• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্ব টেনিছত অভিলেখ গঢ়া নাদালে প্ৰাইজমানি হিচাপে কিমান ধন উপাৰ্জন কৰিছে?

বিশ্ব টেনিছত অভিলেখ গঢ়া নাদালে প্ৰাইজমানি হিচাপে কিমান ধন উপাৰ্জন কৰিছে?

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্ব টেনিছত অভিলেখ গঢ়া নাদালে প্ৰাইজমানি হিচাপে কিমান ধন উপাৰ্জন কৰিছে?

editor by editor
January 31, 2022
in অসম, ক্ৰীড়া, বিশ্ব
0
বিশ্ব টেনিছত অভিলেখ গঢ়া নাদালে প্ৰাইজমানি হিচাপে কিমান ধন উপাৰ্জন কৰিছে?
0
SHARES
328
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেওবাৰে মেলব’ৰ্ণত ৰাছিয়ান টেনিছ তাৰকা ডানিল মেদভেদেভক পৰাস্ত কৰি বিশ্ব টেনিছ ইতিহাসত নতুন অভিলেখৰ অধিকাৰী হয় স্পনিছ টেনিছ তাৰকা ৰাফেল নাদাল৷

মেদভেদেভক পৰাস্ত কৰি ২০২২ৰ অষ্ট্ৰেলিয়ান অ’পেন দখল কৰাৰ লগে লগে ৰাফেল নাদালে টেনিছ কেৰিয়াৰ ছিংগলছ গ্লেণ্ডশ্লেমৰ সংখ্যা ২১ টালৈ বৃদ্ধি কৰে৷ ইয়াৰ লগে লগে ৰাফেল নাদালে চুইজাৰলেণ্ডৰ টেনিছ তাৰকা ৰ’জাৰ ফেডাৰৰ আৰু চাৰ্বিয়ান টেনিছ তাৰকা ন’ভাক জুক’ভিক অতিক্ৰম কৰে৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে তিনিও গৰাকী টেনিছ তাৰকাই ২০ টাকৈ গ্লেণ্ডশ্লেমৰ অধিকাৰী আছিল৷ নাদালে দুয়োগৰাকী তাৰকাকে অতিক্ৰমী বিশ্ব টেনিছ ইতিহাসত অভিলেখ সৃষ্টি কৰিলেও এই অভিলেখ কিমান দিনলৈ সুৰক্ষিত হৈ থাকিব সেয়া সময়েহে ক’ব৷ কাৰণ ফেডাৰৰ আৰু জুক’ভিক দুয়োগৰাকী তাৰকাই এতিয়াও অৱসৰ গ্ৰহণ কৰা নাই৷

এতিয়া আহোঁ ২১ টা গ্লেণ্ডশ্লেম দখলেৰে অভিলেখৰ অধিকাৰী হোৱা ৩৫ বছৰীয়া নাদালে কেৰিয়াত কিমান পৰিমাণৰ প্ৰাইজমানি লাভ কৰিছে৷

উল্লেখ্য যে দেওবাৰে অষ্ট্ৰেলিয়ান অ’পেনৰ পুৰুষৰ খিতাপ দখল কৰি নাদালে প্ৰাইজমানি হিচাপে লাভ কৰিছে ১.৫ মিলিয়ন অষ্ট্ৰেলিয়ান ড’লাৰ, ভাৰতীয় মূল্যত ২৩.১৩ কোটি টকা৷

আনহাতে, টেনিছ কেৰিয়াত প্ৰাইজমানি হিচাপে ৰাফেল নাদালে উপাৰ্জন কৰিছে ১২৭,১২১,৩৮৫ মাৰ্কিন ড’লাৰ৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aqxom live 24asom live 24assam live 24rafael nadalTennis
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 9, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
Next Post
প্ৰাক্তন পৰ্ণষ্টাৰ মিয়া খালিফাৰ মৃত্যুৰ ৰহস্য ফাদিল : ‘মই এতিয়াও জীয়াই আছো‘

প্ৰাক্তন পৰ্ণষ্টাৰ মিয়া খালিফাৰ মৃত্যুৰ ৰহস্য ফাদিল : ‘মই এতিয়াও জীয়াই আছো‘

আজি সংসদত উত্থাপন হ’ব সাধাৰণ বাজেট, ৮-৮.৫ শতাংশলৈ জিডিপি বৃদ্ধিৰ লক্ষ্য

আজি সংসদত উত্থাপন হ’ব সাধাৰণ বাজেট, ৮-৮.৫ শতাংশলৈ জিডিপি বৃদ্ধিৰ লক্ষ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.