• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এলন মাস্কলৈ Person Of The Year সন্মান৷ কিয় এলন মাস্কলৈ টাইম মেগাজিনৰ বৰ্ষশ্ৰেষ্ঠ সন্মান?

এলন মাস্কলৈ Person Of The Year সন্মান৷ কিয় এলন মাস্কলৈ টাইম মেগাজিনৰ বৰ্ষশ্ৰেষ্ঠ সন্মান?

5 years ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

6 minutes ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

41 minutes ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

1 hour ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

4 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

4 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

5 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

6 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

6 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

7 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

8 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

9 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এলন মাস্কলৈ Person Of The Year সন্মান৷ কিয় এলন মাস্কলৈ টাইম মেগাজিনৰ বৰ্ষশ্ৰেষ্ঠ সন্মান?

editor by editor
December 16, 2021
in গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত
0
এলন মাস্কলৈ Person Of The Year সন্মান৷ কিয় এলন মাস্কলৈ টাইম মেগাজিনৰ বৰ্ষশ্ৰেষ্ঠ সন্মান?
0
SHARES
562
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এলন মাস্ক৷ সততেই চৰ্চাত থকা এগৰাকী ব্যক্তি৷ পুনৰ চৰ্চাত Tesla আৰু SpaceXৰ CEO বিশ্বৰ অন্যতম ঢনাধ্য ব্যক্তি এলন মাস্ক ৷ শেহতীয়াকৈ জনপ্ৰিয় টাইম মেগাজিনৰ এক লোভনীয় শিৰোনাম দখল কৰিছে এলন মাস্কে৷ এলন মাস্কক টাইম মেগাজিনৰ ‘Person Of The Year-2021’ ঘোষণা৷ বৰ্ষটো শেষ হোৱাৰ লগে লগে টাইম মেগাজিনে ঘোষণা কৰে এইবৰ্ষৰ ‘Person Of The Yearৰ নাম৷ এলন মাস্কৰ কৰ্মৰাজিৰ বাবে এই বৰ্ষৰ শ্ৰেষ্ঠ সন্মান ব্যক্তিগৰাকীলৈ৷ টাইম মেগাজিনৰ মতে, সময়ৰ লগে লগে স্বচ্ছ আৰু উন্নত পৰিবহন ব্যৱস্থাৰ জৰিয়তে বিশ্বৰ জলবায়ু সমস্যাৰ সমাধানৰ ক্ষেত্ৰত উদগনি আগবঢ়াইছে এলন মাস্কে ৷ টেচলা জনপ্ৰিয় হোৱাৰ এটা দশক পাছত  মাৰ্কিন প্ৰেচিডেণ্ট জ’ বাইডেনে যি সময়ত EVত মনোনিৱেশ কৰিছে, তাৰ পৰিৱৰ্তে টেচলাই মনোনিৱেশ কৰিছে বৈদ্যুতিক চালিত গাড়ীৰ ডিজাইন আৰু নিৰ্মাণ কৰাত৷ সম্প্ৰতি বিশ্বৰ বিভিন্ন কোম্পানীৰ মাজত টেচলা এটি অন্যতম জনপ্ৰিয় কোম্পানী যাৰ বিগত বৰ্ষৰ বজাৰমূল্য ১ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ৷ যাৰ বাবে বিশ্বৰ শীৰ্ষ ঢনাধ্য ব্যক্তিৰ তালিকাত আছে এলন মাস্কৰ নাম৷ এই ঘোষণাৰ লগে লগে অনেকৰ প্ৰতিক্ৰিয়া তথা সমালোচনাৰ বন্যা বৈছে ইণ্টাৰনেট দুনিয়াত৷ কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰিছে ইণ্টাৰনেট সেৱা৷ টাইম মেগাজিনৰ এই ঘোষণা কাৰোৰে বাবে আচৰ্য্যকৰ নাছিল যদিও সমালোকৰ মতে এই ‘Title’ বাবে অন্য বহু যোগ্য ব্যক্তি আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelelon muskperson of the yeartime megazine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান
বিনোদন

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

June 17, 2026
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

June 17, 2026
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?
বিনোদন

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

June 17, 2026
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?
জীৱনশৈলী

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

June 17, 2026
Next Post
শ্বীনা বৰা জীৱিত! কাশ্মীৰত আছে শ্বীনা! CBIলৈ ইন্দ্ৰানী মুখাৰ্জীৰ পত্ৰ

শ্বীনা বৰা জীৱিত! কাশ্মীৰত আছে শ্বীনা! CBIলৈ ইন্দ্ৰানী মুখাৰ্জীৰ পত্ৰ

ভাৰতৰ ইতিহাসৰ সৰ্বকালৰ সৰ্ববৃহৎ প্ৰকল্প। নিৰ্মাণ সম্পূৰ্ণ হ’ব ২০৩০ত। কি এই বিশেষ প্ৰকল্প?

ভাৰতৰ ইতিহাসৰ সৰ্বকালৰ সৰ্ববৃহৎ প্ৰকল্প। নিৰ্মাণ সম্পূৰ্ণ হ’ব ২০৩০ত। কি এই বিশেষ প্ৰকল্প?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.