• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ইউক্ৰেইনৰ প্ৰতিখন চহৰৰ ধ্বংস কৰাৰ মূল্য পৰিশোধ কৰিব লাগিব ৰাছিয়াই’

‘ইউক্ৰেইনৰ প্ৰতিখন চহৰৰ ধ্বংস কৰাৰ মূল্য পৰিশোধ কৰিব লাগিব ৰাছিয়াই’

4 years ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

11 minutes ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

41 minutes ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

2 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

2 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

3 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

3 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

4 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

5 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

5 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

6 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

6 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘ইউক্ৰেইনৰ প্ৰতিখন চহৰৰ ধ্বংস কৰাৰ মূল্য পৰিশোধ কৰিব লাগিব ৰাছিয়াই’

editor by editor
March 3, 2022
in বিশ্ব, ৰাজনীতি
0
‘ইউক্ৰেইনৰ প্ৰতিখন চহৰৰ ধ্বংস কৰাৰ মূল্য পৰিশোধ কৰিব লাগিব ৰাছিয়াই’
0
SHARES
730
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে আজি অষ্টম দিনত ভৰি দিলে৷ এই ৮ টা দিনত ৰাছিয়াই ইউক্ৰেইনৰ বিভিন্ন চহৰত আক্ৰমণ কৰি ধ্বংস কৰিছে৷

বৃহস্পতিবাৰে ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কীয়েভত আক্ৰমণ অব্যাহত ৰাখিছে। ইউক্ৰেনেও ৰাছিয়ান সেনাৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ কৰিছে। ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ আজি অষ্টম দিনত প্ৰৱেশ কৰাৰ সময়তে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে আৰু এটা ভিডিঅ’ বাৰ্তাত দেশবাসীক সম্বোধন কৰিছে৷

লগতে পঢ়ক দুৰ্ভাগ্য! ‘যুদ্ধবাজ এখন দেশ এৰি আকৌ এখন যুদ্ধৰ সন্মুখীন হ’লো’

ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয়, ‘‘আমি প্ৰতিটো ঘৰ, ৰাস্তা আৰু চহৰ পুনৰ নিৰ্মাণ কৰিম। কিন্তু মই ৰাছিয়াক কওঁ, আপুনি জানে যে আপুনি ইউক্ৰেনীয়সকলৰ বিৰুদ্ধে যি কৰিছে তাৰ মূল্য পৰিশোধ কৰিব লাগিব।’’

ৰাষ্ট্ৰপতি জেলেনস্কিয়ে লগতে আৰু কয়, ‘‘ৰাছিয়াৰ বাহিনীয়ে এক বৃহৎ ক্ষেপণাস্ত্ৰ আৰু ৰকেট আক্ৰমণ চলাইছে। তেওঁলোক দেশৰ গুৰুত্বপূৰ্ণ চহৰসমূহৰ আগুৰি ধৰিছে। কিন্তু স্বাধীনতাৰ বাহিৰে আমাৰ হেৰুৱাবলৈ একো নাই। বন্ধু ৰাষ্ট্ৰসমূহে ইউক্ৰেইনক প্ৰতিদিনে অস্ত্ৰ-শস্ত্ৰৰে সহায় কৰি আছে।’’

লগতে পঢ়ক যুদ্ধৰ বিৰল দৃশ্য; আক্ৰমণকাৰী ৰাছিয়ান সৈন্যক এইদৰে কি কৰিছে কিশোৰী ইক্ৰেইনীয়ানে?

ইফালে ৰাজধানী চহৰ কীয়েভৰ মেয়ৰ ভিটালি ক্লিটস্কোৱে কয় যে চহৰখনৰ পৰিস্থিতি ‘‘কঠিন কিন্তু নিয়ন্ত্ৰণত’’ আছে। মেয়গৰাকীয়ে যোৱা নিশা ৰাছিয়াৰ আক্ৰমণত কোনো লোক হতাহত হোৱা নাই বুলিও কয়।

আনহাতে, নিশা ইউক্ৰেইনৰ বায়ু সেনাই বহু ৰাছিয়ান ক্ষেপণাস্ত্ৰ ধ্বংস কৰে বুলিও দাবী কৰিছে কীয়েভৰ মেয়ৰ ক্লিটস্কোৱে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalRussia Ukraine invasionvolodymyr zelensky
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?
জীৱনশৈলী

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

April 14, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?
বিশ্ব

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

April 11, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : দুয়োকুল ৰক্ষা কৰিবলৈ গৈ সংকটত ভাৰত!

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : দুয়োকুল ৰক্ষা কৰিবলৈ গৈ সংকটত ভাৰত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.