• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাবাৰ লীলা! ৫ গৰাকী পত্নী, ৩২ গৰাকী প্ৰেয়সী…

বাবাৰ লীলা! ৫ গৰাকী পত্নী, ৩২ গৰাকী প্ৰেয়সী…

5 years ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

20 minutes ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

47 minutes ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

1 hour ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

2 hours ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

2 hours ago
জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

2 hours ago
কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

3 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

4 hours ago
Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

5 hours ago
FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

7 hours ago
মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

8 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

দুখ-দৰিদ্ৰতা আঁতৰিব, মাত্ৰ সোমবাৰে এইদৰে কৰক শিৱৰ পূজা!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

বাবাৰ লীলা! ৫ গৰাকী পত্নী, ৩২ গৰাকী প্ৰেয়সী…

editor by editor
June 20, 2021
in অপৰাধ, গুৱাহাটী, ভাৰত
0
বাবাৰ লীলা! ৫ গৰাকী পত্নী, ৩২ গৰাকী প্ৰেয়সী…
0
SHARES
23.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এগৰাকী প্ৰতাৰক বাবা। ৫ গৰাকী পত্নী থকাৰ পাছতো অসংখ্য যুৱতীৰ সৈতে বাবাৰ প্ৰেমৰ সম্পৰ্ক। অৱশেষত কানপুৰত আৰক্ষীৰ জালত পৰিল এইগৰাকী ভুৱা বাবা। ৫ গৰাকী পত্নী থকাৰ পাছতো ৩২ গৰাকী যুৱতীৰ সৈতে বাবাই চলাই নিছিল প্ৰেমৰ সম্পৰ্ক। ষষ্ঠ বিবাহৰ বাবে বাবাই প্ৰস্তুতি চলাওতে বিবাহৰ পূৰ্বেই আৰক্ষীৰ জালত পৰে বাবা। ধৃত বাবাৰ প্ৰকৃত নাম অনুজ চেতন কঠেৰিয়া। উত্তৰ প্ৰদেশৰ চাহজাহানপুৰত বাবাৰ ঘৰ। বাবাই shaadi.com ত নিজকে শিক্ষক, ব্যৱসায়ী, তান্ত্ৰিক, মৌলবী আদি বিভিন্ন ভুৱা পৰিচয়েৰে যুৱতীসকলক প্ৰেম নিবেদন কৰে। আৰক্ষীৰ ভাষ্য অনুসৰি, চাহজাহানপুৰত বাবাই ‘মা কামাখ্যা বঞ্জাৰে বাবা কল্যান সেৱা ট্ৰাষ্ট’ নামেৰে এটা ট্ৰাষ্ট গঠন কৰি বছৰ বছৰ ধৰি মহিলাসকলক প্ৰৱঞ্চনা কৰি আহিছে। কানপুৰ থানাত আটাইকেইগৰাকী পত্নীয়ে এজাহাৰ দাখিল কৰিছে প্ৰতাৰক স্বামীৰ বিৰুদ্ধে। পত্নীৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি কানপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অনুজ চেতন কেঠেৰিয়াক। বাবাৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ উত্থাপন হৈছে। ২০১৬ চনত নিজৰ ভাইবোৱাৰীক বলাৎকাৰ কৰি গ্ৰেপ্তাৰ হৈছিল বাবা। মেট্ৰিম’নিয়েল ৱেবচাইত shaadi.com ত লাকী পাণ্ডে নামেৰে প্ৰফাইল তৈয়াৰ কৰিছিল অনুজ চেতন কঠেৰিয়াই। উল্লেখ্য, অভিযুক্ত অনুজ কঠেৰিয়াই প্ৰথমে ২০০৫ চনত মনিপুৰৰ এগৰাকী যুৱতীৰ সৈতে বিয়াত বহিছিল। প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া আদালতত বৰ্তমান বিচাৰাধীন হৈ আছে। ২০১০ চনত ব্যক্তিগৰাকীয়ে দ্বিতীয় বিবাহ আৰু ২০১৪ চনত তৃতীয় বিবাহ সম্পন্ন কৰে। চতুৰ্থ বিবাহ সম্পন্ন কৰে তৃতীয়া পত্নীৰ সম্পৰ্কীয় ভনীয়েকৰ সৈতে। স্বামীৰ প্ৰকৃত সত্য পোহৰলৈ অহাত আত্মহত্যা কৰে চতুৰ্থ পত্নীয়ে। ২০১৯ চনত পঞ্চম বিবাহ সম্পন্ন কৰে অভিযুক্ত অনুজ চেতন কঠেৰিয়াই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24kanpuruttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম
ভাৰত

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

July 4, 2026
নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক
অপৰাধ

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

July 4, 2026
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?
বিশ্ব

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

July 4, 2026
মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!
বিশ্ব

মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

July 4, 2026
Next Post
খেদি খেদি আৰক্ষীয়ে ধৰি বননিৰ মাজতে কৰিলে টিকাকৰণ

খেদি খেদি আৰক্ষীয়ে ধৰি বননিৰ মাজতে কৰিলে টিকাকৰণ

উত্তৰ-পূবত ক’ৰোনাৰ ডেল্টা প্ৰজাতি চিনাক্ত

উত্তৰ-পূবত ক’ৰোনাৰ ডেল্টা প্ৰজাতি চিনাক্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.