• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাজেট ২০২২ৰ হাইলাইট : গুৰুত্ব লাভ কৰা শীৰ্ষ ১০ টা দিশ

বাজেট ২০২২ৰ হাইলাইট : গুৰুত্ব লাভ কৰা শীৰ্ষ ১০ টা দিশ

4 years ago
শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

45 minutes ago
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

2 hours ago
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

3 hours ago
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

4 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

16 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

16 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

17 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

17 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

17 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

18 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

20 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

বাজেট ২০২২ৰ হাইলাইট : গুৰুত্ব লাভ কৰা শীৰ্ষ ১০ টা দিশ

editor by editor
February 1, 2022
in অসম, ভাৰত, ৰাজনীতি
0
বাজেট ২০২২ৰ হাইলাইট : গুৰুত্ব লাভ কৰা শীৰ্ষ ১০ টা দিশ
0
SHARES
321
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মংগলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট৷

সীমাৰমণে ডিজিটেল ফৰ্মেটত দাখিল কৰা বাজেটত বিশেষ ৪ টা বিষয়ত গুৰুত্ব প্ৰদান কৰা দেখা গ’ল৷ এই দিশ চাৰিটা হৈছে ক্ৰমে প্ৰধানমন্ত্ৰী গণশক্তি, অন্তভুৰ্ক্তিমূলক উন্নয়ন, শক্তিৰ ৰূপাম্তকৰণ আৰু প্ৰদূষণ প্ৰতিৰোধ কাৰ্যকৰণ আৰু বিত্তীয় বিনিয়োগ৷

অৰ্থনীতিৰ প্ৰাকৃতিক বিকাশৰ বাবে অৰ্থনীতি সুস্থিৰতাৰ প্ৰয়োজন আৰু ইয়াৰ বাবে ৰাজহুৱা বিনিয়োগৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা বুলিও নিজৰ বাজেট ভাষণত মন্তব্য কৰে বিত্ত মন্ত্ৰী সীতাৰমণে৷

প্ৰত্যক্ষ কৰত কোনো পৰিৱৰ্তন কৰা নাই যদিও নিৰ্মাণ খণ্ডৰ ক’ৰ্পৰেট কৰ নিম্নতম ১৫ শতাংশলৈ সম্প্ৰসাৰিত কৰা হৈছে৷ কিন্তু লক্ষণীয়ভাৱে বিত্ত মন্ত্ৰীয়ে কীপ্ট’ কাৰেন্সীৰ ক্ষেত্ৰত কৰ আৰোপৰ এক নতুন ব্যৱস্থাও ৰাখিছে৷

বাজেটৰ ১০ টা শীৰ্ষ দিশ :-

১. মূলধনৰ ব্যয় ৩৫.৪  শতাংশলৈ বৃদ্ধি

২০২২-২৩ বিত্তীয় বৰ্ষত মূলধন ব্যয় ৪.৪৫ লাখ কোটি টকাৰ পৰা ৭.৫০ লাখ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

২. প্ৰধানমন্ত্ৰী গণশক্তি কাৰ্মসূচী গুৰুত্ব

বাজেটত সাতটা বিশেষ ক্ষেত্ৰক গুৰুত্ব দিয়া হৈছে৷ এই সাতটা ক্ষেত্ৰ হৈছে ক্ৰমে পথ, ৰে’লৱে, বিমানবন্দৰ, বন্দৰ, ৰাজহুৱা পৰিবহণ, জল পৰিবহণ আৰু ল’জিষ্টিক আন্তগাঁথনি৷

ইয়াৰে ৰাষ্ট্ৰীয় ঘাইপথত ২৫ হাজাৰ কিলোমিটাৰ নিৰ্মাণৰ লগতে অন্যান্য উদ্ভাৱনী ক্ষেত্ৰত ২০ হাজাৰ কোটি টকা ব্যয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

৩. ক্ষুদ্ৰ উদ্যোগ বৃদ্ধিৰ বাবে এছএলজিএছ আঁচনিৰ সম্প্ৰাসৰণ

এই শিতানত ৫০ হাজাৰ কোটি টকা ব্যয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

৪. বিশেষ অৰ্থনৈতিক ক্ষেত্ৰৰ বাবে নতুন আইন প্ৰণয়ন

ই ৰপ্তানিৰ প্ৰতিযোগিতামূলকতা বৃদ্ধি কৰিবলৈ সকলো বৃহৎ আৰু নতুন ঔদ্যোগিক ক্ষেত্ৰক সামৰি ল’ব৷

৫. কীপ্ট’ কৰৰ ব্যৱস্থা

যিকোনো ডিজিটেল ভাৰ্চুৱেল সম্পদৰ পৰা ধন উপাৰ্জন কৰি ট্ৰেন্সফাৰ কৰিলে ৩০ শতাংশ পৰ্যন্ত কৰ আৰোপ কৰা হ’ব পাৰে৷

৬. নতুন নিৰ্মাণ খণ্ডত নিম্ন হাৰৰ কৰ সম্প্ৰসাৰণ

২০২৪ মাৰ্চলৈকে এই ক্ষেত্ৰত ১৫ শতাংশ নিম্নতম হাৰত কৰ সম্প্ৰসাৰণ কৰা হ’ব৷

৭. ডাকঘৰৰ বেংকিং বৃদ্ধি

দেশৰ ১.৫ লাখ ডাকঘৰত ১০০ শতাংশ বেংকিং সম্প্ৰসাৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

৮. ডিজিটেল মুদ্ৰা

ভাৰতত প্ৰথমবাৰৰ বাবে ডিজিটেল মুদ্ৰাৰ প্ৰৱৰ্তন কৰা হ’ব৷ বিত্তীয় বৰ্ষৰ ২০২৩ত ভাৰতীয় ৰিজাৰ্ভ বেংকে ডিজিটেল মুদ্ৰা প্ৰৱৰ্তন কৰিব৷

৯. নিম্ন উপাৰ্জনক্ষম লোকৰ গৃহত পানী যোগান আঁচনি

‘হৰ ঘৰ নাল চে জল’ৰ অধীনত ৮.৫ কোটি গৃহৰ ভিতৰত ৫.৫ কোটি গৃহত পানী যোগান সম্পূৰ্ণ কৰা হৈছে যদিও ২০২২-২৩ বিত্তীয় বৰ্ষত ইয়াৰ বাবে ৬০ হাজাৰ কোটি ধাৰ্য কৰা হৈছে৷

১০. আত্মনিৰ্ভৰ প্ৰতিৰক্ষা আন্তঃগাঁথনি

ঘৰুৱা ব্যক্তিগত উদ্যোগৰ বাবে নিৰ্ধাৰিত প্ৰতিৰক্ষা ক্ৰয় বাজেট ৬৮% ধাৰ্য কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: #unionfinanceasom live 24assam live 24axom live 24Budget 2022-23budget2022nirmala sitaraman
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ
অসম

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

June 15, 2026
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ
বিশ্ব

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

June 15, 2026
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

June 15, 2026
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’
ভাৰত

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

June 14, 2026
Next Post
আজি মুখ্যমন্ত্ৰীৰ ওপজা দিন, বিগত দিনবোৰত কি কৰিলে তেওঁ?

আজি মুখ্যমন্ত্ৰীৰ ওপজা দিন, বিগত দিনবোৰত কি কৰিলে তেওঁ?

যৌনতাক লৈ গুগলৰ ট্ৰেণ্ডত থকা প্ৰশ্নসমূহ কি কি? জানিবলৈ চাওক এই প্ৰতিবেদন

যৌনতাক লৈ গুগলৰ ট্ৰেণ্ডত থকা প্ৰশ্নসমূহ কি কি? জানিবলৈ চাওক এই প্ৰতিবেদন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.