• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নীৰ এইকেইটা গুণ থাকিলে ভাগ্যশালী হয় তেওঁৰ স্বামী…

পত্নীৰ এইকেইটা গুণ থাকিলে ভাগ্যশালী হয় তেওঁৰ স্বামী…

4 years ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

6 minutes ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

33 minutes ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

59 minutes ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

2 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

3 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

3 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

4 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

4 hours ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

4 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

5 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

6 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পত্নীৰ এইকেইটা গুণ থাকিলে ভাগ্যশালী হয় তেওঁৰ স্বামী…

editor by editor
February 17, 2022
in অসম, গুৱাহাটী, বিবিধ, ভাৰত
0
পত্নীৰ এইকেইটা গুণ থাকিলে ভাগ্যশালী হয় তেওঁৰ স্বামী…
0
SHARES
596
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাৰীক লক্ষ্মীদেৱীৰ আন এটা ৰূপ মনা হয়৷ পুৰুষৰ ভাগ্য উদয় কৰে নাৰীয়ে৷ পত্নীগৰাকী কিছু বিশেষ গুণৰ অধিকাৰী হ’লে ভাগ্যৱান হয় তেওঁৰ স্বামী৷ চানক্য নীতিত উল্লেখ আছে এনে বহু গুৰুত্বপূৰ্ণ দিশ৷ পত্নী ৪ টা বিশেষ গুণৰ অধিকাৰী হ’লে সুখী তথা ভাগ্যশালী হয় তেওঁৰ স্বামী৷

পেচাগত জীৱনৰ উপৰিও সংসাৰৰ বিভিন্ন ক্ষেত্ৰত আমি সফলতা লাভ কৰাটোও জীৱনত অত্যন্ত জৰুৰী৷ সংসাৰত কিদৰে সুখী হ’ব পাৰে সেই সম্পৰ্কেও নীতিবাক্য উল্লেখ আছে চানক্য নীতিত৷ চানক্যনীতি অনুসৰি সেই চাৰিটা বিশেষ গুণ হ’ল—

ধাৰ্মিক

চানক্য নীতি অনুসৰি স্ত্ৰী যদি ধাৰ্মিক অথবা ৰীতি-নীতি মানি চলা বিধৰ হয় তেন্তে সেই স্ত্ৰীৰ স্বামী সুখী হয়৷ কেৱল সেয়াই নহয় ভাগ্যশালীও হয় স্বামী৷ নীতিশাস্ত্ৰই কৈছে, ধাৰ্মিক মহিলা ন্যায়-অন্যায়ৰ বিৰুদ্ধে পটু হয়৷ ফলত সাংসাৰিক জীৱন সঠিক দিশত আগবঢ়াই নিব পাৰে৷

সঞ্চয়ী

স্ত্ৰী যদি সঞ্চয়ী প্ৰকৃতিৰ হয়, ভাগ্যশালী হয় সেই নাৰীৰ স্বামী৷ চানক্য নীতিত উল্লেখ আছে এই কথা৷ কঠিন সময়ৰ বাবে অৰ্থ সঞ্চয় কৰা মহিলা পটু হয় আৰু সেয়া সংসাৰৰ পক্ষে সুফলদায়ক৷

আচাৰ-ব্যৱহাৰ

নীতিশাস্ত্ৰ অনুসৰি, যদি মহিলাগৰাকীৰ ব্যৱহাৰ মাৰ্জিত হয়, বিনয়ী হয় তেনে মহিলাৰ স্বামী খুবেই ভাগ্যশালী হয়৷ সামাজিক ৰীতি-নীতি মানি চলা নাৰী যি পৰিয়ালৰ বোৱাৰী হয় সেই পৰিয়ালত সুখ-সমৃদ্ধি সদায়েই অটুত থাকে৷

ধৈৰ্য

ধৈৰ্যশালী মহিলাৰ এক বিশেষ গুণ৷ ধৈৰ্যশীল মহিলাৰ সংসাৰ সুখদায়ক হয়৷ লগতে আনকো সুখী কৰি ৰাখে এইসকল মহিলাই৷ জীৱনৰ বহু কঠিন সময়ত মহিলাগৰাকীৰ ধৈৰ্যই বিভিন্ন বিপদৰ পৰা উদ্ধাৰ কৰে৷ যিসকল পুৰুষে জীৱনত ধৈৰ্যশীল মহিলাৰ পত্নী হিচাপে লাভ কৰে সেই পুৰুষৰ জীৱন সুখৰ হয়৷

পুৰুষসকলে জীৱনত এনে মহিলাৰ সন্ধান কৰিব লাগে যিয়ে তেওঁৰ ভৱিষ্যৎ জীৱনটো সুখৰ কৰি তুলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24chanakya nitihealthy lifestyle
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ
জীৱনশৈলী

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

March 17, 2026
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?
বিবিধ

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

March 17, 2026
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম
বাণিজ্য

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

March 17, 2026
Next Post
নায়ক হৰেন্দ্ৰ বৰ্মন : কেনেকৈ ১.৫০ কোটি টকা ধৰা পেলালে কনিষ্টবল হৰেন্দ্ৰ বৰ্মনে?

নায়ক হৰেন্দ্ৰ বৰ্মন : কেনেকৈ ১.৫০ কোটি টকা ধৰা পেলালে কনিষ্টবল হৰেন্দ্ৰ বৰ্মনে?

বিপদত কেজৰিৱাল; খালিস্তানক সমৰ্থন! : দেশদ্ৰোহৰ গোচৰ দাখিল

বিপদত কেজৰিৱাল; খালিস্তানক সমৰ্থন! : দেশদ্ৰোহৰ গোচৰ দাখিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.