• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাস্কক লৈ আকৌ চৰ্চাত বিগ বি অমিতাভ বচ্চন, তেওঁ পিন্ধা মাস্কখনৰ দাম কিমান বুলি ভাৱে আপুনি?

মাস্কক লৈ আকৌ চৰ্চাত বিগ বি অমিতাভ বচ্চন, তেওঁ পিন্ধা মাস্কখনৰ দাম কিমান বুলি ভাৱে আপুনি?

5 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

1 hour ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

2 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

2 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

2 hours ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

3 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

4 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

4 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

5 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

6 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

8 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

মাস্কক লৈ আকৌ চৰ্চাত বিগ বি অমিতাভ বচ্চন, তেওঁ পিন্ধা মাস্কখনৰ দাম কিমান বুলি ভাৱে আপুনি?

editor by editor
January 18, 2022
in ক'ভিড-১৯, গুৱাহাটী, বিনোদন, বিবিধ, ভাৰত
0
মাস্কক লৈ আকৌ চৰ্চাত বিগ বি অমিতাভ বচ্চন, তেওঁ পিন্ধা মাস্কখনৰ দাম কিমান বুলি ভাৱে আপুনি?
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ চৰ্চালৈ আহিছে বলীউডৰ বিগ বি অমিতাভ বচ্চনৰ এখন ফটো৷ যিখন ফটোত অমিতাভ বচ্চনে এখন বিশেষ মাস্ক পিন্ধি আছে৷ যেতিয়াই অমিতাভ বচ্চনে এই মাস্কখন পৰিধান কৰে তেতিয়াই চৰ্চালৈ আহে৷ লকডাউনৰ সময়ৰ পৰাই অমিতাভ বচ্চনে এই মাস্কখন পিন্ধি আহিছে৷ যিখন মাস্কে সকলোৰে চকু আকৰ্ষণ কৰিছে পূৰ্বতেই৷ মাস্কখনৰ নাম পেঙ্গোলিন৷ এই পেঙ্গোলিন মাস্ক সাধাৰণ মাস্কতকৈ বহুত বেলেগ৷

এতিয়া হয়টো আপুনি ভাৱিছে মাস্কখনৰ বিশেষত্ব কি? যাৰ বাবে বিগ বি অমিতাভ বচ্চনে এই মাস্কখন পিন্ধিলেই চৰ্চালৈ আহে৷ কিছুু সংখ্যক মাস্ক পিন্ধিলে আমাৰ উশাহ-নিশাহ লোৱাত কষ্ট হয় নহয়নে? কিন্তু এই পেঙ্গোলিন মাস্ক পিন্ধিৰ উশাহ লোৱা সহজ৷ মাস্কখন পিন্ধাৰ পাছত শ্বাস-প্ৰশ্বাসৰ কোনো সমস্যাৰ সন্মুখীন নহয় লোকজন। ইয়াৰ উপৰিও পেঙ্গোলিন মাস্ক আৰামদায়ক আৰু লগতে ই সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰে।অমিতাভ বচ্চনে পিন্ধা মাস্কখনৰ দাম কিমান জানেনে আপুনি? এই মাস্কখনৰ মূল্য প্ৰায় ২,৫০০ টকা।

এতিয়া জানো আহক পেঙ্গোলিন মাস্কৰ আন আন বিশেষত্বসমুহ-

– মাস্কখনত বায়ু চলাচলৰ বাবে এটা বক্ৰ ডিজাইন আছে যাতে উশাহ লোৱাত কোনো অসুবিধা নহয়।

– ইয়াত এটা হেম্প আধাৰিত ফিল্টাৰ আছে।

– কাষ্টম ডিজাইন থকাৰ বাবে বহুসময় মাস্কখন পিন্ধিলেও কাণৰ বিষ নহয়, ই আৰামদায়ক।

– পেঙ্গোলিন মাস্কত লগোৱা ফিল্টাৰবোৰে প্ৰদূষণ, বেক্টেৰিয়া আৰু অন্যান্য মাৰাত্মক বেক্টেৰিয়া আপোনাৰ ওচৰলৈ যোৱাত বাধা প্ৰদান কৰে।

– মাস্কখনত ভাল্ভ লগোৱা আছে যাৰ বাবে উশাহ লোৱা অতি সহজ আৰু উশাহ লোৱাৰ সময়ত বাহিৰৰ আন বীজাণু আহিব নোৱাৰে।

– ই কৰোনাৰ পৰা সুৰক্ষা দিয়াত অত্যন্ত কাৰ্যকৰী কিয়নো আন মাস্ক পিন্ধাৰ পিছত কাষত ই খোল খায় নাখাকে।

– পেঙ্গোলিন মাস্কৰ কাপোৰ উচ্চ প্ৰিমিয়াম মানদণ্ডৰ যাতে আপুনি ইয়াক ঘন্টাৰ পিছত ঘণ্টা ধৰি একেৰাহে পিন্ধি থাকিব পাৰে।

– আন মাস্ক পিন্ধাৰ পাছত চশমা পিন্ধিলে ধুৱলীকুঁৱলী হোৱাৰ হোৱাৰ দৰে এই মাস্ক পিন্ধাৰ পাছত তেনে সমস্যাৰ সন্মুখীন নহয়। ।

– পেঙ্গোলিন মাস্ক পিন্ধিলে আপোনাক ক’ৰনাৰ পৰা সুৰক্ষিত কৰাৰ লগতে আপোনাৰ কাম সুচাৰুৰূপে কৰাত সহায় কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amitabh bachchanasom live 24assam live 24axom live 24covid 19face masks
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

October 13, 2026
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

October 13, 2026
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!
জীৱনশৈলী

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

October 13, 2026
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?
ভাৰত

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

October 13, 2026
Next Post
ৰক্ষা ৰাহুল গান্ধী! মাত্ৰ ২ মিনিটৰ বিজুতিৰ বাবে প্ৰধানমন্ত্ৰীয়ে  নাম পালে ‘পাপ্পু’

ৰক্ষা ৰাহুল গান্ধী! মাত্ৰ ২ মিনিটৰ বিজুতিৰ বাবে প্ৰধানমন্ত্ৰীয়ে  নাম পালে ‘পাপ্পু’

ভাৰতৰ এগৰাকী মহিলা হঠাৎ ভাইৰেল হৈছে  কিয় ভাইৰেল হৈছে মহিলাগৰাকী?

ভাৰতৰ এগৰাকী মহিলা হঠাৎ ভাইৰেল হৈছে কিয় ভাইৰেল হৈছে মহিলাগৰাকী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.