অসম লাইভ ২৪ঃ অসম পুনৰ অশান্ত হ’ব নেকি? অসম তথা উত্তৰ-পূর্বাঞ্চলক অশান্ত কৰাৰ পৰিকল্পনা কৰিছে ৰঙা চীনে! ৰঙা চীনৰ অভিসন্ধিৰ অভিযোগ তুলিলে হিন্দু যুৱ ছাত্ৰ পৰিষদে। ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ ভূটানত ভাৰত-বিৰোধী শক্তিসমূহক সুবিধা আগবঢ়োৱাৰ পৰিকল্পনা কৰা বুলি অভিযোগ তুলি সংবাদমেল সম্বোধন কৰিলে হিন্দু যুৱ ছাত্ৰ পৰিষদে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ