• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
jai-bhim-becomes-the-highest-rated-film

অভিলেখৰ পিছত অভিলেখ! ‘‘জয় ভীম’’ ছবিয়ে গঢ়িলে আন এক অভিলেখ

5 years ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

53 minutes ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

2 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

2 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

3 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

4 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

5 hours ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

18 hours ago
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

18 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

19 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

19 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

20 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

অভিলেখৰ পিছত অভিলেখ! ‘‘জয় ভীম’’ ছবিয়ে গঢ়িলে আন এক অভিলেখ

editor by editor
November 22, 2021
in গুৱাহাটী, চিনেমা, বিনোদন, বিশ্ব, ভাৰত
0
jai-bhim-becomes-the-highest-rated-film

jai-bhim-becomes-the-highest-rated-film

0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘‘জয় ভীম’’ দক্ষিণৰ চিনেমাৰ এখন সফল ছবি। সফল মানে ‘‘জয় ভীম’’ এখন ছুপাৰহিট ছবি। সীমিত বাজেটেৰে নিৰ্মাণ কৰা এই ছবিখনে মুক্তিৰ প্ৰথম দিনটোতে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল লগতে ছবিখনত খৰচ হোৱা ধনৰ বিপৰীতে ৪ গুণ অধিক ধন লাভ কৰিবলৈ সক্ষম হৈছে ‘‘জয় ভীমে’’ । দক্ষিণৰ ছুপাৰষ্টাৰ সুৰিয়াই প্ৰযোজনা কৰা লগতে নিজেই অভিনয় কৰা এইখন ছবি হয়তো সুৰিয়াৰ জীৱনকালৰ অন্তত এখন ‍মনত ৰাখিবলগীয়া ছবি। চলিত মাহৰ ২ নৱেম্বৰ তাৰিখে ছবিগৃহৰ পৰিৱৰ্তে OTT প্লেটফৰ্ম ‘‘আমাজন প্ৰাই’’ত মুক্তি দিয়া হৈছিল ছবিখন। একেটা সময়তে হিন্দী , তামিল, তেলেগুকে ধৰি ভাৰতৰ কেইবাটাও ভাষাত অনুবাদ কৰি মুক্তি দিয়া ছবিখনে নিজা কাহিনী, অভিনয়, চিত্ৰনাট্যই দৰ্শকক মোহাচ্ছন্ন কৰি IMDB ৯.৬ ৰেটিং পাবলৈ সক্ষম হৈছে আৰু বৰ্তমান সময়লৈকে ‘‘আমাজন প্ৰাইম’’ত মুক্তিলাভ কৰা অন্য কোনো ৱেব চিৰিজ বা ছবিক পিছ পেলাই এইখন ছবিয়েই হৈছে সকলোতকৈ অধিক ধন আহৰণ কৰা আৰু সকলোতকৈ অধিক ৰেটিং প্ৰাপ্ত ছবি। ইতিমধ্যে ‘‘জয় ভীম’’ ছবিখনে পূৰ্বৰ সকলো ছবিৰ অভিলেখ ভংগ কৰিলে ‘‘আমাজন প্ৰাইম’’ৰ প্লেটফৰ্মত।

Click Here for more:

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channeljai bhim
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!
বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

September 13, 2026
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?
বিনোদন

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

September 12, 2026
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?
বিনোদন

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

September 12, 2026
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…
সমীক্ষণ (আলোচনী)

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

September 12, 2026
Next Post
abhinandan varthaman

‘বীৰচক্ৰ’ সন্মানেৰে সন্মানিত অভিনন্দন ৱৰ্ধমান, ‘অলংকৰন সমাৰোহ’ত ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰে এই সন্মান

sudhir chaudhury

প্ৰসংগঃ গোদি মিডিয়া! গোদি মিডিয়াৰ "সেনাপতি" স্বৰূপ DNA ৰ এংকৰ সুধীৰ চৌধুৰীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চূড়ান্ত অপমান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.