• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰু পথাৰত গাঁওবুঢ়াক আক্ৰমণ! আক্ৰমণ কৰিয়েই পলায়ন…

সৰু পথাৰত গাঁওবুঢ়াক আক্ৰমণ! আক্ৰমণ কৰিয়েই পলায়ন…

4 years ago
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

23 minutes ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

12 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

13 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

13 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

13 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

14 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

15 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

16 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

17 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

17 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

18 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সৰু পথাৰত গাঁওবুঢ়াক আক্ৰমণ! আক্ৰমণ কৰিয়েই পলায়ন…

editor by editor
January 3, 2022
in অসম, গুৱাহাটী
0
সৰু পথাৰত গাঁওবুঢ়াক আক্ৰমণ! আক্ৰমণ কৰিয়েই পলায়ন…
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ গোলাঘাটৰ সৰুপথাৰৰ টেঙানী গেৰুকানী গাঁৱত বাঘৰ সন্ত্ৰাস। বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দেৱজিৎ ফুকন(৫০) নামৰ এজন লোক। সোমবাৰে নিজৰ ঘৰৰ ওচৰত বাঘ ওলাৱাৰ কথা স্থানীয় লোকে কোৱাত গাঁওবুঢ়া দেৱজিৎ ফুকন ঘটনাস্থলীত উপস্থিত হয়। বাঘৰ অতৰ্কিত আক্ৰমণত চকুৰ এটা অংশত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ব্যক্তিগৰাকী৷ পৰিয়ালৰ লোকে বাঘে আক্ৰমণ কৰা প্ৰত্যক্ষ কৰি হুলস্থূল কৰাত ঘটনাস্থলীৰ পৰা বাঘটো পলায়ন কৰে ৷ স্থানীয় লোকৰ সন্দেহ বৰ্তমানেও কাষৰ বাগানতেই আছে বাঘটো, যাৰ বাবে এতিয়া শংকাত ভূগিছে গাঁওবাসীয়ে৷ সম্প্ৰতি গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন আহত ব্যক্তিগৰাকী। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে টেঙানী গেৰুকানী গাঁৱত। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি৷

ৰাজকল্প হাজৰিকা

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channeltiger attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?
অসম

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

May 21, 2026
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?
অসম

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

May 21, 2026
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অসম

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

May 20, 2026
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?
অসম

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

May 20, 2026
Next Post
yogi and modi

ভাৰতীয় নিৰ্বাচনৰ গৱেষণাগাৰ! উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত শেষ হাঁহি কাৰ?

leopard

দৰঙত বাঘক লৈ বন বিভাগৰ ল'ৰা-ধেমালি। ভলীবলৰ নেটৰে বানৰজাক ধৰিবলৈ আহি ৰেঞ্জাৰৰ বিলাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.