• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুযোগ সদায় নাহে! ২ টকীয়া মুদ্ৰাই ক্ষন্তেকতে সলনি কৰিব পাৰে আপোনাৰ ভৱিষ্যৎ

সুযোগ সদায় নাহে! ২ টকীয়া মুদ্ৰাই ক্ষন্তেকতে সলনি কৰিব পাৰে আপোনাৰ ভৱিষ্যৎ

5 years ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

53 minutes ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

1 hour ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

2 hours ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

2 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

3 hours ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

3 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

4 hours ago
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

5 hours ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

8 hours ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

10 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

10 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সুযোগ সদায় নাহে! ২ টকীয়া মুদ্ৰাই ক্ষন্তেকতে সলনি কৰিব পাৰে আপোনাৰ ভৱিষ্যৎ

editor by editor
December 20, 2021 - Updated on December 21, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিবিধ, ভাৰত
0
সুযোগ সদায় নাহে! ২ টকীয়া মুদ্ৰাই ক্ষন্তেকতে সলনি কৰিব পাৰে আপোনাৰ ভৱিষ্যৎ
0
SHARES
9.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পুৰণি ২টকীয়া মুদ্ৰাই সলনি কৰিব আপোনাৰ ভাগ্য৷ এনেধৰণৰ মুদ্ৰা যদি আপোনাৰ হাততো আছে তেন্তে শীঘ্ৰেই যোগাযোগ কৰক নিৰ্দিষ্ট ৱেবচাইটত৷ এনেধৰণৰ পুৰণি ২টকীয়া মুদ্ৰাৰ বৰ্তমানৰ মূল্য ৫ লাখ টকা পৰ্যন্ত৷

বৰ্তমান সময়ত পুৰণি নোট বা মুদ্ৰা ধন ঘটাৰ এক অন্যতম উৎসলৈ পৰিণত হৈছে৷ লাখ টকাৰ বিনিময়ত বিভিন্ন কোম্পানীয়ে ক্ৰয় কৰিব বিচাৰে কিছু বিশেষ মুদ্ৰা বা নোট৷ তথ্য অনুসৰি, ১৯৯৪ চনত ভাৰত চৰকাৰে মুকলি কৰা ২ টকীয়া মুদ্ৰা  য’ত খোদিত কৰা আছে ভাৰতৰ জাতীয় পতাকা৷ সেই বিশেষ মুদ্ৰাটোৰ বৰ্তমানৰ মূল্য হৈছে ৫ লাখ টকা৷ বহু লোকে ইতিমধ্যে অনলাইনত বিক্ৰী কৰিছে এই মুদ্ৰা৷ কেৱল অনলাইনতহে বিক্ৰী আৰু ক্ৰয় কৰিব পাৰিব এই মুদ্ৰা৷

নিৰ্দিষ্ট ৱেৱচাইটত হৈ আপোনাৰ মুদ্ৰাৰ বিক্ৰীৰ বাবে এখন তালিকা প্ৰস্তুত কৰি তাতেই মুদ্ৰাটোৰ এখন ফটো আপলোড কৰিব লাগিব৷ আৰু ফটোখনৰ ভিত্তিত আগ্ৰহী সংস্থাই যোগাযোগ কৰিলে আপুনি ইচ্ছানুসাৰে বিক্ৰী কৰিব পাৰিব আপোনাৰ মুদ্ৰা৷ এই সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়াভাৱে জাৰি কৰিছে এক নিৰ্দেশনা৷ নিৰ্দেশনা অনুসৰি, বিভিন্ন সংস্থাই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ল’গ’ আৰু নাম ভুৱাকৈ ব্যৱহাৰ কৰি ক্ৰয়-বিক্ৰয় সংক্ৰান্ত কামত জালিয়াতি কৰাৰ কথা বিভিন্ন সময়ত পোহৰলৈ আহিছে৷ গতিকে এনেধৰণৰ ভুৱা সংস্থাৰ জালত নপৰিবলৈ আহ্বান জনাইছে জনসাধাৰণক৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelexchang rs 2 coin for 5 lakhrbi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বাণিজ্য

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

June 27, 2026
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?
জীৱনশৈলী

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

June 27, 2026
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক
জীৱনশৈলী

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

June 27, 2026
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত
জীৱনশৈলী

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

June 27, 2026
Next Post
amazing old car

আচৰিত! 47 বছৰে গাড়ীখন এক ইঞ্চিও নলৰিল, এতিয়া গাড়ীখন চাবলৈ, চুবলৈ হেতা-ওপৰা পৰ্যটকৰ

‘১৭০ বছৰীয়া অস্বাভাৱিক বিলম্ব’,  ‘লালকিল্লা’ৰ উত্তৰাধিকাৰীৰ হাই ক’টত আৱেদন, চৰকাৰৰ পৰা ক্ষতিপূৰণৰ দাবী

‘১৭০ বছৰীয়া অস্বাভাৱিক বিলম্ব’,  ‘লালকিল্লা’ৰ উত্তৰাধিকাৰীৰ হাই ক’টত আৱেদন, চৰকাৰৰ পৰা ক্ষতিপূৰণৰ দাবী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.