• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশাল নিৰাপত্তা বেষ্টনীৰ মাজতো নিৰাপত্তা নাই জীৱনৰ, আদালতত বোমা বিস্ফোৰণ, নিহত ২

বিশাল নিৰাপত্তা বেষ্টনীৰ মাজতো নিৰাপত্তা নাই জীৱনৰ, আদালতত বোমা বিস্ফোৰণ, নিহত ২

4 years ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

4 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

5 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

5 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

5 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

6 hours ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

6 hours ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

6 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

7 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

7 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

7 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

8 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

বিশাল নিৰাপত্তা বেষ্টনীৰ মাজতো নিৰাপত্তা নাই জীৱনৰ, আদালতত বোমা বিস্ফোৰণ, নিহত ২

editor by editor
December 23, 2021
in অপৰাধ, গুৱাহাটী, ভাৰত
0
বিশাল নিৰাপত্তা বেষ্টনীৰ মাজতো নিৰাপত্তা নাই জীৱনৰ, আদালতত বোমা বিস্ফোৰণ, নিহত ২
0
SHARES
44
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আদালততো সুৰক্ষিত নহয় সাধাৰণ জনতা৷ আদালতৰ চৌহদত সংঘটিত বোমা বিস্ফোৰণত নিহত ২ জন ব্যক্তি৷ বৃহস্পতিবাৰে দিনৰ ১২.২২ বজাত পঞ্জাবৰ লুধিয়ানা আদালতৰ চৌহদত সংঘটিত হয় এই ভয়ংকৰ বোমা বিস্ফোৰণ৷ কোনো অচিনাক্ত দুৰ্বৃত্তই বিল্ডিঙৰ দ্বিতীয় মহলাত সংঘটিত কৰে এই বিস্ফোৰণ৷ বিস্ফোৰণত আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও কেইবাজনৰো অৱস্থা সংকটজনক৷ ঘটনাস্থলীত NIAৰ এটা উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে অনুসন্ধান৷ বিশাল নিৰাপত্তা বেষ্টনীৰ মাজত থকা DCP কাৰ্যালয়ৰ কাষতে থকা আদালত চৌহদত কিদৰে এই ঘটনা সংঘটিত হ’বলৈ পালে ইয়াকে লৈ এতিয়া চৰ্চা হৈছে দুৰ্বল নিৰাপত্তা বেষ্টনীৰ বিষয়টো৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbomb blastludhiana court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে
ভাৰত

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

June 6, 2026
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি
ভাৰত

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

June 6, 2026
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক
বিশ্ব

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

June 6, 2026
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল
ভাৰত

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

June 5, 2026
Next Post
বৰদিন আৰু নৱবৰ্ষ উদযাপনত নিষেধাজ্ঞা প্ৰশাসনৰ, পুনৰ বলবৎ হোৱাৰ সম্ভাৱনা নৈশ কাৰ্ফিউ

বৰদিন আৰু নৱবৰ্ষ উদযাপনত নিষেধাজ্ঞা প্ৰশাসনৰ, পুনৰ বলবৎ হোৱাৰ সম্ভাৱনা নৈশ কাৰ্ফিউ

এটি ১৯ বছৰীয়া সপোন পূৰণ দুগৰাকী যমজ ভাতৃৰ, চৰ্চাত পঞ্জাব চৰকাৰ৷ পঞ্জাব চৰকাৰৰ সিদ্ধান্তত সুখী প্ৰতিগৰাকী ব্যক্তি

এটি ১৯ বছৰীয়া সপোন পূৰণ দুগৰাকী যমজ ভাতৃৰ, চৰ্চাত পঞ্জাব চৰকাৰ৷ পঞ্জাব চৰকাৰৰ সিদ্ধান্তত সুখী প্ৰতিগৰাকী ব্যক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.