• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
abu dhabi airport attact

আবু ধাবিত ‘হাউথি’ বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণ

5 years ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

3 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

4 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

4 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

4 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

5 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

5 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

5 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

6 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

8 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

9 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

9 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

আবু ধাবিত ‘হাউথি’ বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণ

নিহতৰ তালিকাত ২ ভাৰতীয়, ১ পাকিস্তানী

editor by editor
January 17, 2022
in অপৰাধ, বিশ্ব
0
abu dhabi airport attact

abu-dhabi-airport-attact-by-houthi-militants

0
SHARES
177
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ইছলামিক উগ্ৰপন্থীৰ নৃশংসতাৰ আকৌ এবাৰ সাক্ষী হ’ল সংযুক্ত আৰব আমীৰ শ্বাহী৷ আবু ধাবি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দ্ৰোণেৰে তিনিখনকৈ অইল টেংকাৰত ঘটোৱা বিস্ফোৰণৰ ফলত ৩ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৬ জনৰো অধিক আহত হোৱাৰ তথ্য সদৰী কৰিছে আৰক্ষীয়ে৷

সোমবাৰে হোৱা এই বিস্ফোৰণৰ দায়িত্ব ইতিমধ্যে স্বীকাৰ কৰিছে য়েমেনৰ বিদ্ৰোহী সংগঠন ‘হাউথি’ৰ নেতৃবৃন্দই৷ ইছলামিক উগ্ৰপন্থী সংগঠনটোৰ এই দাবীৰ বিপৰীতে ইউনাইটেড আৰৱ এমিৰেট কৰ্তৃপক্ষই বিস্ফোৰণেৰে কোন জড়িত তাৰ মাৰাথন তদন্ত অব্যাহত ৰাখিছে৷

আৰক্ষীয়ে মৃত লোকসকলক চিনাক্ত কৰিছে আৰু ইয়াৰে দুয়োজনেই হ’ল ভাৰতৰ আৰু আনজন পাকিস্তানৰ নাগৰিক৷ আহতসকলৰ পৰিচয় ৰাজহুৱাভাৱে এই সময়লৈ মুকলি কৰা নাই আবু ধাবি আৰক্ষীয়ে৷

ইৰানৰ সাহায্যপ্ৰাপ্ত ছিয়া বিদ্ৰোহী গোটটোৱে চৌদি আৰৱ আৰু সংযুক্ত আৰৱ আমীৰ শ্বাহীক সততে টাৰ্গেট কৰি লোৱা দেখা গৈছে৷ ইয়াৰে প্ৰতিফলন সোমবাৰৰ আবু ধাবিৰ বিস্ফোৰণ বুলি দাবী কৰা হৈছে যদিও আনুষ্ঠানিকভাৱে এই কথা স্বীকাৰ কৰা নাই আবু ধাবি প্ৰশাসনে৷ প্ৰাথমিক তদন্তত দ্ৰোণেৰে দুটাকৈ ঠাইত বিস্ফোৰণ ঘটোৱাৰ সাক্ষ্য পোৱা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest assamese news portal in assambest assamese news portal of assambest news channel in assamBest News Portal in Assamthe best news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত
ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

September 5, 2026
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ
জীৱনশৈলী

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

September 5, 2026
বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?
বিনোদন

বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

September 5, 2026
Next Post
মন কৰিলেই চন, বাকৰি মাটিতে ধন, কেৱল থিয় হৈ থাকিয়েই উপাৰ্জন কৰক মোটা অংকৰ ধন…

মন কৰিলেই চন, বাকৰি মাটিতে ধন, কেৱল থিয় হৈ থাকিয়েই উপাৰ্জন কৰক মোটা অংকৰ ধন…

মাস্কক লৈ আকৌ চৰ্চাত বিগ বি অমিতাভ বচ্চন, তেওঁ পিন্ধা মাস্কখনৰ দাম কিমান বুলি ভাৱে আপুনি?

মাস্কক লৈ আকৌ চৰ্চাত বিগ বি অমিতাভ বচ্চন, তেওঁ পিন্ধা মাস্কখনৰ দাম কিমান বুলি ভাৱে আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.