• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আফগানিস্তানত আবদ্ধ ভাৰতীয়ক উদ্ধাৰৰ ব্যৱস্থা, শীৰ্ষ বিষয়াৰে মোদীৰ বৈঠক

আফগানিস্তানত আবদ্ধ ভাৰতীয়ক উদ্ধাৰৰ ব্যৱস্থা, শীৰ্ষ বিষয়াৰে মোদীৰ বৈঠক

3 years ago
১৮২ দিনলৈ অস্ত গৈ থাকিব মংগল গ্ৰহ, ৩ ৰাশিয়ে সকোলতে পাব বাম্পাৰ লাভ

১৮২ দিনলৈ অস্ত গৈ থাকিব মংগল গ্ৰহ, ৩ ৰাশিয়ে সকোলতে পাব বাম্পাৰ লাভ

1 hour ago
বিচ্ছেদৰ খবৰৰ মাজতে মনৰ কথা প্ৰকাশ চহলৰ, ইনষ্টাগ্ৰাম পোষ্টে দিছে কিহৰ ইংগিত

বিচ্ছেদৰ খবৰৰ মাজতে মনৰ কথা প্ৰকাশ চহলৰ, ইনষ্টাগ্ৰাম পোষ্টে দিছে কিহৰ ইংগিত

19 hours ago
দুগুণে বৃদ্ধি পাব গাহৰি মাংসৰ দাম, ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী

দুগুণে বৃদ্ধি পাব গাহৰি মাংসৰ দাম, ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী

20 hours ago
সূৰ্যগ্ৰহণ আৰু শনিৰ ট্ৰেনজিত একেলগে, ভাল-বেয়াৰ বিশেষ প্ৰভাৱ পৰিব কেইবাটাও ৰাশিৰ ওপৰত

সূৰ্যগ্ৰহণ আৰু শনিৰ ট্ৰেনজিত একেলগে, ভাল-বেয়াৰ বিশেষ প্ৰভাৱ পৰিব কেইবাটাও ৰাশিৰ ওপৰত

21 hours ago
জামিনত মুকলি আকাশৰ তললৈ যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা আশাৰাম বাপু, কিন্তু…

জামিনত মুকলি আকাশৰ তললৈ যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা আশাৰাম বাপু, কিন্তু…

22 hours ago
ভিক্ষাৰীৰ প্ৰেমত পৰি স্বামী-৬ সন্তান এৰি পলাল মহিলা, থানা গৈ পালে স্বামী

ভিক্ষাৰীৰ প্ৰেমত পৰি স্বামী-৬ সন্তান এৰি পলাল মহিলা, থানা গৈ পালে স্বামী

23 hours ago
গেলেক্সি এপাৰ্টমেণ্টৰ নিৰাপত্তা অধিক বৃদ্ধি, ভিতৰুৱা কাৰণ অন্য কিবা নেকি !

গেলেক্সি এপাৰ্টমেণ্টৰ নিৰাপত্তা অধিক বৃদ্ধি, ভিতৰুৱা কাৰণ অন্য কিবা নেকি !

23 hours ago
কাইলৈ ৮ জানুৱাৰী তাৰিখে ভাগ্য সলনি হৈ পৰিব ৫ ৰাশিৰ লোকৰ, বেয়া সময়ৰ অন্ত পৰিব

কাইলৈ ৮ জানুৱাৰী তাৰিখে ভাগ্য সলনি হৈ পৰিব ৫ ৰাশিৰ লোকৰ, বেয়া সময়ৰ অন্ত পৰিব

24 hours ago
৩ শ্ৰমিকৰ নিথৰ দেহ উদ্ধাৰ, মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে উমৰাংছুত সেনাৰ টাস্ক ফ’ৰ্চ

৩ শ্ৰমিকৰ নিথৰ দেহ উদ্ধাৰ, মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে উমৰাংছুত সেনাৰ টাস্ক ফ’ৰ্চ

1 day ago
কেৱল ধ্বংসৰ দৃশ্য, ভয়ংকৰ ভূমিকম্পত নিহত ৫৩, আহত ৬২, ধংসস্তূপত আৱদ্ধ বহু

কেৱল ধ্বংসৰ দৃশ্য, ভয়ংকৰ ভূমিকম্পত নিহত ৫৩, আহত ৬২, ধংসস্তূপত আৱদ্ধ বহু

1 day ago
বাস্তু মতে ঘৰলৈ সুখ শান্তি আনিবলৈ কি ৰঙৰ দলিচা পাৰিব দুৱাৰমুখত

বাস্তু মতে ঘৰলৈ সুখ শান্তি আনিবলৈ কি ৰঙৰ দলিচা পাৰিব দুৱাৰমুখত

2 days ago
ভাৰতীয় সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ, ৯ সেনা জোৱান শ্বহীদ, কেইবাজনো আহত

ভাৰতীয় সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ, ৯ সেনা জোৱান শ্বহীদ, কেইবাজনো আহত

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, January 8, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আফগানিস্তানত আবদ্ধ ভাৰতীয়ক উদ্ধাৰৰ ব্যৱস্থা, শীৰ্ষ বিষয়াৰে মোদীৰ বৈঠক

editor by editor
August 18, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিশ্ব, ভাৰত
0
আফগানিস্তানত আবদ্ধ ভাৰতীয়ক উদ্ধাৰৰ ব্যৱস্থা, শীৰ্ষ বিষয়াৰে মোদীৰ বৈঠক
0
SHARES
56
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত মঙলবাৰে অনুষ্ঠিত হয় এক উচ্চস্তৰীয় বৈঠক। নিৰাপত্তা সংক্ৰন্তীয় এই কেবিনেট কমিটিৰ বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু কেইবাগৰাকীও শীৰ্ষ বিষয়া। আফগানিস্তানত আবদ্ধ ভাৰতীয়সকলক নিৰাপদে দেশলৈ উভতাই অনাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰ পৰিপ্ৰেক্ষিতত কাবুলসহ আফগানিস্তানৰ আন আন চহৰলৈ পৰ্যাপ্ত বিমান প্ৰেৰণৰ আহ্বান জনায় মোদীয়ে। মঙলবাৰে বায়ুসেনাৰ বিমানযোগে কাবুলৰ পৰা ১২০ জন লোকক নিৰাপদে ভাৰতলৈ উভতাই অনা হয়। বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে কেৱল নিজৰ নাগৰিককে নহয়, বৰঞ্চ আফগানিস্তানৰ সংখ্যালঘু হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকে বিচাৰিলে তেওঁলোককো আশ্ৰয় প্ৰদান কৰিব ভাৰতে। ইয়াৰ উপৰি যদি কোনো আফগানলোকে ভাৰতৰ সহায় বিচাৰে সেই সন্দৰ্ভতো বিবেচনা কৰিব ভাৰতে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: afghanistan crisisasom live 24assam live 24axom live 24narendra-modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৮২ দিনলৈ অস্ত গৈ থাকিব মংগল গ্ৰহ, ৩ ৰাশিয়ে সকোলতে পাব বাম্পাৰ লাভ
জীৱনশৈলী

১৮২ দিনলৈ অস্ত গৈ থাকিব মংগল গ্ৰহ, ৩ ৰাশিয়ে সকোলতে পাব বাম্পাৰ লাভ

January 8, 2025
বিচ্ছেদৰ খবৰৰ মাজতে মনৰ কথা প্ৰকাশ চহলৰ, ইনষ্টাগ্ৰাম পোষ্টে দিছে কিহৰ ইংগিত
জীৱনশৈলী

বিচ্ছেদৰ খবৰৰ মাজতে মনৰ কথা প্ৰকাশ চহলৰ, ইনষ্টাগ্ৰাম পোষ্টে দিছে কিহৰ ইংগিত

January 7, 2025
দুগুণে বৃদ্ধি পাব গাহৰি মাংসৰ দাম, ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী
অসম

দুগুণে বৃদ্ধি পাব গাহৰি মাংসৰ দাম, ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী

January 7, 2025
সূৰ্যগ্ৰহণ আৰু শনিৰ ট্ৰেনজিত একেলগে, ভাল-বেয়াৰ বিশেষ প্ৰভাৱ পৰিব কেইবাটাও ৰাশিৰ ওপৰত
জীৱনশৈলী

সূৰ্যগ্ৰহণ আৰু শনিৰ ট্ৰেনজিত একেলগে, ভাল-বেয়াৰ বিশেষ প্ৰভাৱ পৰিব কেইবাটাও ৰাশিৰ ওপৰত

January 7, 2025
Next Post
সাৱধান! বজাৰত উপলব্ধ ভুৱা কোভিশ্বিল্ড ভেকচিন, WHOৰ সতৰ্কবাণী

সাৱধান! বজাৰত উপলব্ধ ভুৱা কোভিশ্বিল্ড ভেকচিন, WHOৰ সতৰ্কবাণী

ৰাজ্যিক বিজেপিৰ পূৰ্ণাংগ কমিটী গঠন

ৰাজ্যিক বিজেপিৰ পূৰ্ণাংগ কমিটী গঠন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.