• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিমাতীঘাট নাও দুৰ্ঘটনাৰ ৯ অভিযুক্তক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ

নিমাতীঘাট নাও দুৰ্ঘটনাৰ ৯ অভিযুক্তক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ

5 years ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

3 minutes ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

40 minutes ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

1 hour ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

9 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

10 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

11 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

11 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

12 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

12 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

13 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

14 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নিমাতীঘাট নাও দুৰ্ঘটনাৰ ৯ অভিযুক্তক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ

editor by editor
September 12, 2021
in অপৰাধ, অসম, গুৱাহাটী
0
নিমাতীঘাট নাও দুৰ্ঘটনাৰ ৯ অভিযুক্তক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ
0
SHARES
809
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ নিমাতীঘাট নাও দুৰ্ঘটনাৰ ৯ অভিযুক্তক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ৷ বিষয়া পৰ্যায়ৰ নিলম্বনৰ পাছত শনিবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৬জন লোকক আৰু আজি পুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩গৰাকী লোকক৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে তৰা ফৌজদাৰী গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে লোককেইজনক৷ ধৃত লোককেইজন হৈছে ধনবৰ দাস, যোগেন দাস,  বিজু কুমাৰ দাস, জয়ন্ত দত্ত, বিনোদ বৰুৱা, বাবুল নেওগ, বদন দত্ত, বিপুল বৰা আৰু প্ৰশান্ত পামেগাম৷ দুৰ্ঘটনাগ্ৰস্ত মা কমলা নাওখনৰ গুৰিয়াল আছিল ধনবৰ দাস আৰু প্ৰশান্ত পামেগাম, বদন দত্ত আছিল ইঞ্জিন চালক, বিপুল বৰা কালেক্টৰ আৰু বাকীকেইজন হৈছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰী৷ উল্লেখ্য, বুধবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছিল ৰাজ্যজুৰি শোকৰ বন্যা বোৱাই অনা এই ভয়াৱহ নাও দুৰ্ঘটনা৷ দুৰ্ঘটনাত মৃত্যু হয় পৰিমিতা দাস আৰু ইন্দ্ৰেশ্বৰ বৰা নামৰ দুগৰাকী ব্যক্তি আৰু বৰ্তমানেও সন্ধানহীন হৈ আছে ডাঃ বিক্ৰমজিৎ বৰুৱা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assam live 24 todayaxom live 24jorhat police arrests 9 personsmajuli boat accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন
অসম

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

September 10, 2026
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!
অপৰাধ

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

September 10, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
Next Post
সঞ্জীৱনী নাৰ্চিং হোমৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ, আধাঘণ্টাৰ ভিতৰত মৃত্যু হ’ব বুলি কোৱা ৰোগী উঠি বহিল বিচনাত

সঞ্জীৱনী নাৰ্চিং হোমৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ, আধাঘণ্টাৰ ভিতৰত মৃত্যু হ’ব বুলি কোৱা ৰোগী উঠি বহিল বিচনাত

স্বয়ং মুখ্যমন্ত্ৰীৰ চহী জাল

স্বয়ং মুখ্যমন্ত্ৰীৰ চহী জাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.