কোভিড ৰোগীৰ সংস্পৰ্শত মুখ্যমন্ত্ৰী। মাজুলীত ক’ৰোনা ৰোগীয়ে গামোচা পিন্ধালে মুখ্যমন্ত্ৰীক। সাংসদ প্ৰদান বৰুৱাৰ কান্ধতো কোভিড আক্ৰান্তৰ গামোচা।