• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়াৰ ৫ যুদ্ধ বিমান গুলীয়াই ভূপতিত ইউক্ৰেইনৰ! বিমানঘাটি উৰালে ৰাছিয়াই!

ৰাছিয়াৰ ৫ যুদ্ধ বিমান গুলীয়াই ভূপতিত ইউক্ৰেইনৰ! বিমানঘাটি উৰালে ৰাছিয়াই!

4 years ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

2 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

2 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

3 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

3 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

4 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

4 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

4 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

5 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

5 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

6 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

6 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাছিয়াৰ ৫ যুদ্ধ বিমান গুলীয়াই ভূপতিত ইউক্ৰেইনৰ! বিমানঘাটি উৰালে ৰাছিয়াই!

editor by editor
February 24, 2022
in বিশ্ব, ৰাজনীতি
0
ৰাছিয়াৰ ৫ যুদ্ধ বিমান গুলীয়াই ভূপতিত ইউক্ৰেইনৰ! বিমানঘাটি উৰালে ৰাছিয়াই!
0
SHARES
550
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যুদ্ধ ঘোষণা কৰাৰ পিছতেই বৃহস্পতিবাৰে পুৱতি নিশাৰ পৰাই ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছে৷ ৰাছিয়াই যুদ্ধ বিমানেৰে ইউক্ৰেইনত আক্ৰমণ চলোৱাৰো দাবী কৰিছে৷ ৰাছিয়াই ক্ষেপণাস্ত্ৰ আৰু যঁজাৰু বিমানেৰে আক্ৰমণ চলাইছে৷

ৰাছিয়াই দাবী কৰিছে যে আক্ৰমণ আৰম্ভ কৰিয়েই ইউক্ৰেইনৰ এক বিমান ঘাটি ইতিমধ্যে ধ্বংসস্তূপত পৰিণত কৰিছে৷ ৰুছ বাহিনীৰ আক্ৰমণ ইতিমধ্যে ৭ গৰাকী ইউক্ৰেইনৰ নাগৰিকৰ মৃত্যু ঘটাৰ লগতে অন্য ৯ গৰাকী লোক আহত হোৱা বুলিও প্ৰকাশ পাইছে৷

ইফালে ইউক্ৰেইনেও ৰুছ বাহিনীক প্ৰত্যাক্ৰমণ কৰিছে৷ ইউক্ৰেইনৰ দাবী যে লুহানস্ক এলেকাত ৰাছিয়াৰ ৫ খন যুদ্ধ বিমানৰ লগতে এখন হেলিকপ্টাৰো গুলীয়াই ভূপতিত কৰিছে ইউক্ৰেইনৰ সেনাই৷

Footage of the airport bombing in Ivano-Frankivsk. #Ukraine #Russia pic.twitter.com/MLVuNyPItI

— Ω (@W4RW4ATCHER) February 24, 2022

ইফালে মস্কোৱে দাবী কৰিছে ইউক্ৰেইনৰ জনবসতি থকা অঞ্চল তথা সাধাৰণ জনগণৰ ওপৰত আক্ৰমণ কৰা নাই৷ ৰুছ সেনাই কেৱল ইউক্ৰেইনৰ সামৰিক ঘাটি, অস্ত্ৰভাণ্ডাৰ আৰু বিমান ঘাটিসমূহতহে আক্ৰমণ কৰা বুলি দাবী কৰিছে৷

উল্লেখ্য যে ইতিপূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ সেনাক অস্ত্ৰ বৰ্জন কৰিবলৈ সকীয়নি দিছিল৷ পুটিনে হুংকাৰ দি কৈছিল যে ইউক্ৰেইনৰ সেনাই অস্ত্ৰ বৰ্জন কৰক নহ’লে ৰুছ বাহিনীৰ আক্ৰমণৰ বাবে সাজু হওক৷

ইফালে আমেৰিকা আৰু পশ্চিমৰ শক্তিধৰ দেশসমূহৰ সকীয়নিলৈ কোনো কেৰেপ নকৰি ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছে৷ ইউক্ৰেইনৰ এক প্ৰশাসনিক বিষয়াই দাবী কৰিছে যে ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ কে’বাশ মানুহৰ মৃত্যু ঘটিছে৷

আনফালে ইউক্ৰেইনৰ এগৰাকী সাংসদ ছোফিয়া ফেডিনাই সংবাদ মাধ্যম আগত কৈছে যে ইউক্ৰেইনৰ সাধাৰণ লোকক সুৰক্ষিতভাৱে ৰাখিবলৈ দেশখনৰ বাংকাৰসমূহ সাজু কৰি তোলা হৈছে৷ দেশৰ মানুহক নিৰাপত্তাৰ কাৰণে উক্ত বাংকাৰসমূহলৈ লৈ যোৱা হ’ব বুলিও তেওঁ প্ৰকাশ কৰিছে৷

ৰাছিয়াৰ আক্ৰমণক সৰ্বশক্তি প্ৰয়োগ কৰি প্ৰতিৰোধ কৰা হ’ব আৰু তেওঁলোক জয়ী হ’বই বুলি দাবী কৰিছে ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো কুলেবাই ৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 240russiaRussia Ukraine clashukraine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ
ভাৰত

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

April 6, 2026
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ
বিশ্ব

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

April 4, 2026
৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?
জীৱনশৈলী

৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?

April 2, 2026
Next Post
যুদ্ধৰ কুফল ভুগিব বিশ্ববাসীৰ লগতে ভাৰতীয়ই : অভাৱনীয় হাৰত বৃদ্ধি ইন্ধনৰ মূল্য!

যুদ্ধৰ কুফল ভুগিব বিশ্ববাসীৰ লগতে ভাৰতীয়ই : অভাৱনীয় হাৰত বৃদ্ধি ইন্ধনৰ মূল্য!

উভতি ধৰিছে ইউক্ৰেইনে : ৫০ দখলদাৰী ৰাছিয়ান সেনাক হত্যা ইউক্ৰেইন সেনাৰ

উভতি ধৰিছে ইউক্ৰেইনে : ৫০ দখলদাৰী ৰাছিয়ান সেনাক হত্যা ইউক্ৰেইন সেনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.