• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টোপনিহীনতাত ভুগিছে নেকি? মাত্ৰ ৬০ ছেকেণ্ডতে কেনেকৈ টোপনিত ঢলি পৰিব?

টোপনিহীনতাত ভুগিছে নেকি? মাত্ৰ ৬০ ছেকেণ্ডতে কেনেকৈ টোপনিত ঢলি পৰিব?

4 years ago
১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

3 hours ago
প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

4 hours ago
PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

4 hours ago
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

5 hours ago
শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

5 hours ago
জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

6 hours ago
৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

6 hours ago
বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

7 hours ago
ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

8 hours ago
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

9 hours ago
ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

9 hours ago
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

টোপনিহীনতাত ভুগিছে নেকি? মাত্ৰ ৬০ ছেকেণ্ডতে কেনেকৈ টোপনিত ঢলি পৰিব?

editor by editor
January 27, 2022
in অসম, স্বাস্থ্য
0
টোপনিহীনতাত ভুগিছে নেকি? মাত্ৰ ৬০ ছেকেণ্ডতে কেনেকৈ টোপনিত ঢলি পৰিব?
0
SHARES
320
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি বাৰু টোপনিহীনতাত ভুগিছে নেকি? অথবা টোপনিৰ বাবে বিচনাত পৰি ঘণ্টা ঘণ্টা ধৰি যুঁজি আছে নেকি? নিশা সাৰ পায় বিচনাত টোপনিৰ বাবে হামৰাও কাঢ়ি থাকে নেকি?

আপুনি যদি এই সমস্যাসমূহত আক্ৰান্ত হৈ আছে, তেনে আপোনাৰ এই সমস্যাসমূহ উপশমৰ বাবে আমি কেইটামান যোগাত্মক টিপছ আপোনালৈ আগবঢ়াইছো৷

তলৰ টিপছসমূহ প্ৰয়োগ কৰি আপুনি মাত্ৰ ৬০ ছেকেণ্ড অৰ্থাৎ ১ মিনিটৰ ভিতৰতে পুনৰ টোপনিত ঢলি পৰিব৷

আমি আপোনালৈ ৪-৭-৮ টোপনিৰ পদ্ধতিটোৰ কথা ক’ব খুজিছো, যাৰদ্বাৰা আপুনি এই সমস্যাসমূহৰ পৰা উদ্ধাৰ পাব পাৰে! এই পদ্ধতিটোক টোপনিত পুনৰ ঢলি পৰাৰ আটাইতকৈ সহজ পদ্ধতি হিচাপে অভিহিত কৰা হৈছে৷

এৰিজোনা বিশ্ববিদ্যালয়ৰ এজন ইণ্টিগ্ৰেটিভ মেডিচিন বিশেষজ্ঞ ডাঃ এণ্ড্ৰিউ ৱেইলৰ দ্বাৰা বিকশিত এই ৪-৭-৮ পদ্ধতিটো প্ৰাচীন মেডিটেচন আৰু উশাহ-নিশাহকেন্দ্ৰিক কৌশলৰে প্ৰস্তুত কৰা হৈছে।

আপুনি মাজনিশা সাৰ পালে এই পদ্ধতিটো প্ৰয়োগেৰে সুফল পাব পাৰে৷ নিয়মীয়াভাৱে পদ্ধতিটো অনুশীলন কৰিলে আপুনি ৬০ ছেকেণ্ডৰ ভিতৰত টোপনি যাবলৈ সক্ষম হোৱাৰ উপিৰও শ্বাস-প্ৰশ্বাসজনিত ৰোগ বা উশাহ-নিশাহত কষ্ট পাই থকা আদি বিভিন্ন স্বাসজনিত সমস্যাৰ পৰাও উদ্ধাৰ পাবলৈ সক্ষম হ’ব৷

অৱশ্যে ইয়াৰ বাবে আপুনি যথেষ্ট পৰিমাণে অনুশীলন কৰিব লাগিব৷ অৰ্থাৎ অভ্যাস কৰিব লাগিব আপুনি৷

কি এই ৪-৭-৮ পদ্ধতি অথবা ইয়াক আপুনি কেনেকৈ অনুশীলন কৰিব?

১. আৰামদায়ক অৱস্থান গ্ৰহণ কৰি শৰীৰটো শিথিল কৰি দিব৷

২. ইয়াৰ পিছত ৪ ছেকেণ্ডৰ বাবে কেৱল নাকেৰে উশাহ ল’ব৷

৩. তাৰ পিছত ৭ ছেকেণ্ডৰ বাবে উশাহটো ধৰি ৰাখিব৷

৪. এইবাৰ ৪ ছেকেণ্ডৰ বাবে মুখেৰে উশাহ এৰি হুক হুক শব্দ কৰিব৷

৫. ইয়াক আপুনি ৪ বাৰকৈ পুনাৰাবৃত্তি কৰিব৷

এইদৰে সদায় কৰিলে আপুনি ভোগী থকা সমস্যাসমূহৰ পৰা লাহে লাহে উদ্ধাৰ পাব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24health tipsinsomniac
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?
জীৱনশৈলী

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

April 20, 2026
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!
অসম

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

April 20, 2026
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?
অসম

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

April 18, 2026
Next Post
মহানগৰীৰ ৰাজপথত আৰক্ষীৰ তাণ্ডৱ : প্ৰতিবাদকাৰীৰ ওপৰত পৰিল জঁপিয়াই আৰক্ষী

মহানগৰীৰ ৰাজপথত আৰক্ষীৰ তাণ্ডৱ : প্ৰতিবাদকাৰীৰ ওপৰত পৰিল জঁপিয়াই আৰক্ষী

ভেকচিন ল’বলৈ ভয় কৰে নেকি? এতিয়া আৰু শংকা নাই, বজাৰত উপলব্ধ ফাইজাৰৰ কোভিড বড়ি

ভেকচিন ল’বলৈ ভয় কৰে নেকি? এতিয়া আৰু শংকা নাই, বজাৰত উপলব্ধ ফাইজাৰৰ কোভিড বড়ি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.