• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অবিশ্বাস্য হ’লেও সত্য! ডাইনোচৰ ভক্ষণ কৰা ঘঁৰিয়াল উদ্ধাৰ

অবিশ্বাস্য হ’লেও সত্য! ডাইনোচৰ ভক্ষণ কৰা ঘঁৰিয়াল উদ্ধাৰ

4 years ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

10 minutes ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

29 minutes ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

1 hour ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

2 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

2 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

3 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

3 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

4 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

4 hours ago
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

5 hours ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

5 hours ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অবিশ্বাস্য হ’লেও সত্য! ডাইনোচৰ ভক্ষণ কৰা ঘঁৰিয়াল উদ্ধাৰ

editor by editor
February 15, 2022
in অসম, বিজ্ঞান, বিশ্ব
0
অবিশ্বাস্য হ’লেও সত্য! ডাইনোচৰ ভক্ষণ কৰা ঘঁৰিয়াল উদ্ধাৰ
0
SHARES
291
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অবিশ্বাস্য হ’লেও সত্য৷ এসময়ৰ পৃথিৱীৰ সৰ্ববৃহৎ প্ৰাণী ডাইনোচৰক ভক্ষণ কৰা এটা ঘঁৰিয়াল উদ্ধাৰ কৰা হৈছে৷

প্ৰায় ৯৫ বছৰৰ পূৰ্বে ডাইনোচৰক ভক্ষণ কৰা এই ঘঁৰিয়ালটোৰ জঁকাটো উদ্ধাৰ কৰা হৈছে অষ্ট্ৰেলিয়াত৷

জাৰ্ণাল অৱ দ্য ইণ্টাৰনেশ্যনেল এচ’ছিয়েন ফৰ গুণ্ডাৱানা ৰিচাৰ্ছ নামৰ বিজ্ঞান পত্ৰিকাত প্ৰকাশ পোৱা অনুসৰি এটা ডাইনোচৰৰ ভক্ষণ কৰাৰ পিছতে ঘঁৰিয়ালটো মৃত্যু মুখত পৰা বুলি ধাৰণা কৰা হৈছে৷

গৱেষকসকলে বৰ্তমান লুপ্তপ্ৰায় এই ঘঁৰিলালটোক কনফ্ৰেক্ট’চুকুছ চাউৰ’ক্ট’ন’ছ বুলি অভিহিত কৰিছে৷

প্ৰত্ৰিকাখনত প্ৰকাশ কৰা অনুসৰি অষ্ট্ৰেলিয়াৰ উত্তৰ পশ্চিমাঞ্চলৰ এটা অতি দুৰ্গম অঞ্চলৰ কোমল শিলৰ গাঁঠনিৰ মাজত ঘঁৰিয়ালটোক ফচিল অৱস্থাত পোৱা গৈছে৷

২০১০ চনতে খনন কাৰ্য আৰম্ভ কৰি আৱিষ্কাৰ কৰা ঘঁৰিয়ালটোৰ জঁকাটো বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰা হৈছে৷ অত্যাধুনিক যন্ত্ৰপাতিৰে জঁকাটো স্কেণি কৰাৰ পিছত ঘঁৰিয়ালটোৱে এটা ডাইোনচৰ ভক্ষণ কৰা ধৰা পৰিছে বুলি দাবী কৰা হৈছে৷

আনহাতে, সম্প্ৰতি ঘঁৰিয়ালটোৰ জঁকাটোৰ ৩৫ শতাংশহে উদ্ধাৰ হৈছে আৰু জঁকাটোৰ ভিতৰত ডাইনোচৰটোৰ ভগ্ন হাঁড় পোৱা গৈছে৷

গৱেষকসকলৰ মতে ঘঁৰিয়ালটোৰ দৈৰ্ঘ্য আছিল ২ মিটাৰ ৫ ফুট আৰু ভক্ষণ কৰা ডাইনোচৰটোৰ ওজন আছিল ১.৭ কিলোগ্ৰাম৷

তেওঁলোকৰ মতে ঘঁৰিয়ালটোৱে ডাইনোচৰটো ভক্ষণৰ কৌশল নজনাৰ বাবেই ভক্ষণ কৰাৰ পিছতে মৃত্যুৰ মুখত পৰিছিল৷

গৱেষকসকলৰ এই দাবীৰ পিছতে ডাৰউইনৰ বিবৰ্তনবাদৰ এটা উল্লেখযোগ্য অৱিষ্কাৰ বুলি চৰ্চা লাভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalcrocodiledinosaur
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ
খাদ্য

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

April 13, 2026
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?
বিশ্ব

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

April 11, 2026
Next Post
পাকিস্তানী ক্ৰিকেটাৰৰ ছাহিদ আফ্ৰিদীৰে ছেক্স কৰিব ভাৰতীয় অভিনেত্ৰীয়ে! কোন এই অভিনেত্ৰী?

পাকিস্তানী ক্ৰিকেটাৰৰ ছাহিদ আফ্ৰিদীৰে ছেক্স কৰিব ভাৰতীয় অভিনেত্ৰীয়ে! কোন এই অভিনেত্ৰী?

কিয় ইমান সোণৰ অলংকাৰ পৰিধান কৰিছিল বাপ্পী লাহিৰীয়ে? ফাদিল হ’ল ৰহস্য

কিয় ইমান সোণৰ অলংকাৰ পৰিধান কৰিছিল বাপ্পী লাহিৰীয়ে? ফাদিল হ’ল ৰহস্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.