• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘এটোপ দুটোপ কৰি ডাৱৰৰ…’  জমা কৰি থোৱা খুচৰা পইচাৰে স্কুটি ক্ৰয় অসমৰ যুৱকৰ

‘এটোপ দুটোপ কৰি ডাৱৰৰ…’ জমা কৰি থোৱা খুচৰা পইচাৰে স্কুটি ক্ৰয় অসমৰ যুৱকৰ

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 hours ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

4 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

5 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

5 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

6 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

7 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

9 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

9 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

10 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘এটোপ দুটোপ কৰি ডাৱৰৰ…’ জমা কৰি থোৱা খুচৰা পইচাৰে স্কুটি ক্ৰয় অসমৰ যুৱকৰ

editor by editor
February 18, 2022
in অসম, বিবিধ
0
‘এটোপ দুটোপ কৰি ডাৱৰৰ…’  জমা কৰি থোৱা খুচৰা পইচাৰে স্কুটি ক্ৰয় অসমৰ যুৱকৰ
0
SHARES
406
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাই লিখিছিল, ‘‘এটোপ এটোপ কৰি ডাৱৰ পানী পৰি ভৰি গ’ল বহল সাগৰ, কণ কণ বালি চাহী ইটে সিটে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ …৷’’

এই কবিতাটোৰ সাৰকথা হাতে কামে প্ৰমাণ কৰিলে অসমৰ এগৰাকী যুৱকে৷ এটকা দুটকা কৰি জমা কৰি যোৱা খুচুৰা পইচা অৰ্থাৎ মুদ্ৰাৰে অসমৰ এজন যুৱকে এখন স্কুটি ক্ৰয় কৰিছে৷

বৰপেটা জিলাৰ হাউলীৰ অল্পনা নামৰ শ্ব’ৰুমৰ পৰা এজন লোকে জমা কৰি ৰখা এটকা, দুটকা আৰু পাঁচ টকাৰ খুচুৰা পইচাৰে এখন স্কুটি ক্ৰয় কৰিছে৷

হীৰকজ্যোতি দাস নামৰ এগৰাকী ইউটিউবাৰে এক ভিডিঅ’যোগে লোকজনে খুচুৰা পইচাৰে স্কুটী ক্ৰয় কৰাৰ দৃশ্য ভাইৰেল কৰিছে৷

কিন্তু হীৰকজ্যোতি দাস নামৰ ইউটিউবাৰজনে খুচুৰা পইচাৰে স্কুটী ক্ৰয় কৰা লোকজনৰ পৰিচয় লোৱা নাছিল৷ সেয়ে লোকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই৷

কিন্তু ভিডিঅ’টোত লোকজনে প্ৰায় চাৰি মাহ জমা কৰাৰ অন্তত এই জমা খুচুৰা পইচাৰে স্কুটীখন ক্ৰয় কৰাৰ কথা ভিডিঅ’টোত উল্লেখ কৰিছে৷

ইউটিউবাৰ হীৰকজ্যোতি দাসে তেওঁৰ এই ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰাৰ পিছতে ই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
অন্ত পৰা নাই কোভিড মহামাৰীৰ! বিশ্বজুৰি প্ৰতিসপ্তাহে ৭০ হাজাৰ কোভিড ৰোগীৰ মৃত্যু

অন্ত পৰা নাই কোভিড মহামাৰীৰ! বিশ্বজুৰি প্ৰতিসপ্তাহে ৭০ হাজাৰ কোভিড ৰোগীৰ মৃত্যু

‘যুদ্ধ আসন্ন, ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ নিশ্চিত!’ কেতিয়া আক্ৰমণ কৰিব ৰাছিয়াই?

‘যুদ্ধ আসন্ন, ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ নিশ্চিত!’ কেতিয়া আক্ৰমণ কৰিব ৰাছিয়াই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.