• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেয়সীয়ে উদঙালে মেহুল চৌকচিৰ ষড়যন্ত্ৰ, কিউবালৈ পলায়নৰ পৰিকল্পনা

প্ৰেয়সীয়ে উদঙালে মেহুল চৌকচিৰ ষড়যন্ত্ৰ, কিউবালৈ পলায়নৰ পৰিকল্পনা

5 years ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

6 minutes ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

33 minutes ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

1 hour ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

2 hours ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

3 hours ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

4 hours ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

5 hours ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

6 hours ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

7 hours ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

19 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

19 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

প্ৰেয়সীয়ে উদঙালে মেহুল চৌকচিৰ ষড়যন্ত্ৰ, কিউবালৈ পলায়নৰ পৰিকল্পনা

editor by editor
June 9, 2021
in অপৰাধ, গুৱাহাটী, বিশ্ব, ভাৰত
0
প্ৰেয়সীয়ে উদঙালে মেহুল চৌকচিৰ ষড়যন্ত্ৰ, কিউবালৈ পলায়নৰ পৰিকল্পনা
0
SHARES
122
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ড’মিনিকাৰ পৰা কিউবালৈ পলায়নৰ পৰিকল্পনা ভাৰতৰ পলাতক হীৰা ব্যৱসায়ী মেহুল চৌকচিৰ। বুধবাৰে এই কথা জনালে চৌকচিৰ অভিযুক্ত প্ৰেয়সী বাৰবাৰা জাবাৰিকাই। সাংবাদ সংস্থা ANI ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা জনায় বাৰবাৰা জাবাৰিকাই। বাৰবাৰা জাবাৰিকাই কয়, পৰৱৰ্তী সময়ত প্ৰেয়সীক কিউবাত লগ কৰিবলৈ জনাইছিল মেহুল চৌকচিয়ে। ইয়াৰ বিপৰীতে চৌকচিৰ অধিবক্তা আৰু পৰিয়ালে এই কথা নস্যাৎ কৰাৰ বিপৰীতে বাৰবাৰা জাবাৰিকাই মেহুল চৌকচিক অপহৰণৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

ইফালে, ড’মিনিকা উচ্চ ন্যায়ালয়ে ১১ জুনলৈ স্থগিত ৰাখে মেহুল চৌকচিৰ জামিনৰ শুনানি। মেজিষ্ট্ৰটে চৌকচিৰ জামিন আৱেদন নাকচ কৰাৰ পাছত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ব্যৱসায়ীগৰাকী। সম্প্ৰতি অণ্টিগুৱা আৰক্ষীৰ জিম্মাত আছে মেহুল চৌকচি। উল্লেখে, ভাৰতত ১৩,৫০০ কোটি টকাৰ বেংক কেলেংকাৰীৰ অভিযোগত অভিযুক্ত হীৰা ব্যৱসায়ী মেহুল চৌকচিয়ে ভাৰতৰ পৰা পলায়ন কৰিছিল। পৰৱৰ্তী সময়ত এণ্টিগুৱা আৰু বাৰডুবাৰ পৰা ৰহস্যজনকভাৱে অন্তৰ্ধান হোৱাৰ পাছত ২৩ মে’ত ড’মিনিকাত গ্ৰেপ্তাৰ হৈছিল মেহুল চৌকচি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: antiguanasom live 24assam live 24axom live 24mehul choksi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন
ভাৰত

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

July 10, 2026
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম
ভাৰত

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

July 10, 2026
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স
বিনোদন

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

July 10, 2026
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী
বিনোদন

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

July 9, 2026
Next Post
৫ টকাৰ বিনিময়ত ৩০ হাজাৰ টকা! কিন্তু কেনেকৈ?

৫ টকাৰ বিনিময়ত ৩০ হাজাৰ টকা! কিন্তু কেনেকৈ?

চেঞ্চুৰি অতিক্ৰম কৰিলে পেট্ৰ’ল-ডিজেলৰ দামে, পুনৰ ২৫ পইচাকৈ বৃদ্ধি

চেঞ্চুৰি অতিক্ৰম কৰিলে পেট্ৰ’ল-ডিজেলৰ দামে, পুনৰ ২৫ পইচাকৈ বৃদ্ধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.