• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কনামাকৰি আছে নেকি? চফা কৰাৰ সহজ উপায়…

কনামাকৰি আছে নেকি? চফা কৰাৰ সহজ উপায়…

5 years ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

29 minutes ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

2 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

3 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

4 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

5 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

5 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

18 hours ago
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

19 hours ago
ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

19 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

20 hours ago
বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

20 hours ago
কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

কনামাকৰি আছে নেকি? চফা কৰাৰ সহজ উপায়…

editor by editor
June 21, 2021
in অসম, গুৱাহাটী, জীৱনশৈলী, বিবিধ, ভাৰত, স্বাস্থ্য
0
কনামাকৰি আছে নেকি? চফা কৰাৰ সহজ উপায়…
0
SHARES
57.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পৰিষ্কাৰ-পৰিচ্ছন্নতা সু-স্বাস্থ্য বজাই ৰখাৰ প্ৰধান আৰু অপৰিহাৰ্য কাম। নিজৰ স্বাস্থ্য অটুট ৰাখিবলৈ প্ৰত্যেকেই নিজক চাফ-চিকুনকৈ ৰাখে। কেৱল শৰীৰৰ বাহিৰৰ অংশই নহয় ভিতৰভাগো পৰিষ্কাৰকৈ ৰাখিব লাগে। ঠিক তেনেদৰে নাক, কাণ আদি অংগসমূহো পৰিষ্কাৰ কৰি ৰাখিব লাগে। কনামাকৰি অৰ্থাৎ কামৰ ভিতৰৰ মল বুলি ক’লে আপোনাৰ মনত নিশ্চয় ঘিণ উপজে। কিন্তু এই কনামাকৰি আমাৰ শৰীৰৰ এনে এক প্ৰাকৃতিক নিঃসৰণ যিয়ে শৰীৰক বিভিন্ন ধৰণেৰে সহায় কৰে। সমান্তৰালকৈ আমি এইসমূহ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে চাফা কৰি ৰখাটোও অতি প্ৰয়োজনীয়। ব্ৰিটেইনৰ ইএনটি চাৰ্জন গ্ৰেবিয়েল বেষ্টনে কাণখন পৰিষ্কাৰকৈ ৰখাৰ উৎকৃষ্ট উপায় উল্লেখ কৰিছে। ডাঃ গেব্ৰিয়লৰ মতে, কাণৰ মল এনে এক পদাৰ্থ যি কাণৰ ভিতৰত থকা গ্ৰন্থিসমূৰ পৰা উৎপন্ন হয় আৰু ই শৰীৰক বিভিন্ন ধৰণেৰে সহায় কৰে।

কাণৰ ভিতৰৰ মলৰ সৈতে জড়িত কেইটামান গুৰুত্বপূৰ্ণ কথা-

  • কনামাকৰিয়ে কাণৰ ভিতৰভাগ পৰিষ্কাৰ কৰি ৰখাৰ লগতে স্বাস্থ্যৱান কৰি ৰাখে।
  • ই কৰ্ণনলিকাৰ ওপৰত পৰা বিভিন্ন তৰপসমূহ শুকাই যোৱা বা ফাটি যোৱাত বাধা দিয়ে।
  • ই কাণৰ ভিতৰভাগ ধূলিকণা আৰু পানীৰ পৰা বচাই ৰাখে যিয়ে সংক্ৰমণ ৰোধত সহায় কৰে।
  • বহু সময়ত আমাৰ কৰ্ণনলিকা নিজে নিজেই চাফা হয়।

কনমাকৰি চাফা কৰা কৰাৰ সহজ উপায়-

কটন বাডচঃ কটন বাডচ সহায়ত আপুনি সহজেই কাণৰ মল চাফা কৰিব পাৰে। কাণৰ ভিতৰভাগত কোনো কষ্ট নোপোৱাকৈ কাণ চাফা হয় কটন বাডচৰ সহায়ত।

ইয়েৰ কেণ্ডেলচঃ যিসকলে কনামাকৰিৰ পৰা বিভিন্ন সমস্যাৰ সন্মুখীন হয়, সেইসকলৰ বাবে কাণ চাফা কৰাৰ সহজ উপায় হ’ল ইয়েৰ কেণ্ডেলচ। ইয়াৰ জৰিয়তে কাণৰ ভিতৰৰ মল বা অন্য অংগ চাফা কৰিব পৰা যায়।

ইয়েৰ ড্ৰাপ্সঃ বহুলোকে কাণ চাফা কৰিবৰ বাবে ইয়েৰ ড্ৰাপ্সক প্ৰথম বিকল্প হিচাপে গ্ৰহণ কৰে।

মাইক্ৰ’চেক্সনঃ গুৰুতৰভাৱে অসুস্থ ৰোগীৰ বাবে কান চাফা কৰাৰ সহজ উপায় হ’ল মাইক্ৰ’চেক্সন। এই প্ৰক্ৰিয়া যথেষ্ট সুৰক্ষিত। এই প্ৰক্ৰিয়াৰ ব্যৱহাৰে সহজেই ৰোগীৰ কানৰ ভিতৰভাগ চাফা কৰিব পৰা যায়।

বিভিন্ন ক্ষেত্ৰত কাণৰ ভিতৰৰ মল উপকাৰী যদিও প্ৰয়োজনতকৈ অধিক হ’লে ই কাণৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। কাণৰ বিষ অথবা শ্ৰৱণ শক্তিও হ্ৰাস কৰিব পাৰে কনামাকৰিয়ে। গতিকে কাণৰ ভিতৰভাগ চাফা কৰি ৰখাটো নিতান্তই প্ৰয়োজনীয়। কিন্তু এইক্ষেত্ৰত আমি উত্তম উপায় অৱলম্বন কৰিব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24earwaxhealth tipslifestyle
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

June 14, 2026
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?
বাণিজ্য

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

June 14, 2026
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত
জীৱনশৈলী

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

June 14, 2026
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ
জীৱনশৈলী

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

June 14, 2026
Next Post
উত্তৰ কোৰিয়াত হৈছে কি?

উত্তৰ কোৰিয়াত হৈছে কি?

বিতৰ্কৰ আৱৰ্তত ৰূপান্তৰকামী এথলীট ল’ৰেল হুবাৰ্ড

বিতৰ্কৰ আৱৰ্তত ৰূপান্তৰকামী এথলীট ল’ৰেল হুবাৰ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.