• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্ভাগ্য! ‘যুদ্ধবাজ এখন দেশ এৰি আকৌ এখন যুদ্ধৰ সন্মুখীন হ’লো’

দুৰ্ভাগ্য! ‘যুদ্ধবাজ এখন দেশ এৰি আকৌ এখন যুদ্ধৰ সন্মুখীন হ’লো’

5 years ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

4 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

5 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

5 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

7 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

7 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

8 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

9 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

9 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

10 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

11 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

12 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

দুৰ্ভাগ্য! ‘যুদ্ধবাজ এখন দেশ এৰি আকৌ এখন যুদ্ধৰ সন্মুখীন হ’লো’

editor by editor
March 3, 2022
in বিশ্ব, ৰাজনীতি
0
দুৰ্ভাগ্য! ‘যুদ্ধবাজ এখন দেশ এৰি আকৌ এখন যুদ্ধৰ সন্মুখীন হ’লো’
0
SHARES
276
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘‘মোৰেই দুৰ্ভাগ্য! এখন যুদ্ধবাজ দেশ এৰি শান্তি বিচাৰি আহি আকৌ এখন যুদ্ধৰ সন্মুখীন হ’লো৷’’ যুদ্ধ বিধ্বস্ত আফগানিস্তানৰ পৰা শান্তি বিচাৰি ইউক্ৰেইনলৈ যোৱা আজমল ৰেহমানী নামৰ এজন লোকে এইদৰে কয়৷

সংবাদ পত্ৰ এএফপিক ইউক্ৰেইন ত্যাগ কৰি পোলেণ্ডত প্ৰৱেশ কৰাৰ পিছতে এইদৰে কয় ৰেহমানীয়ে৷

লগতে পঢ়ক আকৌ আহিছে সুযোগ; ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ উজান!

যুদ্ধবিধ্বস্ত আফগানিস্তানৰ পৰা শান্তি বিচাৰি যোৱা বছৰ আজমল ৰেহমানীৰ পৰিয়ালে ইউক্ৰেইনত নতুন জীৱন আৰম্ভ কৰিছিল৷ তেওঁৰ পৰিয়ালে ইউক্ৰেইনত মাত্ৰ এটা বছৰ অতিবাহিত কৰাৰ আগতেই ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছে৷

ৰেহমানীয়ে ১১ বছৰীয়া পুত্ৰ সাত বছৰীয়া কন্যা আৰু বছৰীয়া পত্নী মিয়াক লগত লৈ প্ৰায় ৩০ কিলোমিটাৰ দূৰত্ব খোজকাঢ়ি ইউক্ৰেইন সীমান্ত অতিক্ৰম কৰি পোলেণ্ডত প্ৰৱেশ কৰিছে৷

লগতে পঢ়ক সংকটত ৰাছিয়া! ৰেকৰ্ডিং ভাইৰেল, কেন্দ্ৰীয় আৰ্দেশ নামানে পদাতিক ৰুছ সেনাই!

পোলেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰাই ৰাছিয়াই ইউক্ৰেইনত কৰা বোমাবৰ্ষণৰ প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা বুলি কৈ ৰেহমানীয়ে কয় যে তেওঁলোকৰে দুৰ্ভাগ্য যে এখন যুদ্ধ এৰি শান্তি বিচাৰি আহি আকৌ এটা বছৰৰ ভিতৰতে আন এখন যুদ্ধৰ সন্মুখীন হৈছে৷

৪০ বছৰীয়া আজমল ৰেহমানীয়ে আফগানিস্তনৰ কাবুল বিমান বন্দৰত NATOৰ হৈ যোৱা ১৮ বছৰটা বছৰে কাম কৰিছিল৷ কিন্তু যোৱা বৰ্ষত আমেৰিকাই NATOসহ মাৰ্কিন সেনা বাহিনী আফগানিস্তানৰ পৰা প্ৰত্যাহাৰ কৰাৰ পিছতে তেওঁ আফগানিস্তান এৰি ইউক্ৰেইনত আশ্ৰয় লৈছিল৷

লগতে পঢ়ক নিজৰ মাজতেই গুলীয়াগুলী, ঘুচিয়াঘুচি ৰাছিয়ান সেনাৰ! কিয় লাগিছে এই কন্দল? 

উল্লেখ্য যে আমেৰিকাই আফগানিস্তানৰ পৰা আমেৰিকানসহ NATO সেনাক প্ৰত্যাহাৰ কৰাৰ পিছতে তালিবানে আফগানিস্তান দখল কৰে৷ তালিবানৰ ৰোষত পৰাৰ ভয়তে পৰিয়ালসহ ৰেহমানীয়ে দেশ ত্যাগ কৰিছিল৷

‘‘ভাল দৰমহাসহ আফগানিস্তানত মোৰ এটা সুখী জীৱন আছিল, মোৰ নিজা ঘৰ আছিল, ব্যক্তিগত বাহন আছিল৷’’ ৰেহমানীয়ে সংবাদ পত্ৰখনক কয়৷

শান্তি বিচাৰি আফগানিস্তান ত্যাগ কৰাৰ পূৰ্বে এই সকলোবোৰ সম্পদ বিক্ৰী কৰি ৰেহমানীয়ে পৰিয়ালসহ চাৰি মাহৰ পূৰ্বে ইউক্ৰেইনত আশ্ৰয় লৈছিল৷ কিন্তু ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে ৰেহমানীৰ পৰিয়ালে এতিয়া পোলেণ্ডত শৰণাৰ্থীৰ জীৱন কটাবলগীয়া হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalRussia Ukraine clashRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!
বিশ্ব

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

September 1, 2026
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ
ভাৰত

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

September 1, 2026
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী
বিনোদন

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

August 31, 2026
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা
ভাৰত

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

August 31, 2026
Next Post
অন্তৰংগ মুহূৰ্তত ক্ষুদ্ধ প্ৰেমিকাই গুপ্তাংগ কাটি শিৰচ্ছেদ কৰি হত্যা কৰিলে প্ৰেমিকক

অন্তৰংগ মুহূৰ্তত ক্ষুদ্ধ প্ৰেমিকাই গুপ্তাংগ কাটি শিৰচ্ছেদ কৰি হত্যা কৰিলে প্ৰেমিকক

‘ইউক্ৰেইনৰ প্ৰতিখন চহৰৰ ধ্বংস কৰাৰ মূল্য পৰিশোধ কৰিব লাগিব ৰাছিয়াই’

‘ইউক্ৰেইনৰ প্ৰতিখন চহৰৰ ধ্বংস কৰাৰ মূল্য পৰিশোধ কৰিব লাগিব ৰাছিয়াই’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.