• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : পৰিণাম ভুগিছে সুৰাসহ সুৰাপায়ী!

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : পৰিণাম ভুগিছে সুৰাসহ সুৰাপায়ী!

5 years ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

5 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

6 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

6 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

7 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

9 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

9 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

10 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

11 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

11 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : পৰিণাম ভুগিছে সুৰাসহ সুৰাপায়ী!

editor by editor
February 28, 2022
in বাণিজ্য, বিশ্ব, ৰাজনীতি
0
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : পৰিণাম ভুগিছে সুৰাসহ সুৰাপায়ী!
0
SHARES
238
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অব্যাহত আছে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ৷ ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগৰ ভাবুকি দিয়াৰ পিছতে ইউক্ৰেইনে আলোচনাৰ বাবে সন্মত হৈছে৷

এই আক্ৰমণত কেৱল দুয়োপক্ষৰ সৈন্যই নহয় ইউক্ৰেইনৰ কেবা শতাধিক সাধাৰণ নাগৰিকৰো প্ৰাণ হানি হৈছে৷ ইউক্ৰেইনে কৰা দাবী মতে ৰাছিয়াৰ আক্ৰমণত এই পৰ্যন্ত ৩৫২ গৰাকী সাধাৰণ লোকৰ মৃত্যু ঘটিছে৷

ইফালে এই আক্ৰমণত কেৱল ইউক্ৰেইনেই ধ্বংসস্তূপত পৰিণত হোৱা নাই৷ ৰাছিয়াই বিভিন্ন ধৰণৰ কূটনৈতিক আৰু অৰ্থৈনিতক প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছে৷

অতি শেহতীয়াকৈ ৰাছিয়াই সুৰাৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছে৷ ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাই ৰাছিয়াৰ সুৰাৰ লগতে অতি জনপ্ৰিয় ৰাছিয়ান ভডকাৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে৷

দেওবাৰে দুয়োখন দেশে ৰাছিয়াৰ সুৰাৰ লগতে ৰাছিয়ান ভডকাৰ ওপৰতো এই নিষেধাজ্ঞা আৰোপ কৰিছে৷ এতিয়াৰে পৰা আমেৰিকা আৰু কানাডাক কোনো ধৰণৰ ৰাছিয়ান সুৰাই উপলব্ধ নহ’ব৷ ইয়াৰ ফলত ৰাছিয়াৰ সুৰাৰ বজাৰখন সাংঘাটিকভাৱে ক্ষতিৰ সন্মুখীন হ’ব বুলি ধাৰণা কৰা হৈছে৷

সংবাদ সংস্থা ৰয়টাৰ-এ প্ৰকাশ কৰা মতে কানাডাই ২০২১ বৰ্ষত ২৯ কোটি টকা ৰাছিয়াৰ পৰা কেৱল ভডকাই আমদানি কৰিছিল৷ উল্লেখ্য যে হুইস্কি, ষ্টেটচস্কানৰ লগতে ৰাছিয়ান ভডকাও অতি জনপ্ৰিয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalRussia Ukraine invasionvodka ban
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?
বাণিজ্য

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

September 13, 2026
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!
বাণিজ্য

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

September 13, 2026
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!
বাণিজ্য

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

September 13, 2026
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা
বাণিজ্য

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

September 13, 2026
Next Post
ইউক্ৰেইনৰ ‘সপোন’ জ্বলিল : ‘ম্ৰিয়া’ক পুনৰ নিৰ্মাণ কৰিব যুদ্ধ বিধ্বস্ত ইউক্ৰেইনে

ইউক্ৰেইনৰ ‘সপোন’ জ্বলিল : ‘ম্ৰিয়া’ক পুনৰ নিৰ্মাণ কৰিব যুদ্ধ বিধ্বস্ত ইউক্ৰেইনে

তীব্ৰ উৎকণ্ঠা! : ‘ইউক্ৰেইন ত্যাগ কৰি নিজৰ প্ৰাণ ৰক্ষা কৰক’, জেলেনস্কি

তীব্ৰ উৎকণ্ঠা! : ‘ইউক্ৰেইন ত্যাগ কৰি নিজৰ প্ৰাণ ৰক্ষা কৰক’, জেলেনস্কি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.