• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এতিয়াও যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে ভাৰতীয় শিক্ষাৰ্থী, কি ক’লে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে?

4 years ago
মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

45 minutes ago
কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!

1 hour ago
শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

2 hours ago
8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

6 hours ago
পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

7 hours ago
PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

8 hours ago
হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

এতিয়াও যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে ভাৰতীয় শিক্ষাৰ্থী, কি ক’লে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে?

editor by editor
March 17, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
এতিয়াও যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে ভাৰতীয় শিক্ষাৰ্থী, কি ক’লে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে?
0
SHARES
65
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত এতিয়াও ভাৰতীয় শিক্ষাৰ্থী আৱদ্ধ হৈ আছে৷ ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰিছে৷

বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে এতিয়াও ১৫ ৰপৰা ২০ গৰাকী ভাৰতীয় শিক্ষাৰ্থী যুদ্ধ বিধ্বস্ত দেশখনত আৱদ্ধ হৈ আছে৷ মন্ত্ৰালয়ে তেওঁলোকক উদ্ধাৰ বাবে চেষ্টা কৰি থকা বুলি প্ৰকাশ কৰি কয় যে অ’পাৰেশ্যন গংগা এতিয়াও সামৰণি পৰা নাই৷

‘‘আমি তেওঁলোকক সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াইছো৷ খাৰছনত এতিয়াও কিছু লোক আৱদ্ধ হৈ আছে৷ সকলোকে সহায় আগবঢ়োৱাৰ লগতে উদ্ধাৰ কৰা হ’ব, অ’পাৰেশ্যন গংগা সামৰা হোৱা নাই৷’’ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগছিয়ে সংবাদ মাধ্যমৰ আগত কয়৷

লগতে পঢ়ক বন্দুকেৰে স্বামীক মাৰপিট : ক্ৰন্দৰত সন্তানৰ সন্মুখতে দলিত মহিলাক গণধৰ্ষণ উচ্চ বৰ্ণৰ লোকৰ

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে দেশখনত আৱদ্ধ ভাৰতীয়সকলক অনলাইন দ্বাৰা ব্যৱস্থাৰ দ্বাৰা পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছিল৷ অধিকাংশ শিক্ষাৰ্থীসহ দেশখনত আৱদ্ধ হৈ থকা প্ৰায় ২০ হাজাৰ লোকে পঞ্জীয়ন কৰে৷ ইয়াৰে প্ৰায়সকলকে অ’পাৰেশ্যন গংগাৰ দ্বাৰা উদ্ধাৰ কৰা হ’লেও কে’বাজনো ভাৰতীয় এতিয়াও যুদ্ধ বিধ্বস্ত দেশখনত আৱদ্ধ হৈ আছে৷

আনহাতে, বাগছিয়ে  লগতে প্ৰকাশ কৰিছে যে দেশখনত অধ্যয়নৰত বৃহৎসংখ্যক ভাৰতীয় শিক্ষাৰ্থীয়ে ইউক্ৰেইনতে থাকিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News PortalIndian StudentsRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু
ভাৰত

May 9, 2026
কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?
জীৱনশৈলী

কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

May 9, 2026
পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?
জীৱনশৈলী

পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

May 9, 2026
কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?
জীৱনশৈলী

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

May 9, 2026
Next Post
বিবেক অগ্নিহোত্ৰীৰ পুনৰ প্ৰত্যাহ্বান; কাক কি প্ৰত্যাহ্বান দিলে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ নিৰ্দেশকে

বৰ্বৰতা! বিদ্যালয় আৰু সাংস্কৃতিক কেন্দ্ৰত আক্ৰমণ; নিহত ২১ আহত ২৫

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন