেশত প্ৰায় ৫০০০ সংক্ৰমিত, অসমতো ৮ গৰাকী
ক'ভিড-১৯

ক’ৰণাৰ কালৰূপ! মাথো কেইটামান সপ্তাহতেই দেশত প্ৰায় ৫০০০ সংক্ৰমিত, অসমতো ৮ গৰাকী

June 5, 2025
পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে কভিডে, এতিয়ালৈকে ১২ নিহত, আক্ৰান্তৰ সংখ্যা ১২০০ পাৰ
ক'ভিড-১৯

পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে কভিডে, এতিয়ালৈকে ১২ নিহত, আক্ৰান্তৰ সংখ্যা ১২০০ পাৰ

May 29, 2025
Next Post
অসমত ব্লেক ফাংগাছ; ব্লেক ফাংগাছত আক্ৰান্ত হৈ মৃত্যু নগাঁৱৰ যুৱকৰ

অসমত ব্লেক ফাংগাছ; ব্লেক ফাংগাছত আক্ৰান্ত হৈ মৃত্যু নগাঁৱৰ যুৱকৰ

শীঘ্ৰেই উপলব্ধ হ’ব ISROৰ অক্সিজেন কনচেনট্ৰেটৰ ‘শ্বাস’

শীঘ্ৰেই উপলব্ধ হ’ব ISROৰ অক্সিজেন কনচেনট্ৰেটৰ ‘শ্বাস’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.