• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শীঘ্ৰেই উপলব্ধ হ’ব ISROৰ অক্সিজেন কনচেনট্ৰেটৰ ‘শ্বাস’

শীঘ্ৰেই উপলব্ধ হ’ব ISROৰ অক্সিজেন কনচেনট্ৰেটৰ ‘শ্বাস’

5 years ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

13 minutes ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

43 minutes ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

1 hour ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

2 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

4 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

4 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

5 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

6 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

7 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

8 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

8 hours ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শীঘ্ৰেই উপলব্ধ হ’ব ISROৰ অক্সিজেন কনচেনট্ৰেটৰ ‘শ্বাস’

editor by editor
May 19, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, প্ৰযুক্তি, বিশ্ব, ভাৰত
0
শীঘ্ৰেই উপলব্ধ হ’ব ISROৰ অক্সিজেন কনচেনট্ৰেটৰ ‘শ্বাস’
0
SHARES
144
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কোভিড ৰোগী সকলৰ বাবে ISRO ই নিৰ্মাণ কৰি উলিয়াইছে স্বদেশী অক্সিজেন কনচেনট্ৰেটৰ। ISRO ই ইয়াৰ নাম ৰাখিছে ‘শ্বাস’। অক্সিজেনৰ মাত্ৰা কমি যোৱা ৰোগীসকলক ৯৫ শতাংশ অক্সিজেন প্ৰদান কৰিবলৈ সক্ষম এই অক্সিজেন কনচেনট্ৰেটৰ ‘শ্বাস’ । অৱশেষত কোভিডৰ বিৰুদ্ধে যুঁজিবলৈ আগবাঢ়ি আহিছে ISRO । বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰত নিৰ্মাণ কৰা হৈছে এইসমূহ অক্সিজেন কনচেনট্ৰেটৰ। ISRO ৰ দ্বাৰা নিৰ্মিত এই অক্সিজেন কনচেনট্ৰেটৰে প্ৰেচাৰ স্যুইং এডজৰ্পচনৰ(PSA) ৰ দ্বাৰা বায়ুৰ পৰা নাইট্ৰ’জেন গেছ পৃথক কৰি অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰে। ISROৰ প্ৰকাশ কৰা তথ্য অনুসৰি ‘শ্বাসে’ একেসময়তে ২ জন ৰোগীক  ১০ LMP অক্সিজেন যোগান ধৰিবলৈ সক্ষম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24isrooxygen concentratorshwaas
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!
ভাৰত

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

July 10, 2026
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?
প্ৰযুক্তি

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

July 10, 2026
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী
বিবিধ

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

July 10, 2026
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন
ভাৰত

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

July 10, 2026
Next Post
কোভিড ৰোগীৰ সংস্পৰ্শত মুখ্যমন্ত্ৰী

কোভিড ৰোগীৰ সংস্পৰ্শত মুখ্যমন্ত্ৰী

‘তাউতে’ বিধ্বস্ত গুজৰাট পৰ্যবেক্ষণ প্ৰধানমন্ত্ৰীৰ

‘তাউতে’ বিধ্বস্ত গুজৰাট পৰ্যবেক্ষণ প্ৰধানমন্ত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.