• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯০ লাখ লোকক গৃহবন্দী কৰিলে চীন চৰকাৰে, কিন্তু কিয়?

৯০ লাখ লোকক গৃহবন্দী কৰিলে চীন চৰকাৰে, কিন্তু কিয়?

4 years ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

13 minutes ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

2 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

3 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

3 hours ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

5 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

5 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

6 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

7 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

8 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

8 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

9 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

৯০ লাখ লোকক গৃহবন্দী কৰিলে চীন চৰকাৰে, কিন্তু কিয়?

editor by editor
March 12, 2022
in বিশ্ব, স্বাস্থ্য
0
৯০ লাখ লোকক গৃহবন্দী কৰিলে চীন চৰকাৰে, কিন্তু কিয়?
0
SHARES
313
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চীন চৰকাৰে দেশখনৰ প্ৰায় ৯০ লাখ লোকক পুনৰ গৃহবন্দী কৰিছে৷ সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি দেশখনৰ উত্তৰ-পূৱত অৱস্থিত চাংচুন চহৰত চীন চৰকাৰে পুনৰ লকডাউন বলৱৎ কৰিছে৷

চৰকাৰে লকডাউন বলৱৎ কৰি চহৰখনৰ আৱাসীসকলক ঘৰৰ পৰা ওলাবলৈ মানা কৰিছে৷ পুনৰ দুটা বছৰৰ পিছত চীনৰ উক্ত চহৰখনত কৰোনা ভাইৰাছৰ সংক্ৰমণ ঘটাৰ বাবে চৰকাৰে লকডাউন বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷

চহৰখনত কৰোনা ভাইৰাছৰ ছাব-লিনিজ এ ৱাই. ৪ ডেল্টা ষ্ট্ৰেইনে চীনৰ তিনিখন চহৰত আতংকৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে৷ চাংচুন, জেজাং আৰু ছানজি চহৰ আৰু প্ৰদেশত পুনৰ এই নতুন ভেৰিয়েণ্টেৰ ব্যাপক ৰূপত সংক্ৰমণ ঘটা বুলি জানিব পৰা গৈছে৷

লগতে পঢ়ক ৰাজধানীত নহয়, শ্বহীদ ভগৎ সিঙৰ গাঁৱত শপত গ্ৰহণ কৰিব ভগৱন্ত মানৰ পঞ্জাৱ আপ চৰকাৰে

চীনত পুনৰ তিনি প্ৰদেশত এইদৰে কোভিড ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিয়ে নতুন আশংকাৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে চীনৰ য়ুহান প্ৰদেশত উৎপত্তি হোৱাৰ পিছতে সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰিছিল৷

ইপিনে যোৱা বৰ্ষৰ ডিচেম্বৰ মাহতো ছানজি প্ৰদেশৰ ১ কোটি ৩০ লাখ জনসংখ্যাৰ ৰাজধানী চহৰ জিয়ানটো লকডাউন বলৱৎ কৰা হৈছিল৷

শেহতীয়াভাৱে অ’মিক্ৰণ ভেৰিয়েন্টৰ সংক্ৰমণক লৈ গোটেই বিশ্বতে এক আতংকৰ সৃষ্টি হৈছে। তাৰ মাজতে চীনত আকৌ নতুন কোভিড-১৯ৰ প্ৰজাতিৰ সংক্ৰমণে উদ্বেগৰ সৃষ্টি কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamchinacovid 19
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!
জীৱনশৈলী

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 11, 2026
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?
বিনোদন

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink
জীৱনশৈলী

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

July 11, 2026
Next Post
অতি কমেও ৭৯ গৰাকী শিশু নিহত, আহত ১০০ গৰাকীৰো অধিক শিশু

অতি কমেও ৭৯ গৰাকী শিশু নিহত, আহত ১০০ গৰাকীৰো অধিক শিশু

নতুন শিক্ষা নীতি মঞ্জুৰ কেন্দ্ৰীয় কেবিনেটৰ, নৱম মানৰ পৰাই আৰম্ভ হ’ব ছেমিষ্টাৰ পদ্ধতি

নতুন শিক্ষা নীতি মঞ্জুৰ কেন্দ্ৰীয় কেবিনেটৰ, নৱম মানৰ পৰাই আৰম্ভ হ’ব ছেমিষ্টাৰ পদ্ধতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.