• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
damon galgut

দক্ষিণ আফ্ৰিকাৰ ঔপন্যাসিক ডেমন গলগুটলৈ ২০২১ বৰ্ষৰ সন্মানীয় বুকাৰ বঁটা

5 years ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

3 minutes ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

14 minutes ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

39 minutes ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

1 hour ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

1 hour ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

3 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

5 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

5 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

6 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

7 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

8 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

দক্ষিণ আফ্ৰিকাৰ ঔপন্যাসিক ডেমন গলগুটলৈ ২০২১ বৰ্ষৰ সন্মানীয় বুকাৰ বঁটা

editor by editor
November 5, 2021
in গুৱাহাটী, বিশ্ব, শিক্ষা
0
damon galgut
0
SHARES
74
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ২০২১ বৰ্ষৰ সন্মানীয় বুকাৰ বঁটা লাভ কৰে দক্ষিণ আফ্ৰিকাৰ ঔপন্যাসিক ডেমন গলগুটে৷ ‘দ্য প্ৰমিজ’ শীৰ্ষক উপন্যাসৰ বাবে ঔপন্যাসিক আগবঢ়োৱা হয় বুকাৰ বঁটা৷ সাহিত্য ক্ষেত্ৰত প্ৰদৰ্শন কৰা বিৰল দক্ষতাৰ বাবে প্ৰতিবছৰে আয়াৰলেণ্ড আৰু কমনৱেল্থ দেশৰ সাহিত্যিকক প্ৰদান কৰা হয় এই বঁটা৷ বৃহস্পতিবাৰে নিশা লণ্ডনত টেলিভিছাইড ছেৰিমনিৰ জৰিয়তে বঁটা গ্ৰহণ কৰে ডেমন গলগুটে৷ বুকাৰ বঁটা লাভ কৰাৰ পূৰ্বে গলগুটে কমনৱেলথ ৰাইটাৰ্ছ বঁটা আৰু বেৰি ৰঞ্জ ফিকচন প্ৰাইজ লাভ কৰিছিল৷ লণ্ডনত বুকাৰ বঁটা গ্ৰহণ কৰি ৫৭ বছৰীয়া ঔপন্যাসিকগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰিছে৷ ঔপন্যাসিকৰ উপৰিও নাট্যকাৰ হিচাপে এটি সুকীয়া পৰিচয় আছে ডেমন গলগুটৰ৷ তেওঁ ৰচনা কৰা নাটককেইখন হৈছে— ইক’জ অৱ এংগাৰ, পাৰ্টী ফৰ মাদাৰ, এলাইভ এণ্ড কিকিং আৰু দ্য গ্ৰীনছ কীপাৰ৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24damon galgutthe promise
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে
বিশ্ব

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

October 15, 2026
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ
বিশ্ব

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

October 15, 2026
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!
বিশ্ব

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

October 14, 2026
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ
বিজ্ঞান

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

October 14, 2026
Next Post
covid pill

কোভিড প্ৰতিৰোধক টেবলেট ‘মলনুপিৰাভিৰ’ক অনুমোদন, ব্ৰিটেইনত আৰম্ভ পৰীক্ষামূলক প্ৰয়োগ

abhinandan varthaman

বীৰজোৱান অভিনন্দনৰ পদোন্নতি, ছাৰ্জিকেল ষ্ট্ৰাইকত পাকিস্তানৰ বিৰুদ্ধে বীৰত্বব্যঞ্জক যুঁজ আছিল অভিনন্দনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.