অসম লাইভ ২৪ঃ কাইলৈ ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। কেৱল ডিজিটেল মাধ্যমতহে উপলব্ধ হ’ব ফলাফল। দিনৰ ১১ বজাত ঘোষণা কৰিব ফলাফল। অসন্তুষ্ট পৰীক্ষাৰ্থীয়ে পুনৰ পৰীক্ষা দিব পাৰিব। মুঠ ১৪টা ৱেবছাইটত উপলব্ধ হ’ব পৰীক্ষাৰ ফলাফল। বেৱচাইটকেইটা হৈছে-
www.sebaresults.in
resultassam.nic.in
www.results.shiksha
www.assamonline.in
exametc.com
assamjobalerts.com
assamresult.in
https://iresults.net
necareer.com
www.jagaranjosh.com
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















