• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অন্তৰংগ মুহূৰ্তত ক্ষুদ্ধ প্ৰেমিকাই গুপ্তাংগ কাটি শিৰচ্ছেদ কৰি হত্যা কৰিলে প্ৰেমিকক

অন্তৰংগ মুহূৰ্তত ক্ষুদ্ধ প্ৰেমিকাই গুপ্তাংগ কাটি শিৰচ্ছেদ কৰি হত্যা কৰিলে প্ৰেমিকক

4 years ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

4 minutes ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

35 minutes ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

2 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

14 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

15 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

15 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

15 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

16 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

16 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

16 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

16 hours ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অন্তৰংগ মুহূৰ্তত ক্ষুদ্ধ প্ৰেমিকাই গুপ্তাংগ কাটি শিৰচ্ছেদ কৰি হত্যা কৰিলে প্ৰেমিকক

editor by editor
March 3, 2022
in অপৰাধ, বিশ্ব
0
অন্তৰংগ মুহূৰ্তত ক্ষুদ্ধ প্ৰেমিকাই গুপ্তাংগ কাটি শিৰচ্ছেদ কৰি হত্যা কৰিলে প্ৰেমিকক
0
SHARES
370
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমিক-প্ৰেমিকাৰ সম্পৰ্কৰ মাজত কাজিয়া হোৱাটো এক স্বাভাৱিক ঘটনা৷ কিন্তু বহুসময়ত এই কাজিয়াবোৰে ভয়ংকৰ ৰূপ লোৱা দেখা যায়।

এনেকুৱা এটা ঘটনা পোহৰলৈ আহিছে যি ঘটনাত ক্ষুব্ধ হৈ এগৰাকী প্ৰেমিকাই প্ৰথমে খঙত প্ৰেমিকৰ গুপ্তাংগ কাটি শেষত শিৰচ্ছেদ কৰে৷ ইমানেই নহয় প্ৰেমিকাই প্ৰেমিকৰ প্ৰতিটো মুখ্য অংগ কাটি দেহৰ পৰা বিচ্ছিন্ন কৰে৷

লগতে পঢ়ক প্ৰেমিকাৰ দাবীত অতিষ্ঠ হৈ জন্মদিনতে হত্যা কৰিলে প্ৰেমিকে

এই লোমহৰ্ষক ঘটনাটো সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউচকনচিনত৷ আৰক্ষীৰ উদ্ধৃতিৰে ডেইলী মেইলত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ঘটনাৰ খবৰ পায়ে আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হয়৷ আৰক্ষীয়ে ঘটনাস্থলীত এক বীভৎস দৃশ্য প্ৰত্যক্ষ কৰে৷

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰেমিকগৰাকীৰ শৰীৰৰ প্ৰতিটো অংগকেই বিচ্ছিন্ন অৱস্থাত প্ৰত্যক্ষ কৰে৷ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ তদন্ত আৰম্ভ কৰাৰ পিছতে সমগ্ৰ ঘটনাটো পোহলৈ আহে৷

লগতে পঢ়ক নিজ কন্যাৰ প্ৰেমিকৰ সৈতে মাতৃৰ গোপন প্ৰেম : পলাই গৈ সম্পন্ন কৰিলে বাগদান

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনা অনুসৰি অন্তৰংগ মুহূৰ্ত উদযাপন কৰি থকাৰ সময়তে প্ৰেমিকক প্ৰেমিকাই হত্যা কৰে৷ দুয়োৰে মাজত কিবা কথাত কাজিয়াৰ সূত্ৰপাত হয় আৰু প্ৰেমিকাই প্ৰথমে প্ৰেমিকৰ গুপ্তাংগটো কাটি শৰীৰৰ পৰা বিচ্ছিন্ন কৰে৷ ইমানতেই ক্ষান্ত নহৈ ক্ষুব্ধ প্ৰেমিকাই প্ৰেমিকৰ মূৰটো শিৰচ্ছেদ কৰাৰ পিছত ইটোৰ পিছত সিটো অংগ শৰীৰৰ পৰা বিচ্ছিন্ন কৰে৷

প্ৰেমিকাই প্ৰেমিকৰ গুপ্তাংগটো কাটি এটা বাল্টিৰ ভিতৰত ভৰাই থৈছিল যদিও বাকী অংগসমূহ মজিয়াত ছেদেলি ভেদেলি হৈ পৰি আছিল৷

ঘটনাটো যোৱা ২৩ ফেব্ৰুৱাৰিত সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি প্ৰেমিকাক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰেমিকাগৰাকীৰ মানসিক স্থিতি অসন্তুলিত অৱস্থাত আছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalmurder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ
ভাৰত

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

August 19, 2026
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball
বিনোদন

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

August 19, 2026
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?
ভাৰত

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

August 19, 2026
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ
বিশ্ব

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

August 19, 2026
Next Post
‘ইউক্ৰেইনৰ প্ৰতিখন চহৰৰ ধ্বংস কৰাৰ মূল্য পৰিশোধ কৰিব লাগিব ৰাছিয়াই’

‘ইউক্ৰেইনৰ প্ৰতিখন চহৰৰ ধ্বংস কৰাৰ মূল্য পৰিশোধ কৰিব লাগিব ৰাছিয়াই’

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.