• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জে’ল যাত্ৰাৰ পিছত স্বাভাৱিক জীৱন : চুহানাৰ সৈতে একেলগে দেখা গ’ল আৰিয়ানক

জে’ল যাত্ৰাৰ পিছত স্বাভাৱিক জীৱন : চুহানাৰ সৈতে একেলগে দেখা গ’ল আৰিয়ানক

5 years ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

42 minutes ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

1 hour ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

2 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

3 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

4 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

4 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

5 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

5 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

22 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

23 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

24 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জে’ল যাত্ৰাৰ পিছত স্বাভাৱিক জীৱন : চুহানাৰ সৈতে একেলগে দেখা গ’ল আৰিয়ানক

editor by editor
February 13, 2022
in অসম, ক্ৰীড়া, চিনেমা, ভাৰত
0
জে’ল যাত্ৰাৰ পিছত স্বাভাৱিক জীৱন : চুহানাৰ সৈতে একেলগে দেখা গ’ল আৰিয়ানক
0
SHARES
155
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জেইলৰ পৰা ওলোৱাৰ পিছতে ক্ৰমশঃ স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ কৰিছে বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে৷

উল্লেখ্য যে যোৱা বৰ্ষৰ অক্টোবৰত মুম্বাইৰ পৰা গোৱা অভিমুখী এখন ক্ৰুইজ জাহাজৰ পৰা নাৰ্ক’ট্ৰিকছ কণ্ট্ৰ’ল ব্যুৰ’-এ আটক কৰাৰ পিছত ড্ৰাগছ সেৱন আৰু সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল আৰিয়ান খানক৷

ইয়াৰ পিছতে প্ৰায় ৩ সপ্তাহৰো অধিক দিন কাৰাৰুদ্ধ হৈ আছিল শ্বাহৰুখ খানৰ তয়ন আৰিয়ান খান৷ নিম্ন আদালতে বাৰে বাৰে জামিন খাৰিজ কৰাৰ পিছত অৱেশষত বোম্বাই উচ্চ ন্যায়ালয়ে আৰিয়ান খানৰ জামিন মঞ্জুৰ কৰে৷

ইফালে আৰিয়ান খানৰ বিৰুদ্ধে NCB-এ ষড়যন্ত্ৰ কৰাৰো একাধিক অভিযোগ উত্থাপন হৈ আহিছে৷ আনকি এই অভিযোগৰ ভিত্তিতে NCBৰ মুম্বাইস্থিত আঞ্চলিক সঞ্চালক সমীৰ ৱাংখেড়েক বদলিও কৰা হয়৷

জামিন লাভ কৰাৰ পিছতে আৰিয়ান খানক কোনো ৰাজহুৱা স্থানতে দেখা পোৱা নগৈছিল৷ কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত প্ৰথমবাৰৰ বাবে এক ইভেন্টত উপস্থতিত থকা দেখা গৈছে আৰিয়ান খানক৷

১২ ফেব্ৰুৱাৰিৰ পৰা ১৩ ফেব্ৰুৱাৰিলৈ মুম্বাইত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেলুৱৈ নিলাম প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ উক্ত মেগা ইভেন্টত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক ভগ্নী চুহানা খানৰ সৈতে উপস্থিত থকা দেখা গৈছে৷

স্মৰ্তব্য যে আইপিএলৰ কলকতা নাইট ৰাইডাৰ্ছৰ সহ স্বত্বাধিকাৰী হৈছে আৰিয়ান আৰু চুহানাৰ পিতৃ শ্বাহৰুখ খান৷ বলিউদৰ একালৰ মোহময়ী অভিনেত্ৰী তথা শ্বাহৰুখ খানৰ ঘণিষ্ঠ বান্ধৱী জুহি চাওলাৰ সৈতে কলকতা নাইট ৰাইডাৰ্ছৰ মালিকীস্বত্ব আছে কিং খানৰ৷

পিতৃৰ অনুপস্থিতিত আইপিএলৰ ২০২২ৰ খেলুৱৈ নিলামত ভগ্নীৰ সৈতে উপস্থিত থকা দেখা গৈছে আৰিয়ান খানক৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aryan khanasom live 24assam live 24axom live 24axom live 24 digitalIPL 2022IPL 2022 Auctionshahrukh khanSuhana Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি
নিয়োগ

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

August 14, 2026
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি
ভাৰত

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

August 14, 2026
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?
ভাৰত

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

August 14, 2026
Next Post
গুজৰাটৰ এটা জাহাজ বন্দৰত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

গুজৰাটৰ এটা জাহাজ বন্দৰত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

গ্ৰেপ্তাৰ হ’ব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! হিমন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল

গ্ৰেপ্তাৰ হ’ব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! হিমন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.