ৰাম জন্মভূমিৰ পাছত শ্ৰীকৃষ্ণৰ জন্মভূমি। বাবৰি মছজিদৰ পাছত শ্বাহী ঈদগাহ মছজিদ। ভাঙি পেলাওক শ্বাহী ঈদগাহ মছজিদ। নতুন মছজিদৰ বাবে দিব ডেৰগুণ বেছি মাটি।