• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
image of baby

জন্তুৱে বুজে মাতৃৰ মমতা! পৃথিৱীৰ পোহৰ দেখিয়েই জন্মদাত্ৰীৰ প্ৰতাৰণাৰ বলি এটি দেৱশিশু সুৰক্ষিত অৱস্থাত উদ্ধাৰ ঘন অৰণ্যত

5 years ago
আমেৰিকাত পাকিস্তানক লৈ মন্তব্য ৰাহুল গান্ধীৰ

আমেৰিকাত পাকিস্তানক লৈ মন্তব্য ৰাহুল গান্ধীৰ

1 minute ago
বিৱাহিত জীৱনৰ অশান্তি, আৰ্থিক সমস্যা দূৰ কৰিবলৈ…

বিৱাহিত জীৱনৰ অশান্তি, আৰ্থিক সমস্যা দূৰ কৰিবলৈ…

21 minutes ago
Burj Khalifaতকৈও অধিক ব্যয়ৰে নিৰ্মিত গেম GTA 6 মুকলি

Burj Khalifaতকৈও অধিক ব্যয়ৰে নিৰ্মিত গেম GTA 6 মুকলি

41 minutes ago
প্ৰখ্যাত টাইম আলোচনীত বৈভৱ সূৰ্যবংশীৰ সৈতে অসম কন্যা লাভলীনাৰ স্থান

প্ৰখ্যাত টাইম আলোচনীত বৈভৱ সূৰ্যবংশীৰ সৈতে অসম কন্যা লাভলীনাৰ স্থান

1 hour ago
দেশলৈ উভতাৰ বাবে সাজু হাছিনা! দিল্লীস্থ বাংলাদেশৰ উচ্চায়ুক্তলৈ পত্ৰ

দেশলৈ উভতাৰ বাবে সাজু হাছিনা! দিল্লীস্থ বাংলাদেশৰ উচ্চায়ুক্তলৈ পত্ৰ

3 hours ago
জানক কেনে যাব আপোনাৰ দিনটো

জানক কেনে যাব আপোনাৰ দিনটো

3 hours ago
ভয়াৱহ ঘূৰ্ণীবতাহৰ ভাবুকি! ৩৯খন ৰে’ল বাতিল

ভয়াৱহ ঘূৰ্ণীবতাহৰ ভাবুকি! ৩৯খন ৰে’ল বাতিল

11 hours ago
এ আই ইউ ডি এফৰ ভৱিষ্যৎ কি? : ভাস্কৰজ্যোতি বৰা

এ আই ইউ ডি এফৰ ভৱিষ্যৎ কি? : ভাস্কৰজ্যোতি বৰা

12 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ সলনি হ’ব ভাগ্যৰ চকৰি!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ সলনি হ’ব ভাগ্যৰ চকৰি!

12 hours ago
টোলগে’টক লৈ গুৰুতৰ অভিযোগ, ‘অসমৰ ৩খন টোলগে’টৰহে তথ্য আছে NHAIৰ হাতত!’

টোলগে’টক লৈ গুৰুতৰ অভিযোগ, ‘অসমৰ ৩খন টোলগে’টৰহে তথ্য আছে NHAIৰ হাতত!’

13 hours ago
সোণৰ গহনা ক্ৰয়ৰ সময়ত সাৱধান হওঁক, সোণত ৰেনিয়াম মিহলি কৰি ওজন বৃদ্ধিৰ অভিযোগ!

সোণৰ গহনা ক্ৰয়ৰ সময়ত সাৱধান হওঁক, সোণত ৰেনিয়াম মিহলি কৰি ওজন বৃদ্ধিৰ অভিযোগ!

13 hours ago
বাছ-LPG টেংকাৰৰ মুখামুখি খুন্দা, অগ্নিদগ্ধ হৈ ১০ যাত্ৰীৰ মৃ*ত্যু

বাছ-LPG টেংকাৰৰ মুখামুখি খুন্দা, অগ্নিদগ্ধ হৈ ১০ যাত্ৰীৰ মৃ*ত্যু

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

জন্তুৱে বুজে মাতৃৰ মমতা! পৃথিৱীৰ পোহৰ দেখিয়েই জন্মদাত্ৰীৰ প্ৰতাৰণাৰ বলি এটি দেৱশিশু সুৰক্ষিত অৱস্থাত উদ্ধাৰ ঘন অৰণ্যত

editor by editor
December 22, 2021 - Updated on December 23, 2021
in গুৱাহাটী, বিবিধ, ভাৰত
0
image of baby

newborn-baby-found-alive-in-dense-forest

0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’বৰা- অজগৰৰ দৰে বিষাক্ত সাপৰ সৈতে দুটা ভয়াৰ্ত ৰাতি কটালে এটি নৱজাতকে৷ মাতৃগৰ্ভৰ পৰা পৃথিৱীৰ পোহৰ দেখিয়েই জীৱশ্ৰেষ্ঠৰ প্ৰতাৰণাৰ বলি হ’ল দেৱশিশুটি৷ কিন্তু ঘন অৰণ্যতেই দুটা দিন সুৰক্ষিত থাকিল এটি নৱজাতক কন্যাশিশু৷ জন্মদাত্ৰীৰ  প্ৰতাৰণাৰ  বলি হ’লেও অৰণ্যত জন্তুৰ মাজত সুৰক্ষিত অৱস্থাত আছিল শিশুটি৷ এই ঘটনা সংঘটিত হৈছে থাইলেণ্ডত৷ থাইলেণ্ডৰ এখন ঘন জংঘলৰ মাজত স্থানীয় লোকে সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰে দুদিনীয়া সন্তানটি৷ স্থানীয় লোকে সন্তানটিক উদ্ধাৰ কৰি চিকিৎসালত ভৰ্তি কৰায়৷ কি কাৰণত কোনে শিশুটিক এনেদৰে ৰাখি থৈ যায় বৰ্তমানলৈকে পোহৰলৈ অহা নাই৷ কিন্তু কন্যা শিশু হোৱাৰ বাবেই শিশুটিক এনেদৰে এৰি থৈ যোৱা বুলি সন্দেহ কৰিছে লোকসকলে৷ সম্প্ৰতি সুৰক্ষিত আৰু সুস্থ অৱস্থাত আছে শিশুটি৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelnewborn found in dense forestthailand forest
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমেৰিকাত পাকিস্তানক লৈ মন্তব্য ৰাহুল গান্ধীৰ
ৰাজনীতি

আমেৰিকাত পাকিস্তানক লৈ মন্তব্য ৰাহুল গান্ধীৰ

November 20, 2026
বিৱাহিত জীৱনৰ অশান্তি, আৰ্থিক সমস্যা দূৰ কৰিবলৈ…
জীৱনশৈলী

বিৱাহিত জীৱনৰ অশান্তি, আৰ্থিক সমস্যা দূৰ কৰিবলৈ…

November 20, 2026
প্ৰখ্যাত টাইম আলোচনীত বৈভৱ সূৰ্যবংশীৰ সৈতে অসম কন্যা লাভলীনাৰ স্থান
বিনোদন

প্ৰখ্যাত টাইম আলোচনীত বৈভৱ সূৰ্যবংশীৰ সৈতে অসম কন্যা লাভলীনাৰ স্থান

November 20, 2026
জানক কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ দিনটো

November 20, 2026
Next Post
প্ৰতিষ্ঠিত ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ CEOৰ পদত আন এক ভাৰতীয়, OnlyFansৰ CEO অম্ৰপলি গণ

প্ৰতিষ্ঠিত ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ CEOৰ পদত আন এক ভাৰতীয়, OnlyFansৰ CEO অম্ৰপলি গণ

অমিক্ৰণ সংক্ৰমণৰ বৰ্ধিত হাৰত উদ্বিগ্ন কেন্দ্ৰ, প্ৰধানমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান

অমিক্ৰণ সংক্ৰমণৰ বৰ্ধিত হাৰত উদ্বিগ্ন কেন্দ্ৰ, প্ৰধানমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.